• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ

4 weeks ago
অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

5 hours ago
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

6 hours ago
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

8 hours ago
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

9 hours ago
১৮ বছৰীয়া যুৱকেই টাৰ্গেট! সংগমৰ মাজেৰে সমাজসেৱা কৰিবলৈ আগবাঢ়িছে এইগৰাকী মডেল

সূৰ্যৰ ঘৰলৈ আহিব মঙল, জুন মাহৰ আৰম্ভণিৰে পৰাই সাহস আৰু আত্মবিশ্বাস তুংগত উঠিব এই ৫ৰাশিৰ

11 hours ago
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

দেশজুৰি চাঞ্চল্য, দাঁতৰ ডাক্তৰে কৰিলে ৫০ শতাংশ ৰেহাইত ‘হেয়াৰ ট্ৰান্সপ্লাণ্ট’, দুগৰাকী নিহত

12 hours ago
জুনত ৩ ৰাশিৰ লোকৰ ভাগ্যোদয়, জীৱনলৈ আহিব অপাৰ ধন

13 hours ago
পুনৰ কোভিড-১৯, এছিয়াৰ বহু দেশত বিয়পিল, কেৱল হংকঙতেই ৩১ নিহত

বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ

editor by editor
April 21, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ । কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ দেহাৱসান। দীৰ্ঘ অসুস্থতাৰ অন্তত চিৰ বিদায় মাগিলে ধৰ্মীয় নেতাগৰাকীয়ে।

ইটালীৰ ভেটিকান চহৰত ৮৮ বছৰ বয়সত শেষ নিশ্বাস লয় পোপ প্ৰান্সিছে। ভেটিকান চহৰৰ পৰা বিবৃতি জাৰি কৰি তেওঁৰ মৃত্যুৰ খবৰ সদৰি কৰা হৈছে।

১৪ বিলিয়ন কেথলিকে নিজৰ ধৰ্মগুৰুজনৰ মৃত্যুৰ খবৰ শুনি শোকত ভাগি পৰিছে। স্থানীয় সময় অনুসৰি আজি পুৱা ৭:৩৫ বজাত পোপে চিৰ বিদায় লয়।

কেথলিক গীৰ্জাৰ মুখ্য কাৰ্যালয় ভেটিকানৰ তথ্য অনুসৰি ১৪ ফেব্ৰুৱাৰীত ডাবল নিউমোনিয়াৰ চিকিৎসাৰ বাবে ৮৮ বছৰীয়া পোপ ফ্ৰান্সিছক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তেওঁ নিমোনিয়াৰ লগতে হাওঁফাওঁৰ সংক্ৰমণতো ভুগিছিল।

বিভিন্ন ৰোগৰ বাবে ৫ সপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পোপক। তেজৰ পৰীক্ষাৰ ৰিপৰ্টত পোপৰ কিডনী বিকল হোৱাৰ লক্ষণ পোৱা যায়। পিছত তেখেতক ডিচচাৰ্জ দিয়া হয়।

উল্লেখ্য যে পোপ ফ্ৰান্সিছ আছিল ৰোমান কেথলিক গীৰ্জাৰ লেটিন আমেৰিকান মূলৰ প্ৰথম পোপ। কেথলিক খ্ৰীষ্টানসকলৰ বাবে আটাইতকৈ সন্মানীয় ধৰ্মীয় নেতা তেওঁ ২০১৩ চনৰ পৰা পোপ হিচাপে সক্ৰিয় হৈ আছিল।

আৰ্জেন্টিনাৰ পৰা অহা পোপগৰাকীয়ে বিশ্বজুৰি চলি থকা যুদ্ধৰ বিৰোধিতাৰ বাবে পৰিচিত আছিল যাৰ বাবে তেখেতক শান্তিৰ দূত বুলিও অবিহিত কৰিছিল। ইষ্টাৰ দেওবাৰে দিয়া শেষ বাৰ্তাত পোপ ফ্ৰান্সিছে শান্তি, নিৰস্ত্ৰকৰণ আৰু বন্দীসকলক মুক্তিৰ আহ্বান জনায়।

Image

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pope FrancisPope Francis DiedPope Passed Away
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?
জীৱনশৈলী

May 16, 2025
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন
বিবিধ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ! ১১৭৭ দিন যুদ্ধ চলাৰ পাছত প্ৰথমবাৰ যুদ্ধবিৰতিৰ দিশত ৰাছিয়া-ইউক্ৰেইন

May 16, 2025
নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ
জীৱনশৈলী

নতুন দিল্লীৰ কাঢ়া পদক্ষেপ, ভাৰতীয় বিমানবন্দৰত কামৰ অনুমোদন বাতিল পাক বন্ধু তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনৰ

May 16, 2025
ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?
জীৱনশৈলী

ট্ৰাম্পৰ মন্তব্যৰ পাছতেই ভাৰতত বন্ধ হ’ব নেকি আইফোন উৎপাদন? কি কৈছে এপলৰ শীৰ্ষ কৰ্মকৰ্তাই?

May 16, 2025
Next Post
ভৱিষ্যদ্বাণী – পুনৰ ঘূৰি আহিব পাৰে কৰ’না মহামাৰী

ভৱিষ্যদ্বাণী - পুনৰ ঘূৰি আহিব পাৰে কৰ’না মহামাৰী

কি ক্ৰয় কৰিব এইবাৰ অক্ষয় তৃতীয়াত, ৰাশি অনুযায়ী জানক শুভ-অশুভ কাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন