• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

2 years ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

19 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

1 hour ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

3 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

5 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

editor by editor
January 5, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে লাভ কৰিলে ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে ২০২৪ৰ নটসূৰ্য বঁটা, চাওঁক তালিকা

আজি ৫ জানুৱাৰী তাৰিখে ঘোষণা কৰা হ’ল ২০২৪ আৰু ২০২৫ বৰ্ষৰ কেইবাটাও ৰাজ্যিক বঁটা। ইয়াৰে ভিতৰত আছে নটসূৰ্য বঁটা, শিল্পী বঁটা আদি উল্লেখযোগ্য।

দিছপুৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এক সংবাদমেলযোগে এই বঁটা আৰু সন্মানৰ বিষয়ে ঘোষণা কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। প্ৰতিটো বঁটাতে থাকিব ২ লাখ টকা সহ প্ৰশস্তি-পত্ৰ আৰু অংগবস্ত্ৰ।

ঘোষণা হোৱা অনুসৰি বিশিষ্ট শিল্পী ড০ অনিমা চৌধুৰীলৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা, লগতে লোক শিল্পী মুকুল ৰাভালৈও ২০২৫ বৰ্ষৰ শিল্পী বঁটা আগবঢ়োৱা হয়।

বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা।

আনাহতে অন্যান্য বঁটা সন্মান সমূহ এনেধৰণৰ-
অভিনেত্ৰী হীৰা নেওগলৈ সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা। বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মলৈ ভীমবৰ দেউৰী বঁটা ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam AwardNatasurya AwardSilpi Award
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

October 5, 2026
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল
অসম

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

October 5, 2026
Next Post
২০২৫ত অস্ত যাব শনি, যাৰ ফলত ৩ ৰাশিৰ জীৱনৰ পৰা নাইকিয়া হ’ব সকলো সমস্যা

২০২৫ত অস্ত যাব শনি, যাৰ ফলত ৩ ৰাশিৰ জীৱনৰ পৰা নাইকিয়া হ'ব সকলো সমস্যা

এতিয়াৰে পৰা বিয়া নপতাকৈ বুক কৰিব নোৱাৰিব ‘OYO’

এতিয়াৰে পৰা বিয়া নপতাকৈ বুক কৰিব নোৱাৰিব 'OYO'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.