• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

5 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

6 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

7 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

7 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

8 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

9 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

10 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

10 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

10 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

11 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

11 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

editor by editor
March 27, 2024
in জীৱনশৈলী, ভাৰত
0
চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক
0
SHARES
20.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ৮ এপ্ৰিল ২০২৪ চৈত্ৰ অমাবস্যা তিথি৷ এই অমাবস্যাতেই এইবাৰ বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ৷ ফাকুৱাৰ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হোৱাৰ ঠিক ১৫ দিন পাছতেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ৷ বিগত ৫০ বছৰৰ অন্তত এইবাৰৰ সূৰ্যগ্ৰহণ বিশেষ হ’ব বুলি জনাইছে জ্যোতিষবিদেও৷ কাৰণ ৫০ বছৰৰ অন্ততঃ এই সূৰ্যগ্ৰহণেই হ’ব দীৰ্ঘতম সূৰ্যগ্ৰহণ৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বাবে সেই দিনটোত গ্ৰহণৰ সময়ত চন্দ্ৰৰ ছায়াত সম্পূৰ্ণৰূপে ঢাক খাই পৰিব সূৰ্য৷ ইয়াৰ ফলত দিনতেই ঘোৰ অন্ধকাৰ নামিব৷ চন্দ্ৰৰ ছায়াৰ বাবেই এই দিনটোত সূৰ্য ৭ মিনিট ৩০ ছেকেণ্ডৰ বাবে আকাশৰ পৰা হেৰাই যাব৷ অৱশ্যে ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযাব৷ দেখা নগলেও কেইটামান ৰাশিৰ জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব বুলি জনাইছে জ্যোতিষবিদে৷ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

মেষ ৰাশি
আগন্তুক ৮ এপ্ৰিলত সূৰ্যগ্ৰহণৰ শুভ প্রভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময় ব্যৱসায়ৰ বাবেও খুবেই ভাল৷ যিকোনো ব্যৱসায়ত হাত দিলেই উন্নতি খাটাং৷ এই সময়ত নিজৰ আৰ্থিক লাভৰ পৰিমান বহুপৰিমানে বৃদ্ধি পাব৷ মেষ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনো এই সময়ত উন্নত হ’ব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব৷ বেংক বেলেন্সো এই সময়ত বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত জীৱন সলনি হৈ পৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত এটাৰ পাছত আনটো ভাল খবৰ আহিব মিথুন ৰাশিৰ জাতকলৈ৷ পাবলগীয়া ধন লাভ কৰিব পাৰে৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফ এই সময়ত ঊৰ্ধগামী হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আৰ্থিক পৰিস্থিতিও উন্নত হ’ব মিথুন ৰাশিৰ জাতক৷ হঠাৎ ধনৰ আগমন ঘটিব৷

সিংহ ৰাশি
চ’ত অমাবস্যাত হ’বলগীয়া সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনত উন্নতিৰ গ্ৰাফ ঊৰ্ধগামী হ’ব সিংহ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিনীয়া কোনো সমস্যা এইবাৰ দূৰ হ’ব৷ নিজৰ বুদ্ধি আৰু সাহস কামত লগাই সকলো সমস্যাৰ সমাধান ওলিয়াব পাৰিব সিংহ ৰাশিৰ জাতকে৷ হঠাৎ হাতলৈ ধন আহিব৷ এই সময়ত বিদেশ ভ্ৰমণলৈকো যাব পাৰে৷

কন্যা ৰাশি
সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত কেৰিয়াৰ উন্নত হ’ব কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কামতেই পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জোৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব৷ চৰকাৰী কোনো প্ৰকল্পৰ কাম হাতত ল’লে লাভৱান হ’ব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে আপুনি৷ গ্ৰহণৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক নিজৰ কাষত পাব কন্যা ৰাশিৰ জাতকে৷

ধনু ৰাশি
২০২৪ৰ প্রথম সূৰ্যগ্ৰহণত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ জীৱনলৈ সফলতা আহিব৷ কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম হাতত ল’লে সফলতা অহাটো খাটাং৷ নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷ নিজৰ লক্ষ্যৰ একেবাৰেই কাষলৈ যাব ধনু ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয়ে, কোনে কৰিছে এই দাবী?

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয়ে, কোনে কৰিছে এই দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.