• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনিও খায় নেকি পেৰাচিটামল, সাৱধান! ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল

আপুনিও খায় নেকি পেৰাচিটামল, সাৱধান! ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল

2 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

7 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

7 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

8 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

9 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

9 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

11 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

11 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

11 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

12 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

13 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপুনিও খায় নেকি পেৰাচিটামল, সাৱধান! ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল

editor by editor
September 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আপুনিও খায় নেকি পেৰাচিটামল, সাৱধান! ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনিও খায় নেকি পেৰাচিটামল, সাৱধান! ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল

যদি আপুনি জ্বৰ বা বিষ হ’লে লগে লগে পেৰাচিটামল সেৱন কৰে, তেন্তে সাৱধান হওক। ড্ৰাগছ নিয়ন্ত্ৰক কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে শেহতীয়াকৈ মাহেকীয়া ড্ৰাগছ এলাৰ্ট জাৰি কৰিছে। ইয়াত পেৰাচিটামলকে ধৰি ৫৩টা ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে।
এই ঔষধসমূহৰ ভিতৰত কেলচিয়াম আৰু ভিটামিন ডি ৩ পৰিপূৰক, ডায়েবেটিছ প্ৰতিৰোধী বড়ি আৰু উচ্চ ৰক্তচাপৰ ঔষধো আছে। এই প্ৰতিবেদনে সাধাৰণ মানুহৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে।

চিডিএছচিঅ’ই এই ৫৩বিধ ঔষধক নট অৱ ষ্টেণ্ডাৰ্ড কোৱালিটি (এনএছকিউ) এলাৰ্ট হিচাপে ঘোষণা কৰিছে। ৰাজ্যিক ড্ৰাগছ বিষয়াসকলে কৰা ৰেণ্ডম মাহেকীয়া নমুনা সংগ্ৰহৰ পৰা এন এছ কিউ সতৰ্কবাণী সৃষ্টি কৰা হয়। গুণগত মান পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ঔষধসমূহৰ ভিতৰত আছে ভিটামিন চি আৰু ডি৩ টেবলেট শ্বেলকাল, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি চফ্টজেল, এন্টিএচিড পান-ডি, পেৰাচিটামল টেবলেট আই পি ৫০০ মিলিগ্ৰাম, ডায়েবেটিছৰ ঔষধ গ্লাইমপিৰাইড।

এই ঔষধসমূহ হেটেৰ’ ড্ৰাগছ, আলকেম লেবৰেটৰীজ, হিন্দুস্তান এন্টিবায়টিকছ লিমিটেড, কৰ্ণাটক এন্টিবায়টিকছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড, মেগ লাইফছায়েন্সেছ আৰু পিউৰ এণ্ড কিউৰ হেল্থকেয়াৰ আদি কোম্পানীয়ে প্ৰস্তুত কৰে। পেটৰ সংক্ৰমণ পৰীক্ষাৰ বাবে বহুলভাৱে ব্যৱহৃত মেট্ৰনিডাজ’ল ঔষধো গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে। এই ঔষধ পি এছ ইউ কোম্পানী হিন্দুস্তান এন্টিবায়টিক লিমিটেডে প্ৰস্তুত কৰে।

ড্ৰাগ ৰেগুলেটৰে প্ৰকাশ কৰিছে গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা ঔষধৰ দুখন তালিকা। প্ৰথম তালিকাত ৪৮ টা জনপ্ৰিয় ঔষধৰ নাম সন্নিবিষ্ট কৰা হৈছে। একে সময়তে ৫টা ঔষধ দ্বিতীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা সেই ঔষধ কোম্পানীসমূহৰ বাবেও উত্তৰৰ অংশ ৰখা হৈছে।

কিন্তু, এই সন্দৰ্ভত অহা সঁহাৰিয়ে ইংগিত দিছে যে এই কোম্পানীসমূহে ঔষধসমূহক ভুৱা বুলি অভিহিত কৰি দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে। এতিয়া এই সন্দৰ্ভত এই কোম্পানীসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ’ব লক্ষ্যণীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Human HealthIndian MedicinemedicineQuality Test
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি

এইবাৰ লৈ আহিব পাৰিব প্ৰশ্ন কাকত, লগতে আৰু কি কি নিয়ম, মুখ্যমন্ত্ৰীৰ সদৰি

ৰাহুৰ নক্ষত্ৰমণ্ডলত শুক্ৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশি সমৃদ্ধিশালী হ’ব; সুখেৰে ভৰি পৰিব দিন

ৰাহুৰ নক্ষত্ৰমণ্ডলত শুক্ৰ ট্ৰেনজিটৰ বাবে ৩ ৰাশি সমৃদ্ধিশালী হ’ব; সুখেৰে ভৰি পৰিব দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.