• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

2 years ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 minutes ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

15 minutes ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

39 minutes ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

1 hour ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

1 hour ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

2 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

4 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

7 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

20 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ

editor by editor
November 14, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
১ বছৰৰ বাবে ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদ দিছে PNBয়ে, জানি থওক সবিশেষ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যিসকলে দীৰ্ঘসময় ধৰি ধন বেংকত বিনিয়োগ কৰিব খোজে তেওঁলোকৰ বাবে কেইবাটাও ভাল অফাৰ দিছে বেংকে৷ আপুনি যদি মাত্ৰ এবছৰৰ বাবে নিজৰ ধন ফিক্সড ডিপোজিট কৰিব খোজে তেন্তে আপুনি HDFC বেংক, ICICI বেংক বা পঞ্জাৱ নেশ্ব্যনেল বেংকত বিনিয়োগ কৰিব পাৰে৷

এই তিনিটা বেংকে এবছৰৰ বাবে যি সুদ দিব সেয়া অন্য বেংকে দিব নোৱাৰে৷ এবছৰৰ ফিক্সড ডিপ’জিটত সুদৰ হাৰ দিয়ে ৬.২৫ শতাংশ৷ আপুনি ২ কোটি টকা পৰ্যন্ত এইকেইটা বেংকত বিনিয়োগ কৰিব পাৰে৷ ৩০০ দিনৰ বাবে ফিক্সড ডিপজিটত এই অফাৰ আছে৷ ছিনিয়ৰ ছিটিজেনৰ বাবে এই সুদৰ হাৰ কিছু বেছি৷

ইয়াত ১৮০ দিনৰ পৰা আৰম্ভ কৰি ২৭০ দিনৰ বাবে সুদৰ হাৰ আছে ৬শতাংশ৷ সাধাৰণ গ্ৰাহকে পাব ৬.৫০ শতাংশকৈ৷ ছিনিয়ৰ ছিটিজেনে পাব ৬.৫০শতাংশকৈ৷ ২৭১ দিনৰ পৰা আৰম্ভ কৰি ২৯৯দিন পৰ্যন্ত পিএনবিয়ে দিব ৬.২৫শতাংশকৈ৷ জেনেৰেলৰ ক্ষেত্ৰত সুদৰ হাৰ থাকিব ৬.৭৫শতাংশকৈ৷ ছিনিয়ৰ ছিটিজেনৰ ক্ষেত্ৰত ৭.০৫ শতাংশ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?
বাণিজ্য

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

August 24, 2026
Next Post
সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ

সাহিত্য সভাৰ সভাপতি পদৰ পৰা নাম প্ৰত্যাহাৰ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীৰ

কাইলৈৰ পৰা ২৯ নৱেম্বৰলৈ ৩ ৰাশিৰ লোকৰ অতিকে ভাল দিন, সকলোফালে জয়জয় ময়ময়

কাইলৈৰ পৰা ২৯ নৱেম্বৰলৈ ৩ ৰাশিৰ লোকৰ অতিকে ভাল দিন, সকলোফালে জয়জয় ময়ময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.