• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত

আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত

10 months ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

38 minutes ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

1 hour ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

2 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

2 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

4 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

6 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত

আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত

editor by editor
November 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আগন্তুক বছৰত চাৰিটা শক্তিশালী ৰাজযোগ, টকাৰ বৃষ্টি হ’ব এই ৩ৰাশিত
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ গণনাৰ লক্ষ্য কৰা গৈছে যে ২০২৬ চনত কোনো কোনো ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হ’ব৷ আগন্তুক বছৰত একাধিক গ্ৰহৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱত গঠিত হ’ব কেইবাটাও শক্তিশালী ৰাজযোগ৷ এই ৰাজযোগসমূহ হৈছে হংস মহাপুৰুষ ৰাজযোগ, বুধাদিত্য ৰাজযোগ, মহালক্ষ্মী ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ৷

কেতিয়া কেতিয়া থাকিব ৰাজযোগ?

গজকেশৰী ৰাজযোগ গঠিত হ’ব ২ জানুৱাৰী ২০২৬ত৷ মিথুন ৰাশিত বৃহস্পতি আৰু চন্দ্ৰৰ যুঁটিৰ ফলত৷

১৪ মে ২০২৬ মিথুন ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হ’ব গজলক্ষ্মী ৰাজযোগ৷

২০২৬ৰ জানুৱাৰীৰ পৰা ২ জুন পৰ্যন্ত থাকিব বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ৷

বৃহস্পতি কৰ্কট ৰাশিলৈ আহিলে ২ জুন ২০২৬ত গঠিত হ’ব হংস মহাপুৰুষ ৰাজযোগ৷

জ্যোতিষবিদে জনাইছে যে এইসমূহ ৰাজযোগৰ সুপ্ৰভাৱত দুৰ্দান্ত লাভ হ’ব তিনি ৰাশিৰ জাতকৰ৷ জানি থওক আগন্তুক বছৰত টকাৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত৷

কৰ্কট ৰাশিত ৪ ৰাজযোগৰ প্ৰভাৱ

২০২৬ চনৰ আৰম্ভণিৰ পৰাই নানান দিশৰ পৰা লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷ গৃহ সম্পত্তি আৰু যানবাহনত লাভ হব পাৰে৷ পুৰণি বন্ধুৰ সৈতে আকৌ যোগাযোগ হ’ব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ বন্ধু আৰু সহকৰ্মীসকলক প্ৰয়োজনত কাষত পাব৷ আয় বাঢ়িব৷ বিবাহৰ যোগ আছে৷

কন্যা ৰাশিত ৪ ৰাজযোগৰ প্ৰভাৱ

নতুন এনাৰ্জি আৰু উৎসাহৰ সৈতে ২০২৬ চন আৰম্ভ কৰিব কন্যা ৰাশিৰ জাতকে৷ আগন্তুক বছৰত আপোনাৰ সন্মুখত নতুন পথ খুলিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত সৌভাগ্যক কাষত পাব৷ সাহস আৰু আত্মবিশ্বাস বাঢ়িব৷ পাৰিবাৰিক সম্পৰ্ক মজবুত হব৷ ভ্ৰমণৰ যোগ আছে৷

মকৰ ৰাশিত ৪ৰাজযোগৰ প্ৰভাৱ

আগন্তুক বছৰ শুভ হ’ব মকৰ ৰাশিৰ জাতকৰ বাবে৷ চাৰি ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত চকুত লগা উন্নতি কৰিব মকৰ ৰাশিৰ জাতকে৷ চিনিয়ৰ আৰু সহকৰ্মীসকলক আপুনি কাষত পাব৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ হব৷ আত্মবিশ্বাস বাঢ়িব আৰু নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাব পাৰে৷ নতুন বাহন, ঘৰ ক্ৰয়ৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
Next Post
সমগ্ৰ বছৰজুৰি চলিব শনিৰ তাণ্ডৱ, ৫ ৰাশিৰ জীৱনত নামিব ভয়ংকৰ দুৰ্যোগ, কেনেকৈ মুক্তি পাব?

সমগ্ৰ বছৰজুৰি চলিব শনিৰ তাণ্ডৱ, ৫ ৰাশিৰ জীৱনত নামিব ভয়ংকৰ দুৰ্যোগ, কেনেকৈ মুক্তি পাব?

প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য

প্ৰচুৰ পৰিশ্ৰম কৰিও মনে ভৱাধৰণে উপাৰ্জন হোৱা নাই? পাঁচ উপায় মানিলেই উজলিব অৰ্থভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.