• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

2 years ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

24 minutes ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

1 hour ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

3 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

14 hours ago
Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

Flipkart ত দিব পাৰিব খাদ্য অৰ্ডাৰ, Zomato-Swiggy-ৰ বৃদ্ধি হ’ব চিন্তা!

14 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? পঢ়ক ৰাশিফল

15 hours ago
আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

আপুনি ২৪ ঘণ্টা Bluetooth অন কৰি ৰাখে নেকি? ১ মিনিটতে খালী হ’ব আপোনাৰ বেংক একাউণ্ট!

16 hours ago
ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

ভুল নম্বৰত ৰিচাৰ্জ কৰিছে নেকি? টকা উভতাই পাব নে নাই জানক…

16 hours ago
SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

SBI Lakshpati Scheme: প্ৰতিদিনে মাত্ৰ ২০ টকা সঞ্চয় কৰি হওক কোটিপতি!

18 hours ago
হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

editor by editor
January 21, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি
0
SHARES
739
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশবাসীৰ আগত প্ৰশংসা ৰিক্সাচালক আহমেদ আলীৰ, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বিশেষ অতিথি

প্ৰধানমমন্ত্ৰীৰ ‘মন কী বাত’ত স্থান পালে অসমৰ শ্ৰীভুমিৰ পাথাৰকান্দিৰ এগৰাকী ৰিক্সাচালকে। সমগ্ৰ দেশবাসীৰ আগত প্ৰশংসিত হল ৰিক্সাচালক আহমেদ আলী। কাৰণে আহমেদ আলীয়ে কৰি দেখুৱালে এনে কাম যি কাম ইমান দিনে কৰিব পৰা নাছিল চৰকাৰে।

যাৰ বাবেই প্ৰধানমন্ত্ৰীৰ মন কি বাতত স্থান পালে অহমেদ আলীয়ে। পাথাৰকান্দিৰ আহমেদ আলীয়ে ৰিক্সা চলাই পোৱা টকা জমা কৰি কৰি ৯ খনকৈ বিদ্যালয় নিৰ্মাণ কৰি গঢ়িলে অভিলেখ।

২০১৮ চনতে প্ৰধানমন্ত্ৰীৰ মন কি বাতত এই কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰীয়ে। সেই আহমেদ আলীক এইবাৰ ২০২৫ চনৰ গণৰাজ্য দিৱসত কেন্দ্ৰীয় কাৰ্যসূচীত বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে।

এসময়ত দৰিদ্ৰতাৰ বাবে স্কুললৈ যাব নোৱাৰা ৰিক্সাচালক আহমেদ আলীৰ বাবে বিদ্যালয় আৰু শিক্ষা কিমান প্ৰয়োজন সেয়া বুজাবা নোৱাৰা অনুভৱ। সেয়ে নিজৰ দৰে যাতে অন্য শিশু শিক্ষাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ৰিক্সা চলাই চলাইয়ে আন ১০ শিশুৰ বাবে দেখিলে সপোন।

সেই সপোন পূৰণ কৰাৰ বাবে দেহে কেহে লাগি থাকে কামত। আনহাতে পাথাৰকান্দিৰ খিলৰবন্দৰ গাঁওৰ লোকবোৰ অত্যন্ত দুখীয়া। যাতে ল’ৰা-ছোৱালী শিক্ষাৰ পৰা বঞ্চিত নহয় সেই কথা ভাবি ৯ খনকৈ বিদ্যালয় নিৰ্মাণ কৰিলে ব্যক্তিজনে।

সাঁচতীয়া ধনৰ লগতে নিজৰ মাটি বিক্ৰী কৰি নিৰ্মাণ কৰিছিল বিদ্যালয় কেইখন। মুঠ ৩৬ বিঘা মাটিৰ ৩২ বিঘাই বিক্ৰী কৰিছিল বিদ্যালয় নিৰ্মাণৰ বাবে।

দিনত ৰিক্সা চলাই, নিশা বিদ্যালয়ৰ বাবে ডেক্স-বেঞ্চ নিৰ্মাণ কৰিছিল আহমেদ আলীয়ে। বিদ্যালয়ৰ সকলো সা-সুবিধাৰ প্ৰতিয়ো দৃষ্টি ৰাখিছিল আলীয়ে।

সমাজৰ হৈ কৰা এনে কামৰ বাবেই ‘মন কী বাত’ অনুষ্ঠানত দেশবাসীৰ আগত আহমেদ আলীৰ উদাহৰণ দিলে প্ৰধানমন্ত্ৰীয়ে। আহমেদ আলীৰ এনে মহান কাৰ্যক প্ৰশংসাও কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam. GuwahatiMan ki BaatPatharkandiPM ModiShree Bhumi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা
অসম

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

July 31, 2026
Next Post
৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল অসম-গুৱাহাটী

৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল অসম-গুৱাহাটী

হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, ১০ লোক নিহত, ৩২ অগ্নিদ্বগ্ধ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, ১০ লোক নিহত, ৩২ অগ্নিদ্বগ্ধ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.