• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোমবাৰে সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

সোমবাৰে সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

2 years ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

9 minutes ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

30 minutes ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

55 minutes ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

4 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

5 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

6 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

7 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

8 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

9 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

9 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

10 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোমবাৰে সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

সোমবাৰে সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক

editor by editor
July 1, 2024
in জীৱনশৈলী, বিবিধ
0
সোমবাৰে সুকৰ্ম যোগ, মাহৰ প্রথম দিনাই ভাগ্যই লগ দিব মেষ, কুম্ভকে ধৰি এই ৫ ৰাশিক
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ জুলাই ২০২৪ সোমবাৰে চন্দ্ৰই বিৰাজ কৰিছে মেষ ৰাশিত৷ মেষ ৰাশিৰ গ্ৰহাধিপতি হৈছে মঙ্গল৷  আহাৰৰ কৃষ্ণা দশমী তিথি৷ হিন্দুধৰ্ম অনুসৰি সোমবাৰ হৈছে শিৱৰ প্ৰিয় দিন৷ এই দিনটোতেই দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷  মিথুন ৰাশিত একত্ৰ অৱস্থান কৰিছে সূৰ্য আৰু শুক্ৰই৷ এই যুঁটিৰ ফলত গঠিত হৈছে শুক্ৰাদিত্য যোগ৷ ইয়াৰোপৰি আছে সুকৰ্ম যোগ আৰু ধৃতি যোগ৷ ইয়াৰোপৰি প্ৰথমে থাকিব অশ্বিনী আৰু ভৰণী নক্ষত্ৰৰ প্ৰভাৱ৷ এইসমূহ শুভ যোগৰ ফলত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হৈ উঠিব৷ জ্যোতিষ গণনা অনুসৰি সৌভাগ্য বৰ্ষণ হ’ব ৫ ৰাশিৰ জাতকৰ ওপৰত৷ এই পাঁচ ৰাশিৰ জাতকে সকলো কামতে ভাগ্যৰ সহায় লাভ কৰিব৷ জানি থওক কোনো কোন ৰাশিৰ জাতক আছে এই তালিকাত৷

মেষ ৰাশি

মহাদেৱৰ আশীৰ্বাদত কোনো নিকট আত্মীয় বা বন্ধুৰ পৰা কোনো সুখবৰ লাভ কৰিব পাৰে মেষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মন আনন্দৰে ভৰি পৰিব৷ বিৰোধীয়ে আপোনাক নানা ধৰণে বিপদত পেলোৱাৰ চক্ৰান্ত কৰিব পাৰে৷ কিন্তু তেওঁলোকৰ সকলো চেষ্টা ব্যৰ্থ হ’ব৷ বৰং আপোনাৰ শত্ৰুৰেই নিজৰ মাজত যুদ্ধ হ’ব৷

কৰ্কট ৰাশি

কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত আপোনাৰ মৰ্যদা আৰু জনপ্ৰিয়তা বাঢ়িব৷ শিৱৰ কৃপাত আত্মবিশ্বাসেৰে ভৰপুৰ হৈ থাকিব কৰ্কট ৰাশিৰ জাতকৰ মন৷ জীৱনসংগীৰ সৈতে থকা সকলো সমস্যা দূৰ হ’ব৷ সংগীৰ সৈতে কোনো সুন্দৰ স্থানলৈ ফুৰিবলৈ যাব পাৰে৷ কাৰ্যালয়ৰ পৰাও কোনো সুখবৰ পাব পাৰে আপুনি৷

কন্যা ৰাশি

মহাদেৱৰ কৃপাত সম্পদ বৃদ্ধিৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ৷ আপোনাৰ স্বাস্থ্যক লৈ সচেতন থকাটো জৰুৰী৷ কন্যা ৰাশিৰ জাতকে নিজৰ শৰীৰৰ যত্ন লওক৷ অন্যথা অসুস্থ হৈ পৰিব পাৰে৷ আপুনি নিজৰ সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তীয় সকলো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ প্ৰেম জীৱন বেছ মধুৰভাৱে কটাব কন্যা ৰাশিৰ জাতকে৷ অতিৰিক্ত অৰ্থ আয় কৰিব পাৰে৷

বৃশ্চিক ৰাশি

সোমবাৰে ধৃতি যোগৰ শুভ প্ৰভাৱত যি কামতেই হাতত নিদিয়ক কিয় তাতেই সফলতা পাব বৃশ্চিক ৰাশিৰ জাতকে৷ আপুনি নিজৰ কেৰিয়াৰত সফলতা আৰু উন্নতিৰ শিখৰত উপনীত হ’ব৷ নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ বিশেষ পৰিমাণৰ অৰ্থও আয় কৰিব পাৰে৷ কোনো সুখবৰ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷

কুম্ভ ৰাশি

সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ আপোনাৰ নীতি আৰু আদৰ্শবোধে কঠিন সমস্যাৰ মোকাবিলা কৰাত সহায় কৰিব৷ কৰোবাত বিনিয়োগ কৰিলে সুকৰ্ম যোগৰ প্ৰভাৱত ভাল লাভ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ সোমবাৰে সংগীৰ সৈতে ভাল সময় কটাব আপুনি৷ কোনো চাৰপ্ৰাইজো পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
বাণিজ্য

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

June 20, 2026
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

June 20, 2026
Next Post
গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে

গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে

এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.