• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

1 year ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

6 minutes ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

50 minutes ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

2 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

3 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

4 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

4 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

5 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

5 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

7 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

7 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

8 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে

editor by editor
March 21, 2025
in জীৱনশৈলী
0
ধন যোগৰ সৈতে শনিৰ কৃপা, কাইলৈ হঠাৎ অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২২ মাৰ্চ ২০২৫ শনিবাৰে চন্দ্ৰই দিনজুৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ চ’তৰ কৃষ্ণা অষ্টমী তিথি৷ পুৱা ৫ বাজি ২৩ মিনিট পৰ্যন্ত কৃষ্ণা অষ্টমী তিথি থকাৰ পাছতেই নৱমী পৰিব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ ব্যাতিপত যোগ আৰু বৰিয়ান যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে মূল নক্ষত্ৰ আৰু পাছত পূৰ্বাষাঢ়া নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনি দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ দিনটো আনন্দেৰে ভৰা দিন হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আৰামেৰে বিলাসিতাৰে দিনটো কটাব আপুনি৷ কাইলৈ আপোনাৰ কামৰ পথৰ সকলো বাধা দূৰ হব৷ কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা দেখুৱাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ আইনী গোচৰত যুক্ত থাকিলে সকলো জটিলতাৰ পৰা মুক্তি পাব৷ পৰিয়ালৰ সমৰ্থন পাব৷

সিংহ ৰাশি

কাইলৈ ২২ মাৰ্চত ধন যোগৰ প্ৰভাৱত শুভ দিন কটাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ কেৰিয়াৰত বহু কামত সহজে সাফল্য লাভ কৰিব আপুনি৷ কাইলৈ নতুন বাহন বা সম্পত্তি কিনাৰ যোগ আছে৷ পিতৃ মাতৃৰ সৈতে সম্পৰ্ক বেছ ভাল হব আপোনাৰ৷ পৰিয়ালৰো কোনো শুভ কাম আৰম্ভ হব পাৰে৷ গ্ৰহৰাজৰ আশীৰ্বাদত কাইলৈ ডাঙৰ লাভ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাইলৈ শনিবাৰে ব্যাতিপত যোগৰ শুভ প্রভাৱ থাকিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ দাম্পত্য জীৱনত সুখ থাকিব৷ পুৱাই কোনো সুখবৰ পাব পাৰে৷ কাইলৈ আত্মবিশ্বাস তুংগত থাকিব তুলা ৰাশিৰ জাতকৰ৷ কোনো জৰুৰী সিদ্ধান্ত লব পাৰে৷ ষ্টক মাৰ্কেটৰ পৰা মোটা টকা লাভ হব পাৰে আপোনাৰ৷ অফিচত পদোন্নতিৰ যোগ আছে৷

বৃশ্চিক ৰাশি

কাইলৈ দিনটো বৰিয়ান যোগৰ প্রভাৱত লাভবান হব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হব পাৰে৷ যিসকল ছিংগল, কাইলৈ তেওঁলোকৰ জীৱনত কোনো প্ৰিয় মানুহৰ আগমন হব পাৰে৷ কাইলৈ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ যাৰ কথা বহু দিন ধৰি চিন্তা কৰিছে হঠাৎ কাইলৈ তেওঁৰ সৈতে দেখা হব পাৰে৷ সম্পত্তি বিষয়ক সুখবৰ পাব পাৰে৷

মীন ৰাশি

পূৰ্বাষাঢ়া নক্ষত্ৰৰ শুভ প্রভাৱত কাইলৈ সহজেই সাফল্য লাভ কৰিব পাৰিব মীন ৰাশিৰ জাতকে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হব পাৰে৷ ইয়াৰ ফলত লাভৱান হব আপুনি৷ যিসকলে অনলাইনত ব্যৱসায় কৰিছে তেওঁলোকে কাইলৈ কোনো কামত সাফল্য পাব৷ ৰৈ থকা দৰকাৰী কাম কাইলৈ সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ নিজৰ সকলো কামতেই প্ৰচুৰ প্ৰশংসা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে
জীৱনশৈলী

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

June 18, 2026
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’
জীৱনশৈলী

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

June 18, 2026
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
Next Post
আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

আমেৰিকা ভ্ৰমণত ৩৮ কোটি, ৰাছিয়া ভ্ৰমণত ১৬ কোটি, মোদীৰ বিদেশ যাত্ৰাত কিমান খৰচ হৈছে চৰকাৰৰ? জানক প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিদেশ ভ্ৰমণৰ খৰচৰ পাৰ্থক্য

পত্নীয়ে বিচাৰিছিল ৬লাখ, আদালতে নিৰ্দেশ দিলে ৩০লাখ টকা, অবাক কৰা ক্ষতিপূৰণৰ নিৰ্দেশ কিয় দিলে আদালতে?

পত্নীয়ে বিচাৰিছিল ৬লাখ, আদালতে নিৰ্দেশ দিলে ৩০লাখ টকা, অবাক কৰা ক্ষতিপূৰণৰ নিৰ্দেশ কিয় দিলে আদালতে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.