• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

1 month ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

PCOS নে PMOS? মহিলাসকলে ভুলতো আওকাণ নকৰিব এনেবোৰ লক্ষণ

1 hour ago
স্বামীৰ সন্মুখত প্ৰথমে পত্নীৰ সৈতে অপকৰ্ম, তাৰ পিছত…!

স্বামীৰ সন্মুখত প্ৰথমে পত্নীৰ সৈতে অপকৰ্ম, তাৰ পিছত…!

2 hours ago
ৰাজ্যত দুটাকৈ ৰে’ল দুৰ্ঘটনা, জানক কোনকেইখন ৰে’লৰ যাত্ৰা বাতিল

ৰাজ্যত দুটাকৈ ৰে’ল দুৰ্ঘটনা, জানক কোনকেইখন ৰে’লৰ যাত্ৰা বাতিল

4 hours ago
সাৱধান হওঁক এই ৩ ৰাশিৰ জাতক-জাতিকা!

সাৱধান হওঁক এই ৩ ৰাশিৰ জাতক-জাতিকা!

4 hours ago
হিন্দু প্ৰেমিকৰে মুছলমান যুৱতীৰ বিৱাহ, কিন্তু…

হিন্দু প্ৰেমিকৰে মুছলমান যুৱতীৰ বিৱাহ, কিন্তু…

5 hours ago
বিৰোধী-শাসক সন্মিলিত অদ্ভুত চৰকাৰৰ প্ৰস্তাৱ নেতান্যাহুৰ! কোন হ’ব ইজৰাইলৰ PM?

বিৰোধী-শাসক সন্মিলিত অদ্ভুত চৰকাৰৰ প্ৰস্তাৱ নেতান্যাহুৰ! কোন হ’ব ইজৰাইলৰ PM?

5 hours ago
কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

কৰুণ, হৃদয়বিদাৰক ঘটনা, স্বামীক বচাবলৈ গৈ পত্নী-পুত্ৰৰো কৰুণ মৃত্যু

6 hours ago
বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

বিদ্যালয়ত পিন্ধিব নোৱাৰিব বোৰ্খা-নিকাব, নতুন শিক্ষা আইনক লৈ তীব্ৰ বিতৰ্ক

6 hours ago
বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

বিছলেৰীত পুনৰ ধৰা পৰিল অসুৰক্ষিত খোৱাপানীৰ নমুনা

8 hours ago
বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

বৃহৎ ৰাজনৈতিক খবৰ, মহিলা জিলা আয়ুক্তক নিৰ্যাতন; গ্ৰেপ্তাৰ বিধায়ক

8 hours ago
হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

হৃদয় বিদাৰক ঘটনা! বিৱাহৰ ২৪ ঘণ্টা পিছতে দৰাৰ কৰুণ মৃত্যু

9 hours ago
চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

চাইবাৰ প্ৰৱঞ্চনাত নিয়োজিত ১৬৪ বিদেশী নাগৰিকক উদ্ধাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

অভিনেত্ৰী ফাৰহানাই উদঙালে বলীউডৰ ক'লা জগতৰ কাহিনী!

editor by editor
October 14, 2026
in চিনেমা, বিনোদন, ভাৰত, লেখা
0
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
0
SHARES
926
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত বৰ্ষৰ বিগ বছৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী ফাৰহানাই শেহতীয়াকৈ এটা সাক্ষাৎকাৰৰ জৰিয়তে উদঙাইছে বলীউডৰ ভিতৰতো থকা ক’লা জগতৰ কাহিনী। মডেলিঙৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা কাশ্মীৰৰ ফাৰহানাই সাংবাদিকতাৰ ক্ষেত্ৰতো কাম কৰিছিল। পিছত অভিনয় জগতত ভৰি দিয়ে তেওঁ। কেৰিয়াৰৰ আৰম্ভণিতে মুম্বাইত এটা কাষ্টিং কেলেংকাৰিৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকী। সেই সময়ত এখন চুক্তিত পৰিচালকৰ ফাৰ্ম হাউছত থাকিবলগীয়া হোৱাৰ দৰে সন্দেহজনক চৰ্ত আছিল বুলি তেওঁ জানিবলৈ দিছিল। আনহাতে, ‘বিগ বছ’ত অংশগ্ৰহণ কৰাৰ পূৰ্বে যিসকল ফেশ্বন ডিজাইনাৰে তেওঁৰ বাবে কাপোৰ ডিজাইন কৰিবলৈ অস্বীকাৰ কৰিছিল, অনুষ্ঠানটোৰ পিছত সেইসকল লোকেই লাখ লাখ টকাৰ প্ৰস্তাৱ লৈ তেওঁৰ কাষ চাপিছিল বুলি প্ৰকাশ পাইছে।

‘লায়লা মজনু’ ছবিত অভিনয়ৰ সুযোগ পাইছিল যদিও তাৰকা হোৱাৰ সপোনত নহয়, টকাৰ প্ৰয়োজনতে কাম কৰিছিল ফাৰহানাই। মুম্বাইত কাষ্টিং কেলেংকাৰীৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰাৰ লগতে ‘বিগ বছ’ৰ পিছত সলনি হোৱা জীৱনৰ অভিজ্ঞতাও প্ৰকাশ কৰিলে ফাৰহানা ভাটে। অভিনেত্ৰী ফাৰহানা ভাটৰ জীৱন সংগ্ৰামৰ কাহিনী যথেষ্ট প্ৰেৰণাদায়ক। কেৰিয়াৰৰ আৰম্ভণিতে তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। কেতিয়াবা অভিনয়ৰ সুযোগৰ নামত প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ আশংকা, কেতিয়াবা আৰ্থিক সমস্যাৰ সৈতে যুঁজ, আনহাতে কেতিয়াবা নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ সংগ্ৰাম। শেহতীয়াকৈ নিজৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি ফাৰহানাই জনাইছে যে কেনেদৰে কঠিন পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি আহি তেওঁ আজি এই স্থানত উপনীত হৈছে।

ফাৰহানা ভাটে সদৰী কৰে যে, তেওঁ যেতিয়া ‘লায়লা মজনু’ ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল, তেতিয়া তেওঁৰ মনত তাৰকা হোৱাৰ বিশেষ সপোন নাছিল। বৰঞ্চ, ছবিখনৰ বাবে ভাল পাৰিশ্ৰমিক পোৱাৰ বাবেহে তেওঁ অভিনয় কৰিবলৈ সন্মত হৈছিল। তেওঁৰ ধাৰণা আছিল যে ছবিখনে হয়তো বিশেষ সফলতা লাভ নকৰিব। কিন্তু পৰৱৰ্তী সময়ত ছবিখন কাশ্মীৰত যথেষ্ট জনপ্ৰিয় হৈ পৰে। ছবিখনৰ জনপ্ৰিয়তাৰ পিছত আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই তেওঁৰ মাতৃক অভিনন্দন জনাবলৈ ঘৰলৈ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ইমতিয়াজ আলী আৰু চাজিদ আলীৰ দৰে পৰিচালকৰ সৈতে কাম কৰাৰ বাবে মানুহে ফাৰহানাক লৈ গৌৰৱ অনুভৱ কৰিবলৈ ধৰে। এই অভিজ্ঞতাই তেওঁৰ জীৱনত এক বিশেষ স্থান লাভ কৰে।

অভিনয় জগতত কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত ফাৰহানা ভাটে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। এগৰাকী মহিলাই বলীউডৰ ছবিত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভন দেখুৱাই তেওঁক মুম্বাইলৈ মাতিছিল। ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব বুলি জনোৱাৰ লগতে হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছে বুলিও কোৱা হৈছিল। কিন্তু মুম্বাইত উপস্থিত হোৱাৰ পিছত তেওঁক হোটেললৈ নিয়াৰ পৰিৱৰ্তে এগৰাকী পৰিচালকৰ ঘৰলৈ লৈ যোৱা হয়। নিশা বহু সময় ধৰি তেওঁক তাত বহুৱাই ৰখা হৈছিল। লাহে লাহে ফাৰহানাৰ মনত সন্দেহৰ সৃষ্টি হয় আৰু তেওঁ পৰিস্থিতিটো স্বাভাৱিক নহয় বুলি বুজিবলৈ সক্ষম হয়।

ফাৰহানাই প্ৰকাশ কৰা মতে, নিশাৰ ভাগত তেওঁক এখন চুক্তিপত্ৰ পঢ়িবলৈ দিয়া হৈছিল। সেই চুক্তিপত্ৰত এনে কিছুমান চৰ্ত উল্লেখ আছিল, যিবোৰে তেওঁক অধিক সন্দিহান কৰি তোলে। চুক্তি অনুসৰি, অভিনেতা-অভিনেত্ৰীসকলে এসপ্তাহ বা দুসপ্তাহ পৰ্যন্ত পৰিচালকজনৰ ফাৰ্মহাউছত থাকিব লাগিব বুলি উল্লেখ কৰা হৈছিল। চৰ্তসমূহ পঢ়াৰ পিছতে ফাৰহানাই পৰিস্থিতিটো সন্দেহজনক বুলি উপলব্ধি কৰে। তেওঁ তৎক্ষণাৎ তেওঁক মুম্বাইলৈ মাতি পঠিওৱা মহিলাগৰাকীক ফোন কৰি তাত উপস্থিত হ’বলৈ কয়। এই ঘটনাই অভিনয়ৰ সুযোগ বিচাৰি আগবাঢ়ি যোৱা নতুন শিল্পীসকলৰ বাবে কিমান সাৱধান হোৱা প্ৰয়োজন, সেই কথাও স্পষ্ট কৰি তোলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

PCOS নে PMOS? মহিলাসকলে ভুলতো আওকাণ নকৰিব এনেবোৰ লক্ষণ

November 28, 2026
স্বামীৰ সন্মুখত প্ৰথমে পত্নীৰ সৈতে অপকৰ্ম, তাৰ পিছত…!
ভাৰত

স্বামীৰ সন্মুখত প্ৰথমে পত্নীৰ সৈতে অপকৰ্ম, তাৰ পিছত…!

November 28, 2026
সাৱধান হওঁক এই ৩ ৰাশিৰ জাতক-জাতিকা!
জীৱনশৈলী

সাৱধান হওঁক এই ৩ ৰাশিৰ জাতক-জাতিকা!

November 28, 2026
হিন্দু প্ৰেমিকৰে মুছলমান যুৱতীৰ বিৱাহ, কিন্তু…
ভাৰত

হিন্দু প্ৰেমিকৰে মুছলমান যুৱতীৰ বিৱাহ, কিন্তু…

November 28, 2026
Next Post
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ'চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

'মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব...'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.