• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

2 years ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

35 minutes ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

1 hour ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

2 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

2 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

3 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

3 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

5 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

7 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

8 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

editor by editor
March 26, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰিব পাৰিছেনে কোন, বলীউডৰ অভিনেত্ৰী-সৰু পৰ্দাৰ হাঁহিৰ কুইন, এঘণ্টাৰ কামৰ বাবদ লয় ১০ লাখ, নেট ৱৰ্থ ২২২ কোটি

বলীউডত কাম কৰি বৰ্তি থকাটো কিমান কঠিন কাম সেয়া হয়তো প্ৰায় সকলো লোকেই জানে। কিয়নো কেতিয়াবা কোনো তাৰকা এখন ছবি কৰিয়েই নাইকিয়া হৈ যায়। তাৰে মাজতে সংঘৰ্ষ কৰি সফল হব পাৰে কিছু সংখ্যকে হে।

কোনো যদি অভিনয়েৰে সফল কোনো আকৌ পৰিচালক হিচাপে, কোনো আকৌ নিজৰ লিখনিৰ জৰিয়তে সফল বলীউডৰ জগতত। তাৰে মাজতে এইগৰাকী অভিনেত্ৰী যিয়ে নিজৰ অভিনয়েৰে সকলোৰে মন মুহিত কৰাৰ পাছতো এতিয়া পাছে আন এক কামৰ জৰিয়তেহে সকলোৰে মাজত জনপ্ৰিয়।

এটা সময়ত বলীউডত প্ৰায় সকলো ছবিতে সহ অভিনেত্ৰী হিচাপে কাম কৰি সফল হৈছিল। ৰাজা হিন্দুস্তানীত ভিলেইন মাতৃ, কুচ কুচ হোতা হেইত প্ৰফেচাৰ মিছ ব্ৰিগেঞ্জা, য়ে হে মোহবতেত এগৰাকী বান্ধৱী আদি চৰিত্ৰৰে বহু প্ৰশংসা লাভ কৰিছিল।

হয় আপুনি থিকেই ধৰিব পাৰিছে ইয়াত অৰ্চনা পুৰন্দ সিঙৰে কথা কোৱা হৈছে যি বৰ্তমানে হাঁহিৰ বাবেহে অতি জনপ্ৰিয়। কমেডি চাৰ্কাচ আৰু কপিল শৰ্মাৰ কমেডি অনুষ্ঠানৰ জৰিয়তে দেশৰ প্ৰতিঘৰ মানুহৰে চিনাকি তথা প্ৰিয় হৈ পৰা অৰ্চনাই বৰ্তমানে এটা মাথো  এঘণ্টাৰ শ্ব’ত হাঁহিৰ বাবদ লয় ১০ লাখকৈ টকা।

সেই অৰ্চনা পুৰন্দ সিঙেই এটা সময়ত বি গ্ৰেড ছবিত কাম কৰিবলৈ বাধ্য হৈ পৰিছিল। প্ৰথম স্বামীক বিচ্ছেদ দি গুপুতে বহিছিল দ্বিতীয় বিবাহত। এতিয়া ২২২ কোটি টকা নেট ৱৰ্থ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Archana Purand SinghBollywoodbollywood actressComedy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

July 29, 2026
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক
জীৱনশৈলী

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

July 29, 2026
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!
জীৱনশৈলী

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

July 29, 2026
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ
জীৱনশৈলী

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

July 29, 2026
Next Post
হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত

হোলীৰ ফুৰ্তি, ছাই বুলি ভাবি গৰম অঙঠাৰ ওপৰতে পেলাই দিলে বন্ধুই বন্ধুক, তাৰ পাছত

হোলীৰ পাছতে কেনে যাব আজিৰ দিনটো; মেষ, তুলা, কুম্ভ ৰাশিৰ লোকৰ ভাগ্য উদয় হ’ব

হোলীৰ পাছতে কেনে যাব আজিৰ দিনটো; মেষ, তুলা, কুম্ভ ৰাশিৰ লোকৰ ভাগ্য উদয় হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.