• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ

চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

4 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

4 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

5 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

5 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

6 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

7 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

8 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

8 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

9 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

10 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ

editor by editor
January 30, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ
0
SHARES
436
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী হাস্পতালত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে, অন্যথা বিপদ

চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকলৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।

এতিয়াৰে পৰা হাস্পতালত নোপোৱা বা উপলব্ধ নোহাৱা ঔষধ ৰোগীক লিখি দিব নোৱাৰিব চিকিৎসকে।

ৰোগীয়ে অভিযোগ দিলেই বিপদত পৰিব চিকিৎসক। কাইলৈ ৩১ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ’ব এই নিয়ম।

ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়লৈ নিৰ্দেশনা মন্ত্ৰী অশোক সিংঘালৰ।

নিয়ম উলংঘা কৰিলে চাকৰি পৰ্যন্ত হেৰুৱাব পাৰে চিকিৎসকে।

চিকিৎসকে লিখি দিয়া ঔষধ নাপালে লগে লগে ৰোগীয়ে দিব পাৰিব অভিযোগ।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰে শীঘ্ৰেই মুকলি কৰিব বিশেষ হোৱাটচএপ নম্বৰো।

ৰোগীয়ে বিশেষ নম্বৰত প্ৰেছক্ৰিপছনৰ ফটো দিলেই চাকৰি হেৰুৱাব সেই প্ৰেছক্ৰিপছন লিখি দিয়া চিকিৎসকে।

ৰোগীয়ে বাহিৰৰ পৰা ঔষধ কিনিবলগীয়া হ’লে বিপদত পৰিব চিকিৎসক। কাইলৈ পৰা কাৰ্যকৰী হ’ব এই বিশেষ নিয়ম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam governmentAssam Govt HospitalAssam HospitalAssam-Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
ভাৰতৰ একমাত্ৰ ৰে’ল, য’ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ

ভাৰতৰ একমাত্ৰ ৰে'ল, য'ত যাত্ৰাৰ বাবে প্ৰয়োজন নাই টিকটৰ, টিকট অবিহনে যাত্ৰা যাত্ৰীৰ

আপুনিয়ো এই দিশত বহি খাদ্য গ্ৰহণ কৰে নেকি, পাব নকৰাত্মক শক্তিহে

আপুনিয়ো এই দিশত বহি খাদ্য গ্ৰহণ কৰে নেকি, পাব নকৰাত্মক শক্তিহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.