• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সেই একমাত্ৰ ক্ৰিকেটাৰগৰাকী, যাক দিয়া হৈছিল মৃত্যুদণ্ড, বিশ্ব ক্ৰিকেটত সৃষ্টি হৈছিল হুলস্থুলৰ

বিশ্বৰ সেই একমাত্ৰ ক্ৰিকেটাৰগৰাকী, যাক দিয়া হৈছিল মৃত্যুদণ্ড, বিশ্ব ক্ৰিকেটত সৃষ্টি হৈছিল হুলস্থুলৰ

1 year ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

11 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

33 minutes ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

1 hour ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ সেই একমাত্ৰ ক্ৰিকেটাৰগৰাকী, যাক দিয়া হৈছিল মৃত্যুদণ্ড, বিশ্ব ক্ৰিকেটত সৃষ্টি হৈছিল হুলস্থুলৰ

editor by editor
January 20, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ সেই একমাত্ৰ ক্ৰিকেটাৰগৰাকী, যাক দিয়া হৈছিল মৃত্যুদণ্ড, বিশ্ব ক্ৰিকেটত সৃষ্টি হৈছিল হুলস্থুলৰ
0
SHARES
984
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সেই একমাত্ৰ ক্ৰিকেটাৰগৰাকী, যাক দিয়া হৈছিল মৃত্যুদণ্ড, বিশ্ব ক্ৰিকেটত সৃষ্টি হৈছিল হুলস্থুলৰ

ক্ৰিকেট জগতখৰ পৰা এনে কিছুমান কাহিনী পোহৰলৈ আহে যিবোৰ জানিলে আপুনি আচৰিত হৈ পৰিব। তাৰেই মাজৰ এটা কাহিনী হৈছে এগৰাকী এনে খেলুৱৈৰ যাক ফাঁচীৰ শাস্তি প্ৰদান কৰা হৈচিল।

সেই ক্ৰিকেটাৰগৰাকী ৱেষ্ট ইণ্ডিজৰ, যাক মৃত্যুদণ্ড দিয়া হৈছিল। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ফাষ্ট বলাৰ লেছলি হাইল্টন হৈছে বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ যাক ফাঁচী দিয়া হৈছিল। ১৯৫৫ চনত পত্নীক হত্যা কৰাৰ অপৰাধত হিল্টনক ফাঁচী দিয়া হৈছিল।

লেছলি হাইল্টনে নিজৰ কেৰিয়াৰত মুঠ ৬ খন টেষ্ট মেচ খেলিছিল আৰু এই ৬ খন টেষ্ট মেচত লেছলিয়ে ১৬ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি ৪০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল।

১৯৪২ চনত লেচলি হাইল্টনে লুৰলিন ৰোজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে জীৱন ভালদৰে চলি আছিল যদিও ১৯৫৪ চনত তেওঁলোকৰ মাজত মতানৈক্যৰ সৃষ্টি হ’বলৈ ধৰে। পত্নীৰ অবৈধ সম্পৰ্কৰ বাবেই সৃষ্টি হৈছিল এই মতানৈক্যৰ।

পত্নীৰ এই কাৰ্য্যত হিল্টনে ইমানেই বিচলিত হৈ পৰিছিল যে ক্ৰোধতে ৭ টাকৈ গুলী কৰিছিল পত্নীক। অৱশেষত ১৯৫৪ চনৰ ২০ অক্টোবৰত আদালতে হিল্টনক পত্নীক হত্যা কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket WorldHanged Cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
Next Post
ৰহস্যময়ী ৰোগে আগুৰি ধৰিছে জম্মু, ৪৪ দিনত ৩ টা পৰিয়ালৰ ১৭ৰ অকাল মৃত্যু

ৰহস্যময়ী ৰোগে আগুৰি ধৰিছে জম্মু, ৪৪ দিনত ৩ টা পৰিয়ালৰ ১৭ৰ অকাল মৃত্যু

সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা

সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ'ব বিগ বছ ১৮ৰ বিজেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.