• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল 

বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল 

1 year ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 hour ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

4 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

5 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

5 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

6 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

7 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল 

editor by editor
December 2, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল 
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল

বৰপেটাৰ সৰভোগত অতিকে মৰ্মান্তিক ঘটনা, কন্যাৰ বিয়াৰ দিনাই কৰুণ মৃত্যুক সাৱটিলে পিতৃয়ে। কন্যাৰ বিয়াৰ ৰভাতলিত পৰি ৰল পিতৃৰ নিথৰ দেহ। ক্ষন্তেকতে হেৰাই গল বিয়া ঘৰৰ সকলো হাঁহি-ফুৰ্তি। তাৰ ঠাই ল’লে ৰাউচি জোৰা কান্দোন।

আজি আঘোণ মাহৰ ১৬ তাৰিখ ২ ডিচেম্বৰ, শান্তি দাসৰ কন্যা নিশিতা দাসৰ আজি শুভ বিবাহ। দুখীয়া পৰিয়ালটোৱে আত্মীয়-কুটুম্বৰ পৰা সহায় লৈ কোনোমতে বিয়াৰ আয়োজন কৰিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। যোৱা কালি ১ ডিচেম্বৰ তাৰিখে নলবাৰীৰ কৈঠালকুছীৰ প্ৰাঞ্জল বৰ্মনে জোৰণ দি যোৱাৰ পিছতে নিশা অসুস্থ হৈ পৰে কইনাৰ দেউতাক শান্তি দাস।

পৰিয়ালে নিশাই সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎকে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসা আৰম্ভ কৰাৰ পিছতে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানে শান্তি দাসে। লগে লগে ঘৰত খনত হুৱাদুৱা লাগি যায়। মুহুৰ্ততে সকলোফালে কান্দোনৰ ৰোল।

অতিকে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল শান্তি দাস, যিয়ে সৰভোগ বজাৰৰ এটি সৰু কোঠাত কাপোৰ ইষ্ট্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল।

কন্যাৰ বিয়া উপলক্ষে পৰিয়ালটোৱে কোনোমতে আত্মীয় কুটুমৰ পৰা সহায় ভিক্ষা বিচাৰি বিবাহৰ যা-যোগাৰ কৰিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, পিতৃৰ জীৱনৰ অন্তিমটো ইচ্ছা, তথা অতিকে হেঁপাহ কৰা কন্যাদানৰ দায়িত্ব পালন কৰাৰ দিনাই ইহ লোক ত্যাগ কৰে।

বিবাহৰ কইনা বিদায়ৰ পৰিৱৰ্তে আজিৰ দিনটোত পিতৃক চাঙীত তুলি শ্মশানলৈ গাঁৱৰ ৰাইজে। যি দৃশ্যই এতিয়া কেৱল পৰিয়ালটোকেই নহয় সমগ্ৰ গাঁওখনতে শোকৰ বন্যা বোৱাইছে। পুৱা বিবাহৰ ৰভাথলীত দেউতাকৰ মৃতদেহৰ ওচৰত আয়তিৰ উৰুলিৰ পৰিবৰ্তে কান্দোনৰ ৰোল। কালি

ইপিনে নলবাৰীৰ কৈঠালকুছী নিবাসী দৰা প্ৰাঞ্জল বৰ্মণৰ বাসগৃহত কাইলৈ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান। সেয়ে আজি কইনাৰ পিতৃ শান্তি দাসৰ শেষকৃত্যৰ পাছতে দৰা ঘৰৰ লোকে কইনা ঘৰৰ লগত সহমতিৰে জোৰোণ পিন্ধাই যোৱা কইনা নিশিতাক লৈ যায়। দৰা ঘৰতে বিয়া সম্পন্ন হব নিশিতাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলত কোন কোন! খেলি থকা দুগৰাকী খেলুৱৈ বাহিৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলত কোন কোন! খেলি থকা দুগৰাকী খেলুৱৈ বাহিৰ

দৃশ্য দেখিলে শিয়ঁৰি উঠিব আপুনিও, এমাহে ধৰি কনমানিৰ নাকৰ ভিতৰত জোক

দৃশ্য দেখিলে শিয়ঁৰি উঠিব আপুনিও, এমাহে ধৰি কনমানিৰ নাকৰ ভিতৰত জোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.