• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা

সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা

2 years ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

5 minutes ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

40 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

4 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

5 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

6 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

16 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

17 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

17 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা

editor by editor
January 20, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো ঠিকে থাকিলে অৰুণাচলৰ জোঁৱাই হ’ব বিগ বছ ১৮ৰ বিজেতা

বিগ বছ ১৮ৰ ফাইনেল অনুষ্ঠানত ঘোষণা হয় বিজেতাৰ নাম। বিবিয়ান ডছেনাক পৰাজিত কৰি বিজয়ৰ মুকুট পৰিধান কৰে কৰণবীৰ মেহৰাই। ৩ মাহ ধৰি হোৱা এই ৰিয়েলিটি অনুষ্ঠানটোত আৰম্ভণিৰ পৰাই নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছিল কৰণবীৰে।

পাছে এই বিজেতা কৰণবীৰ প্ৰেমৰ কথা ওলাবলৈ ধৰিছে। দুবাৰৰ বিবাহ বিচ্ছেদিক কৰণবীৰ এইবাৰ তৃতীয়বাৰৰ বাবে প্ৰেমত। বিগবছৰ মঞ্চতো কৰণবীৰৰ প্ৰেম দেখে অনুৰাগীয়ে।

এতিয়া কেৱল অপেক্ষা যুৱতীৰ সন্মতিত। যুৱতী আৰু যুৱতীৰ পৰিয়ালে সন্মতি দিলেই উত্তৰ পূৱ তথা অৰুণাচল প্ৰদেশৰ জোঁৱাই হ’ব কৰণবীৰ।

অৰুণাচল প্ৰদেশৰ যুৱতী চুম ডাৰাঙৰ সৈতে প্ৰেম কৰণবীৰৰ। দুবাৰৰ বিবাহ বিচ্ছেদিত লগতে বয়সত ভালেখিনি পাৰ্থক্য থকাৰ বাবে চুমৰ পৰিয়ালৰ ফালৰ পৰা কিছু সমস্যা আছে দুয়োৰে সম্পৰ্কৰ ওপৰত। কিন্তু দুয়ো ইজনে সিজনক যে ভাল পাই পেলাইছে সেয়া বিগবছৰ মঞ্চতে প্ৰকাশ হৈ ওলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Big Boss 18Chum DarangKaranveer Mehra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Next Post
দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল অসম-গুৱাহাটী

৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল অসম-গুৱাহাটী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.