• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

10 months ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

15 minutes ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

37 minutes ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

1 hour ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

2 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

3 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

3 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

4 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

5 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

6 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

6 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

7 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

editor by editor
November 17, 2025
in জীৱনশৈলী, বাণিজ্য
0
সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ
0
SHARES
723
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুৰক্ষিত বিনিয়োগ আৰু দুৰ্দান্ত ৰিটাৰ্ণৰ দিশৰ পৰা পোষ্ট অফিচৰ স্কিমসমূহ মধ্যবিত্তৰ ওচৰত অতিকৈ জনপ্ৰিয়৷ ছেভিংছ কৰি নিজৰ কষ্টোপাৰ্জিত অৰ্থৰ পৰা ভাল ৰিটাৰ্ণ পাবলৈ পোষ্ট অফিচৰ স্কিমত বিনিয়োগ কৰে বহু সাধাৰণ মানুহে৷ ডাকঘৰত শিশু, মহিলা, যুৱক, প্ৰবীণৰ বাবে একাধিক প্ৰকল্প আছে৷ পোষ্ট অফিচত সুৰক্ষিত বিনিয়োগ আৰু ৰিটাৰ্ণৰ দিশৰ পৰা একাধিক সুবিধা পায় বিনিয়োগকাৰীয়ে৷ পোষ্ট অফিচৰ তেনে এক স্কিম হৈছে টাইম ডিপোজিট স্কিম৷ ইয়াত বিনিয়োগ কৰি কেৱলমাত্ৰ সুদৰ মাধ্যমেৰেই ২ লাখ টকা উপাৰ্জনৰ সুযোগ আছে৷

সুদৰ পৰা উপাৰ্জন

পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত পৃথক পৃথক সময়সীমাৰ বাবে বিনিয়োগৰ মাধ্যমেৰে ভিন্ন ভিন্ন পৰিমাণত সুদ দিয়া হয়৷ এই চৰকাৰী প্ৰকল্পত এবছৰৰ বিনিয়োগত ৬.৯ শতাংশ, ২ বছৰৰ বিনিয়োগত ৭শতাংশ, ৩বছৰৰ বিনিয়োগত ৭.১শতাংশ আৰু ৫ বছৰৰ বিনিয়োগত চৰকাৰৰ তৰফৰ পৰা ৭.৫শতাংশ সুদ দিয়া হয়৷ অৰ্থাৎ বিনিয়োগকাৰীয়ে নিজৰ হিচাপত বিনিয়োগৰ সময়সীমা বাচি ল’ব পাৰে আৰু দুৰ্দান্ত ৰিটাৰ্ণ পায়৷

২লাখ উপাৰ্জনৰ সুযোগ

সুদৰ পৰা আয়ৰ এই স্কিম মধ্যবিত্ত বিনিয়োগকাৰীৰ বাবে খুবেই লোভনীয়৷ ৫ বছৰৰ সময়সীমা বাচি লৈ আপুনি ৫লাখ টকা বিনিয়োগ কৰিব লাগে৷ ৭.৫শতাংশ সুদৰ হিচাপত পাব ২ লাখ ২৪ হাজাৰ ৯৭৮ টকা৷ মেচিওৰিটিৰ পাছত ৫ লাখৰ ঠাইত হাতলৈ আহিব ৭ লাখ ২৪ হাজাৰ ৯৭৮ টকা৷ অৰ্থাৎ সুদৰ মাধ্যমেৰেই লাখ লাখ টকা আয়ৰ সুযোগ আছে এই স্কিমত৷

 ধন হেৰুওৱাৰ ভয় নাই

পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমত ধন হেৰুওৱাৰো ভয় নাই৷ ই সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত৷ ৫ বছৰৰ বিনিয়োগত আপুনি ইনকাম টেক্স এক্ট ১৯৬১ ৰ ছেকচন ৮০ চি অনুসৰি কৰ ৰেহাইয়ো পাব৷ ইয়াত নূন্যচম ১ হাজাৰ টকা বিনিয়োগত একাউণ্ট খোলা যাব৷ সৰ্বোচ্চ বিনিয়োগৰ এমাউণ্টৰ কোনো লিমিট নাই৷ চিংগল কিংবা জয়েণ্ট যিকোনো ধৰণৰ একাউণ্টেই খুলিব পাৰে এই স্কিমত৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিমত ১০ বছৰতকৈ বেছি বয়সীয়া শিশুৱেও একাউণ্ট খুলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
Next Post
আকৌ কমিল সোণৰ দাম, সোণ ক্ৰয়ৰ বাবে এয়াই সোণালী সময়, সোমবাৰে কিমান কমিল সোণৰ দাম?

আকৌ কমিল সোণৰ দাম, সোণ ক্ৰয়ৰ বাবে এয়াই সোণালী সময়, সোমবাৰে কিমান কমিল সোণৰ দাম?

আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত

আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.