• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

1 year ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

9 minutes ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

33 minutes ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

1 hour ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

2 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

15 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

15 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

15 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

16 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

16 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

17 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

editor by editor
January 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

হোৱাইট হাউছৰ পৰা মাথো ৫ কিমি আঁতৰতে সংঘটিত হয় এক অতিকে ভয়ংকৰ বিমান-হেলিকপ্টাৰ দুৰ্ঘটনা। এখন যাত্ৰী ভৰ্তি বিমানৰ সেনাৰ হেলিকপ্টাৰৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এখন নদীৰ ওপৰত এই দুৰ্ঘটনা সংঘটিত হোৱাত সকলো নদীত পৰে। আনহাতে বৰ্তমানলৈ ১৮ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।

ভাৰতীয় সময় অনুসৰি কালি ১৯ জানুৱাৰীৰ নিশা প্ৰায় ৯ মান বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভৱন হোৱাইট হাউছৰ সমীপত বিমানখন অৱতৰণৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। অৱতৰণৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন আমেৰিকাৰ সেনাৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে মুখামখি সংঘৰ্ষ হয় বিমান খনৰ।

দুৰ্ঘটনাৰ সময়ত বিমান খনত মুঠ ৬০ গৰাকী যাত্ৰীৰ লগতে ৪ গৰাকী ক্ৰু মেম্বাৰসহ মুঠ ৬৪ গৰাকী যাত্ৰী আছিল। ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ শাসন চম্ভালি লোৱাৰ পাছত এইটো প্ৰথমটো শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বিমান বন্দৰৰ ভালদৰে মনিটৰ নকৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাম্পে দুৰ্ঘটনাটোত শোক ব্যক্ত কৰাৰ লগতে দুৰ্ঘটনাটোক ভয়ংকৰ দুৰ্ঘটনা বুলি অবিহিত কৰিছে।

লগতে দুৰ্ঘটনাটো সন্দৰ্ভত প্ৰশ্নও উত্থাপন কৰিছে যে, কিদৰে এই দুৰ্ঘটনা হবলৈ পালে। বিমানখনে অৱতৰণৰ বাবে নিজৰ পথত আছিল। বিমানৰ লাইটো জ্বলি আছিল। আকাশো ফৰকাল আছিল, তেনে ক্ষেত্ৰত সেনাৰ হেলিকপ্টাৰ খনে কিয় নিজৰ গতি পথ সলনি কৰি নললে নাইবা ওপৰ বা তললৈ হেলিকপ্টাৰখন নিনিলে ? কন্ট্ৰোল টাৱাৰেও কিয় হেলিকপ্টাৰ খনক বিমানখনৰ বিষয়ে জনোৱা নাছিল। দুৰ্ঘটনাটো হোৱাৰ পৰা ৰখাব পৰা গ’ল হেঁতেন বুলিও মন্তব্য কৰে ট্ৰাম্পে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America Flight CrashFlight and helicopter crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
Next Post
যোৰহাটত উলংগ বাবা, বাবাক লৈ ৰাজপথত শোভাযাত্ৰা, পাছে এতিয়া চাৰিওফালে উত্তেজনা

যোৰহাটত উলংগ বাবা, বাবাক লৈ ৰাজপথত শোভাযাত্ৰা, পাছে এতিয়া চাৰিওফালে উত্তেজনা

চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ

চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.