• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

5 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

10 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

10 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

12 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

12 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

13 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

14 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

14 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

15 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

15 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

16 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

editor by editor
November 17, 2025
in জীৱনশৈলী
0
২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?
0
SHARES
833
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চন শেষ হ’বলৈ মাজত আৰু বেছি দিন নাই৷ ২০২৬ চন কেনে হ’ব সেই বিষয়ক লৈ সকলোৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে৷ ২০২৬ চনত কেইবাটাও গ্ৰহৰ অৱস্থান পৰিবৰ্তন হ’ব৷ আগন্তুক বছৰত মীন ৰাশিত গোচৰ কৰিব শনিয়ে৷ ইয়াৰ সৈতে বৃহস্পতি থাকিব মিথুন ৰাশিত৷ ৰাহু আৰু কেতুৱে আগন্তুক বছৰত নিজৰ স্থান পৰিবৰ্তন কৰিব৷ জ্যোতিষ গণনাই কৈছে এই সকলো গ্ৰহৰ গোচৰে ২০২৬ত এটাৰ পাছত আনটো চেলেঞ্জ আনিব কেইবাটাও ৰাশিৰ বাবে৷ জানি থওক আগন্তুক বছৰত শনি, ৰাহু, কেতু আৰু বৃহস্পতিৰ প্ৰভাৱত নানান সমস্যাত সোমাই পৰিব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

আগন্তুক বছৰত নানান মানসিক সমস্যা থাকিব মেষ ৰাশিৰ জাতকৰ৷ শনিৰ চাৰে সাতি দশাৰ প্ৰভাৱত অজানা ভয়ে আপোনাৰ মনত বাঁহ বান্ধিব৷ আৰ্থিক সমস্যা আহিব পাৰে৷ স্বাস্থ্যও ভালে নাথাকিব৷ অকাৰণে যাত্ৰা কৰিব পাৰে৷ অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰক৷

সিংহ ৰাশি

শনিৰ ধাইয়া আগন্তুক বছৰত চলিব সিংহ ৰাশিত৷ ইয়াৰ ফলত মূৰৰ বিষ, লিভাৰৰ সমস্যাত ভূগিব পাৰে৷ নানান কাৰণত মানসিক উদ্বেগ বাঢ়িব৷ প্ৰয়োজনৰ তুলনাত আয় কম হব৷ নানান প্ৰতিকূলতাৰ মাজেৰে যাব আগন্তুক বছৰতো৷

ধনু ৰাশি

শনিৰ ধাইয়া বা আঢ়ৈ দশা আগন্তুক বছৰত চলিব ধনু ৰাশিত৷ ইয়াৰ ফলত মাত্ৰাধিক খৰচ বাঢ়িব৷ আপুনি যি কামত আছে সেই কামত উন্নতি কৰিব পাৰিব৷ টেনছন বাঢ়িব৷ ইয়াৰোপৰি ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷

কুম্ভ ৰাশি

শনিৰ চাৰে সাতিৰ প্ৰভাৱ ২০২৬ চনত কুম্ভ ৰাশিত কাৰ্যকৰ হব৷ ইয়াৰোপৰি কুম্ভ ৰাশিত গোচৰো কৰিব ৰাহুৱে৷ ইয়াৰ ফলত আপোনাৰ কাম ক্ষতিগ্ৰস্থ হব৷ স্বাস্থ্য ভালে নাথাকিব৷ কেৰিয়াৰ আৰু পাৰিবাৰিক দিশো ভালে নাযাব কুম্ভ ৰাশিৰ জাতকৰ৷

মীন ৰাশি

আগন্তুক বছৰত শনিৰ চাৰে সাতিৰ অশুভ প্ৰভাৱ চলিব মীন ৰাশিত৷ ইয়াৰোপৰি এই ৰাশিৰ দ্বিতীয় ঘৰত থাকিব ৰাহু৷ হঠাৎ আপোনাৰ খৰচ বহুপৰিমানে বাঢ়িব৷ মানসিক চাপ বাঢ়িব৷ যি কামতেই হাত দিব তাতেই বাধাপ্ৰাপ্ত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

আকৌ কমিল সোণৰ দাম, সোণ ক্ৰয়ৰ বাবে এয়াই সোণালী সময়, সোমবাৰে কিমান কমিল সোণৰ দাম?

আকৌ কমিল সোণৰ দাম, সোণ ক্ৰয়ৰ বাবে এয়াই সোণালী সময়, সোমবাৰে কিমান কমিল সোণৰ দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.