• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড

বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড

1 year ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

59 minutes ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

1 hour ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

2 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

3 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

15 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

16 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

16 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

16 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

17 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

18 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড

editor by editor
December 15, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড
0
SHARES
750
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক ডিগ্ৰীধাৰী, যিয়ে ৬৭ বছৰ বয়সত গঢ়িলে ৰেকৰ্ড

দশক দশক ধৰি বলীউডত শাসন কৰি অহা কাপুৰ পৰিয়ালৰ বিষয়ে নজনা হয়তো কোনোৱেই নাই। এই পৰিয়ালে ভাৰতীয় চিনেমাক অগণন ছুপাৰষ্টাৰ দিছে, কিন্তু এই পৰিয়ালটোৰ এটা কথা আছে যিটো অতি কম সংখ্যক লোকেহে জানে। কাপুৰ পৰিয়ালৰ কোনো পুত্ৰই কেতিয়াও উচ্চ শিক্ষা লাভ কৰা নাছিল। কিন্তু এই পৰিয়ালত এনে এজন সদস্য আছে যিয়ে এই পৰম্পৰা ভংগ কৰি নতুন আদৰ্শ দাঙি ধৰিছে।

ভাৰতীয় চিনেমাত কাপুৰ পৰিয়ালৰ নাম অতি শ্ৰদ্ধাৰে লোৱা হয়। অভিনয় হওক, পৰিচালনাই হওক বা লেখাই হওক, কাপুৰ পৰিয়ালৰ প্ৰতিজন সদস্যই কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত নিজৰ নাম উজলাইছে।

কিন্তু এই পৰিয়ালত কেতিয়াও দেখা নোপোৱা এটা কথা আছিল শিক্ষা। কাপুৰ পৰিয়ালৰ সকলো পুৰুষে চিনেমা জগতত নাম অৰ্জন কৰিবলৈ শিক্ষাক অৱহেলা কৰিছিল। এই পৰিয়ালটোৰ কোনো সদস্যৰ কলেজৰ ডিগ্ৰী নাই যদিও এতিয়া এজন সদস্যই সকলোকে আচৰিত কৰি তুলিছে।

ছাম্মি কাপুৰৰ পুত্ৰ আৰু ৰাজ কাপুৰৰ ভতিজা আদিত্য ৰাজ কাপুৰ। আদিত্য ৰাজ কাপুৰ কাপুৰ পৰিয়ালৰ একমাত্ৰ স্নাতক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আদিত্যই ৬৭ বছৰ বয়সত এই ডিগ্ৰী লাভ কৰিছিল।

২০২৩ চনত আদিত্যই ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত আদিত্যই আৰু এখোজ আগুৱাই গৈ ২০২৪ চনত শিক্ষাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে। বৰ্তমানে তেঁও এগৰাকী শিক্ষক।

আদিত্যৰ চলচ্চিত্ৰ কেৰিয়াৰ বিশেষ নাছিল। ছাম্মি কাপুৰ আৰু গীতা বালিৰ পুত্ৰ আদিত্যই চলচ্চিত্ৰ জগতত কাম কৰিছিল যদিও তেওঁৰ কেৰিয়াৰ বেছি দিন টিকিব নোৱাৰিলে। ইয়াৰ পিছত আদিত্যই ব্যৱসায়ৰ ফালে ধাৱমান হয় আৰু তাৰ পিছত ২০১০ চনত অভিনয়লৈ ঘূৰি আহে। ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ লগতে ২০১৪ চনত টিভি শ্ব’ ‘এভাৰেষ্ট’ত অভিনয় কৰিছিল। কিন্তু চলচ্চিত্ৰ জগতৰ সৈতে সম্পৰ্ক ভাঙি তেওঁ শিক্ষাৰ ফালে মুখ কৰিলে।

আচলতে ৰাজ কাপুৰে কৈশোৰ কালত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল আৰু সোনকালেই স্কুল ত্যাগ কৰিছিল। ইয়াৰ পিছত কাপুৰ পৰিয়ালৰ সকলো পুত্ৰই পঢ়া-শুনা এৰি চিনেমাত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কম বয়সতে কাম আৰম্ভ কৰে। যদিও ৰণবীৰ কাপুৰে কলেজত নামভৰ্তি কৰিছিল, বলিউডত নিজৰ সপোন পূৰ কৰিবলৈ শিক্ষা সমাপ্ত নকৰাকৈয়ে কলেজ ত্যাগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

April 13, 2026
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
Next Post
শনি-শুক্ৰকে ধৰি ৪টা গ্ৰহৰ ২০২৫ চনত ওলোটা গতি; ৩ ৰাশিৰ হ’ব উপকাৰ, বাঢ়িব ধন

শনি-শুক্ৰকে ধৰি ৪টা গ্ৰহৰ ২০২৫ চনত ওলোটা গতি; ৩ ৰাশিৰ হ'ব উপকাৰ, বাঢ়িব ধন

যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে

যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.