• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

1 year ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

10 minutes ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

41 minutes ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

2 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

4 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

5 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

5 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

6 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

11 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

12 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে

editor by editor
September 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগ, দুহাতেৰে ধন গোটাব এই ৪ৰাশিৰ জাতকে
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰ মাহ আৰম্ভ হ’ল৷ ছেপ্টেম্বৰ মাহ উৎসৱৰ মাহ৷ লগতে এই মাহতেই কেইবাটাও গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ তাৰ মাজতেই উল্লেখযোগ্য হৈছে শুক্ৰৰ গোচৰ৷ আগন্তুক ১৫ ছেপ্টেম্বৰত সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ একেদিনাই কন্যা ৰাশিলৈ যাব বুধ৷ এই দুই গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ ফলত শুভ যোগ গঠিত হব৷ ১৫ ছেপ্টেম্বৰৰ পৰা গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই ৰাজযোগৰ শুভ প্ৰভাৱত ছেপ্টেম্বৰৰ মাজভাগৰ পৰা প্ৰচুৰ অৰ্থলাভ হব চাৰি ৰাশিৰ জাতকৰ৷ জানি থওক ১৫ ছেপ্টেম্বৰৰ পৰা দুই হাতেৰে ধন বুটলিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

শুক্ৰ আৰু বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত চকুৰ লগা উন্নতি হব মেষ ৰাশিৰ জাতকৰ৷ ১৫ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বেকাৰসকলে নতুন চাকৰি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷

মিথুন ৰাশি

ছেপ্টেম্বৰৰ মাজৰ পৰা কেৰিয়াৰত উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ অফিচত পদোন্নতি পাব পাৰে৷ কামৰ দায়িত্ব আৰু পদমৰ্যাদাৰ ওপৰি দৰমহা বাঢ়িব৷ যিসকলে চৰকাৰী চাকৰি লাভ কৰাৰ চেষ্টা কৰিছে তেওঁলোকেও সাফল্য পাব৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ ঘৰত সুখ শান্তি থাকিব৷

কন্যা ৰাশি

১৫ ছেপ্টেম্বৰৰ পৰা সৌভাগ্যৰ দুৱাৰ খুলিব কন্যা ৰাশিৰ জাতকৰ৷ মোটা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ সাফল্য অৰ্জন কৰিব পাৰে৷ জীৱনত সুখ থাকিব৷ বিনিয়োগৰ পৰা লাভ বাঢ়িব৷

কুম্ভ ৰাশি

১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত ভাল সময় আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ উপাৰ্জনৰ নতুন উৎস পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক
ভাৰত

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

October 10, 2026
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?
বিনোদন

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

October 10, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
Next Post
চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

চন্দ্ৰগ্ৰহণেৰে আৰম্ভ হ’ব পিতৃপক্ষ, এইবাৰৰ পিতৃপক্ষত কোন ৰাশিত কি প্ৰভাৱ পৰিব?

দামী হ’ল IPLৰ টিকট, নতুন GSTত কোহলী, শুভমনহঁতৰ খেল চাবলৈ কিমান খৰচ হ’ব আপোনাৰ?

দামী হ’ল IPLৰ টিকট, নতুন GSTত কোহলী, শুভমনহঁতৰ খেল চাবলৈ কিমান খৰচ হ’ব আপোনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.