• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

52 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

5 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

1 hour ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

নিৰাপত্তাৰে গিজগিজাই থকা অৱস্থাত আদালতত প্ৰৱেশ অমৃতপ্ৰভাৰ

editor by editor
October 14, 2026
in অসম, বিবিধ, লেখা
0
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে চৰ্চা। এই গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰি কাৰাগাৰৰ বাহিৰলৈ ওলাই আহিলেও এতিয়াও তেওঁৰ আইনী জটিলতা শেষ হোৱা নাই। আদালতে বান্ধি দিয়া চৰ্ত অনুসৰি আজি তেওঁ আদালতত হাজিৰ হ’ব লাগিব। গোচৰৰ শুনানিৰ প্ৰতিটো দিনাই আদালতত উপস্থিত থকাৰ বাধ্যবাধকতা থকাৰ লগতে জামিনৰ চৰ্ত উলংঘা কৰিলে পুনৰ বিপদত পৰিব পাৰে অমৃতপ্ৰভা।

আজি আদালতত হাজিৰ অমৃতপ্ৰভা

প্ৰাপ্ত তথ্য অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অমৃতপ্ৰভা মহন্তক শুনানিৰ দিনা আদালতত ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। দৈনিক ফাষ্টট্ৰেক আদালতত গোচৰটোৰ শুনানি চলি থকাৰ সময়ত তেওঁ আদালতৰ নিৰ্দেশ মানি চলিব লাগিব। জামিন লাভ কৰাৰ অৰ্থ এইটো নহয় যে গোচৰৰ পৰা তেওঁ সম্পূৰ্ণৰূপে মুক্তি লাভ কৰিছে। বৰং বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত আদালতে বান্ধি দিয়া প্ৰতিটো চৰ্ত পালন কৰাটো তেওঁৰ বাবে বাধ্যতামূলক।

হাফলং উপ কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছতো অমৃতপ্ৰভা মহন্তৰ বাবে আইনী প্ৰত্যাহ্বান অব্যাহত আছে। আদালতৰ চৰ্ত উলংঘা কৰিলে তেওঁৰ জামিন বাতিল হোৱাৰ আশংকা থাকিব পাৰে। বিশেষকৈ গোচৰৰ সৈতে জড়িত কোনো প্ৰমাণ নষ্ট কৰা, তদন্ত বা বিচাৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰা অথবা আদালতৰ নিৰ্দেশ অমান্য কৰাৰ পৰা তেওঁ বিৰত থাকিব লাগিব। জামিনৰ চৰ্ত ভংগ কৰাৰ অভিযোগ উত্থাপিত হ’লে আদালতে বিষয়টো পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

আজি অধিবক্তাৰ লগত ফাষ্টট্ৰেক আদালতলৈ আহে  জুবিন ঘটনাৰ অভিযুক্ত অমৃতপ্ৰভা। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আদালতৰ চৌপাশ। পূৰ্বে কোনো দিনে নেদেখা নিৰাপত্তাৰ বেহু গঢ়ি তুলিছে ফাষ্টট্ৰেক আদালতত।

ইয়াৰ মাজতে অমৃতপ্ৰভা আৰু অধিবক্তাৰ আদালতত অহাৰ লগে লগে সাংবাদিকে আগুৰি ধৰি বিভিন্ন প্ৰশ্ন সুধিবলৈ চেষ্টা কৰে। অমৃতপ্ৰভা আৰু অধিবক্তাৰ বিৰুদ্ধেও সাংবাদিকক ধমকৰ অভিযোগ উত্থাপন হৈছে। ‘Don’t Do this, ৰাস্তা উলিয়াই দিয়ক…এইদৰে কৈ অমৃতপ্ৰভাক আদালতৰ ভিতৰলৈ লৈ গ’ল অধিবক্তাই।

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিত অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু ৰাজা বৰুৱা আৰু ৰাজেশ ভূঞাৰ সৈতে অমৃতপ্ৰভা মহন্তৰ আদালতত মুখামুখি হোৱাৰ বিষয়টোৱেও বিশেষ চৰ্চা লাভ কৰিছে। গোচৰৰ শুনানিত সংশ্লিষ্ট লোকসকলৰ উপস্থিতি আৰু আদালতৰ কাৰ্যবিধিৰ ওপৰত নিৰ্ভৰ কৰিব পৰৱৰ্তী পৰিস্থিতি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

October 14, 2026
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
Next Post
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.