• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত মাহতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দেখা পাবনে ?

চলিত মাহতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দেখা পাবনে ?

1 year ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

9 minutes ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

46 minutes ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

2 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

2 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

2 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

3 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

4 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

6 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

7 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত মাহতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দেখা পাবনে ?

editor by editor
March 18, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
চলিত মাহতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দেখা পাবনে ?
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত মাহতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দেখা পাবনে ?

জ্যোতিষ শাস্ত অনুসৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ লগতে গ্ৰহণে মানুহৰ জীৱনতো গভীৰ প্ৰভাৱ পেলায়। হিন্দু ধৰ্মত সূৰ্য আৰু চন্দ্ৰগ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ধৰ্মীয় আৰু জ্যোতিষীয় প্ৰভাৱ বুলি ধৰা হয়।

প্ৰতি বছৰে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ সংঘটিত হয়। চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২৯ মাৰ্চ শনিবাৰে চম মাহৰ অমাৱস্যাত সংঘটিত হ’ব। যদিও গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা, ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াৰ গুৰুত্ব অতিশয় বেছি।

২৯ মাৰ্চত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:২১ বজাৰ পৰা গ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:১৪ বজাত শেষ হ’ব।

কিন্তু বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব আৰু সেয়েহে এই সূৰ্যগ্ৰহণৰ সুতক সময়ো ভাৰতত বৈধ নহ’ব।

যিহেতু সুতকৰ সময়সীমা বৈধ নহয়, গতিকে ধৰ্মীয় কাম-কাজৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব।

অমৱস্যাৰ তিথি শ্ৰাদ্ধ আৰু তৰ্পনৰ বাবে শুভ বুলি গণ্য কৰা হয় আৰু এই দিনটোত শ্ৰদ্ধ আৰু তৰ্পন আদি কৰিব পাৰি।

এই আংশিক সূৰ্যগ্ৰহণ ইউৰোপ, এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আটলাণ্টিক মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰৰ পৰা দেখা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025Solar EclipseSurya Grahan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?
প্ৰযুক্তি

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

June 24, 2026
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 24, 2026
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ
জীৱনশৈলী

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

June 24, 2026
Next Post
এইবাৰ ধোনীয়ে ল’লে ৰনবীৰৰ এনিমেল লুক, চাওক ভিডিঅ’

এইবাৰ ধোনীয়ে ল'লে ৰনবীৰৰ এনিমেল লুক, চাওক ভিডিঅ'

কাইলৈ বুধবাৰে গোটেই দিন গজকেশৰী যোগ, ৫ ৰাশিৰ জীৱনলৈ বাম্পাৰ সুযোগ

কাইলৈ বুধবাৰে গোটেই দিন গজকেশৰী যোগ, ৫ ৰাশিৰ জীৱনলৈ বাম্পাৰ সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.