• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

3 minutes ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! PFত সন্নিৱিষ্ট নতুন নিয়ম

33 minutes ago
যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

যৌতুকত ১৩লাখটকীয়া বাহন বিচাৰি হেৰুৱালে কনিষ্টবলৰ চাকৰি!

54 minutes ago
শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

শাহু-বোৱাৰী-ননদৰ ভয়ংকৰ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা কেনেকৈ চুৰি কৰে অলংকাৰ?

2 hours ago
বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

বিয়া কৰিবলৈ আহি বিৱাহস্থলীৰ পৰাই গ্ৰেপ্তাৰ দৰা

3 hours ago
১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

১.৮৩ লাখ কৰ্মচাৰী-পেঞ্চনাৰলৈ সুখবৰ! ৪ বছৰত ৩৬% DA বৃদ্ধি!

3 hours ago
ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

5 hours ago
সমগ্ৰ দেশতে চৰ্চিত এখন বিয়া, কইনাৰ অভ্যৰ্থনাত প্ৰস্তুত হ’ব ২০ লাখ ৰসগোল্লা!

সমগ্ৰ দেশতে চৰ্চিত এখন বিয়া, কইনাৰ অভ্যৰ্থনাত প্ৰস্তুত হ’ব ২০ লাখ ৰসগোল্লা!

5 hours ago
সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

6 hours ago
ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি

6 hours ago
সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

সলনি হ’ব পশ্চিমবংগৰ নাম! কি হ’ব পশ্চিমবংগৰ নতুন নাম?

7 hours ago
‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

‘আমাৰ বটলৰ পানী সুৰক্ষিত!’ FSSAI ৰ জাননী সন্দৰ্ভত মুখ খুলিলে Bisleri য়ে

8 hours ago
‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

‘চুক্তি নকৰিলে কৰিম যুদ্ধ!’ ইৰাণক ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান

সময়, অনুমতি সন্দৰ্ভত কি কি নিৰ্দেশনা?

editor by editor
November 23, 2026
in অসম, বিনোদন, সংগীত
0
কঠোৰ ৰাজ্যৰ প্ৰশাসন! সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ সময়ত হওঁক সাৱধান
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৎসৱ-পাৰ্বণৰ বতৰত সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান আৰু বিভিন্ন মনোৰঞ্জনমূলক কাৰ্যসূচী আয়োজনৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে। এতিয়াৰে পৰা নিশা ১০ বজাৰ পিছত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান। সংগীতানুষ্ঠানেই হওক বা মঞ্চৰ অন্য কোনো মনোৰঞ্জনমূলক কাৰ্যসূচী, সকলো অনুষ্ঠান নিশা ১০ বজাৰ পূৰ্বেই সামৰিব লাগিব। এই সন্দৰ্ভত প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি, আগন্তুক তিনিমাহৰ বাবে এই নিয়ম কঠোৰভাৱে বলৱৎ থাকিব। অৰ্থাৎ এই সময়ছোৱাত কোনো অনুষ্ঠানৰ আয়োজকে নিশা ১০ বজাৰ পিছত সাংস্কৃতিক বা মনোৰঞ্জনমূলক কাৰ্যসূচী অব্যাহত ৰাখিব নোৱাৰিব। উৎসৱৰ বতৰত বিভিন্ন স্থানত নিশা পলমলৈকে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

কেৱল সময়সীমা নিৰ্ধাৰণ কৰাই নহয়, অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰতো বাধ্যতামূলক কৰা হৈছে পূৰ্বানুমতি। জিলা দণ্ডাধীশৰ পৰা পূৰ্ব লিখিত অনুমতি লাভ নকৰাকৈ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। সেয়ে অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰা সকলো আয়োজক সমিতি আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰশাসনৰ নিৰ্ধাৰিত নিয়ম-নীতি মানি চলিব লাগিব।

এই নিৰ্দেশনা যাতে কেৱল কাগজে-কলমে সীমাবদ্ধ হৈ নাথাকে, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই নিজ নিজ এলেকাত এই নিৰ্দেশনা সঠিকভাৱে পালন কৰা হৈছে নে নাই, সেই বিষয়টো নিজে তদাৰক কৰিব লাগিব। একেদৰে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো নিৰ্দেশনাসমূহ আখৰে আখৰে পালন কৰাটো নিশ্চিত কৰিবলৈ দায়িত্ব দিয়া হৈছে।

প্ৰশাসনে স্পষ্ট কৰি দিছে যে নিৰ্ধাৰিত নিয়ম উলংঘা কৰি কোনো আয়োজকে নিশা ১০ বজাৰ পিছতো অনুষ্ঠান চলাই থাকিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। গতিকে উৎসৱৰ বতৰত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিবলৈ আগবঢ়া প্ৰতিখন আয়োজক সমিতিয়ে এই নিৰ্দেশনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব।

এতিয়া প্ৰশ্ন হৈছে, প্ৰশাসনৰ এই কঠোৰ নিৰ্দেশনাৰ ফলত উৎসৱৰ বতৰত নিশা পলমলৈকে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পৰে, সেয়া সময়েহে ক’ব। অৱশ্যে প্ৰশাসনৰ নিৰ্দেশনা মানি চলাটো সকলো আয়োজকৰ বাবে বাধ্যতামূলক হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?
বিনোদন

ছানী দেওলৰ পুত্ৰ ৰাজবীৰৰ সৈতে হ’ব নেকি শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বিৱাহ?

November 23, 2026
সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!
অসম

সাৱধান ই-ৰিক্সা চালক! ঘাইপথত ই-ৰিক্সা চলালে হ’ব পাৰে গ্ৰেপ্তাৰ!

November 23, 2026
কিয় বিক্ৰী কৰা হৈছিল জুবিনৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখন? ঋণৰ বোজা শেষ কৰিবলৈ গৰিমাই লৈছিল নেকি সিদ্ধান্ত জানক
অসম

কিয় বিক্ৰী কৰা হৈছিল জুবিনৰ সপোনৰ ৰেঞ্জ ৰ’ভাৰখন? ঋণৰ বোজা শেষ কৰিবলৈ গৰিমাই লৈছিল নেকি সিদ্ধান্ত জানক

November 23, 2026
জনপ্ৰিয় অভিনেতাৰ অকাল বিয়োগ, ৫৬ বছৰ বয়সত সকলো শেষ!
বিনোদন

জনপ্ৰিয় অভিনেতাৰ অকাল বিয়োগ, ৫৬ বছৰ বয়সত সকলো শেষ!

November 23, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.