• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

3 months ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

1 hour ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

2 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

3 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

4 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

4 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

18 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

18 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

18 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

19 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

20 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

20 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

editor by editor
March 14, 2026
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যদেৱক গ্ৰহৰ ৰজা হিচাপে বিবেচনা কৰা হয়৷ সূৰ্যক আত্মবিশ্বাস, সন্মান আৰু সুস্বাস্থ্যৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ সূৰ্যই যেতিয়া এটা ৰাশিৰ পৰা অন্য ৰাশিলৈ স্থানান্তৰিত হয় তেতিয়া ই ১২ৰাশিকেই প্রভাৱিত কৰে৷ দৃক পঞ্চাঙ্গ অনুসৰি সূৰ্য কুম্ভ ৰাশিত অৱস্থিত৷ ১৫ মাৰ্চ ২০২৬ তাৰিখে নিশা ১.০৮ মিনিটত সূৰ্যই মীন ৰাশিত প্ৰৱেশ কৰিব৷ শনি আৰু শুক্ৰ ইতিমধ্যেই মীন ৰাশিত উপস্থিত সেয়ে ইয়াত সূৰ্যৰ আগমন ত্ৰিগ্ৰহী যোগ আৰু শুক্ৰাদিত্য যোগ তৈয়াৰ কৰিব৷

জ্যোতিষশাস্ত্ৰ অনুসৰি এই যোগ বেছ শক্তিশালী বুলি ধাৰণা কৰা হৈছে৷ সমস্ত ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব৷ সূৰ্যৰ এই গোচৰ কিছু ৰাশিৰ বাবে বিশেষভাৱে উপকাৰী হব পাৰে৷

দেওবাৰৰ ভাগ্যবান ৰাশি

মেষ ৰাশি

মেষ ৰাশিৰ বাবে সূৰ্যৰ মীন ৰাশিত গোচৰে ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰে৷ এই সময়ত সূৰ্যৰ গোচৰ কোষ্ঠীৰ দ্বাদশ ঘৰত প্ৰভাৱ পেলাব৷ এই ঘৰত শনি আৰু শুক্ৰইও কিছু অপ্ৰত্যাশিত লাভৰ ইংগিত দিব পাৰে৷ দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন হব পাৰে৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ জীৱনত নতুন সুযোগ আহিব পাৰে৷ যিয়ে আনন্দময় পৰিবেশ তৈয়াৰ কৰিব৷

বৃষ ৰাশি

সূৰ্যৰ এই গোচৰ বৃষ ৰাশিৰ বাবে উপকাৰী হ’ব পাৰে৷ সূৰ্যই আপোনাৰ কোষ্ঠীৰ একাদশ ঘৰত গোচৰ কৰিব৷ যি আয় আৰু লাভৰ স্থান হিচাপে বিবেচিত হয়৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হব পাৰে৷ আপুনি ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ আয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ বন্ধুবান্ধৱ আৰু সহকৰ্মীসকলৰ সহায়তাত আপুনি আপোনাৰ লক্ষ্য অৰ্জন সফল হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মানো বৃদ্ধি পাব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ মীন ৰাশিত গমনে কেৰিয়াৰৰ সম্ভাৱনাৰ বাবে অনুকূল বুলি ধাৰণা কৰা হৈছে৷ সূৰ্যই আপোনাৰ কোষ্ঠীৰ দশম ঘৰত প্ৰৱেশ কৰিব৷ যি চাকৰি আৰু ব্যৱসায়ৰ সৈতে সম্পৰ্কিত৷ এই সময়ত আপুনি কামৰ বাবে ভ্ৰমণ কৰিব পাৰে৷

সিংহ ৰাশি

সূৰ্যৰ এই গোচৰে সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবেও শুভ ফল কঢ়িয়াই আনিব পাৰে৷ মীন ৰাশিত শুক্ৰৰ প্ৰভাৱৰ সৈতে সূৰ্যৰ প্ৰভাৱ অপ্ৰত্যাশিত আৰ্থিক লাভৰ দিশত যাব পাৰে৷ আপুনি কোনো পুৰণি বিনিয়োগৰ পৰা লাভৱান হ’ব পাৰে বা ৰৈ থকা ফাণ্ডৰ পুনৰুদ্ধাৰ কৰিব পাৰে৷ ব্যৱসায়ীয়ে কোনো ডাঙৰ প্ৰকল্প বা ডিলৰ পৰা লাভৱান হব পাৰে৷ আপোনাৰ স্বাস্থ্য স্বাভাৱিকতে ভালে থাকিব পাৰে৷ ব্যৱসায়ীয়ে কোনো ডাঙৰ প্ৰকল্প বা ডিলৰ পৰা লাভৱান হব পাৰে৷ আপোনাৰ স্বাস্থ্য স্বাভাৱিকতে ভালে থাকিব পাৰে৷

তুলা ৰাশি

সূৰ্যৰ গোচৰ তুলা ৰাশিৰ জাতকৰ বাবে উপকাৰী হব৷ তুলা ৰাশিৰ অধিপতি শুক্ৰৰ সূৰ্যৰ সৈতে সংযোগে শুক্ৰাদিত্য ৰাজযোগ তৈয়াৰ কৰিব৷ এই জাতকৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব৷ ব্যৱসায় সম্প্ৰসাৰিত হ’ব৷ যিসকলে চাকৰি কৰে তেওঁলোকৰ পদোন্নতি আৰু দৰমহা বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ
জীৱনশৈলী

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

June 14, 2026
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

June 14, 2026
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!
জীৱনশৈলী

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

June 13, 2026
Next Post
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.