• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক

2 years ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

1 hour ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

2 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক

editor by editor
June 28, 2024
in বিবিধ, ভাৰত
0
অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক
0
SHARES
496
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক

দেৱীমাৰ মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ লিখন, নাযায় খণ্ডন। বাটতে দুৰ্ঘটনাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয় ১৩ গৰাকী কৈ তীৰ্থযাত্ৰীয়ে। এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকত।

দেৱী ইয়াল্লাম্মাৰ মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল কৰ্ণাটকৰ শিৱমোগাৰ অঞ্চলৰ তীৰ্থযাত্ৰী সকল। এখন ট্ৰেভেলাৰ যোগে আহি আছিল ভক্তৰ দলটো। কিন্তু আজি শুকুৰবাৰে পুৱা প্ৰায় ৪ মান বজাত বাছখনৰ চালকৰ টোপনি আহি যায়।

যাৰ বাবেই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। তীব্ৰ বেগত থকা ট্ৰেভেলাৰ বাছখনে ৰাজপথৰ কাষত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এইদৰে কৰুণভাৱে মৃ্ত্যুক আঁকোৱালি লয় ১৩ গৰাকীকৈ লোকে। নিহত সকলৰ ভিতৰত দুটি শিশুও আছে।

কৰ্ণাটকৰ হাভেৰী জিলাত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনাটো। পুনে – বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ ফলত বাছখন একেবাৰে থেতেলা খাই পৰাৰ বাবে মৃতদেহবোৰ ওলাবৰ বাবে বাছখন কাটিব লগা হয়।

উল্লেখ্য যে, নিহত আটাইকেইজন একেটা পৰিয়ালৰে, একেলগে সকলো তীৰ্থযাত্ৰালৈ যোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত ১৩ গৰাকীয়ে প্ৰাণ হেৰুৱাৰ বিপৰীতে চাৰিজন লোক আহত হয়। আহত সকলক নিকট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24Assa live 24assam liveassam live 24 digitalAssam Newsaxom live 24axom live 24 digitalkarnatakaroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

Next Post
তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগত আক্ৰান্ত হীনা খান, আপুনিও থাকক সাৱধানে, স্তন কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

ফাইনেলত দুয়ো দলৰ প্লেয়িং ১১ত সালসলনি হ’ব নেকি ! কোন কোন আছে দলত

ফাইনেলত দুয়ো দলৰ প্লেয়িং ১১ত সালসলনি হ'ব নেকি ! কোন কোন আছে দলত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন