• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

11 months ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 minutes ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

8 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

8 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

9 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

10 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

11 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

11 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

12 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

13 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

13 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

14 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা

editor by editor
May 26, 2025
in জীৱনশৈলী
0
আজি সৌভাগ্য যোগ, মহাদেৱৰ কৃপাত উন্নতিৰ শিখৰত উঠিব এই ৫ ৰাশিৰ জাতক জাতিকা
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সোমবাৰ। দিনজুৰি আজি মেষ ৰাশিত চন্দ্ৰই গোচৰ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আজি জেঠৰ কৃষ্ণা ত্ৰয়োদশী তিথি। জ্যোতিষ গণনা অনুসৰি আজি আছে সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ। আজি পালিত হব মাহিলী শিৱৰাত্ৰীও। আজি থাকিব প্ৰথমে উত্তৰ অশ্বিনী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰৰ প্ৰভাৱ। এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যৰপূৰ্ণ। আজি কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুথ সাফল্য আহিব জানি থওক ভাগ্যবান ৰাশিৰ তালিকা।

মেষ ৰাশি

আজি ২৫ মে বিশেষ শুভ দিন হব মেষ ৰাশিৰ জাতকৰ বাবে। আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব। সূৰ্যদেৱৰ কৃপাত আজি সকলো কামেই সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিক অৱস্থা মজবুত হব। নতুন সম্পত্তি ক্ৰয়ৰ কথাও আগুৱাব পাৰে। যিসকলে চাকৰিৰ সন্ধানত আছে তেওঁলোকেও নতুন কোনো সুখবৰ পাব পাৰে। কাৰ্যালয়ত প্ৰতিপত্তি বাঢ়িব।

বৃষ ৰাশি

আজি সৰ্বাৰ্থ সিদ্ধি যোগত নানান দিশৰ পৰা লাভৱান হব বৃষ ৰাশিৰ জাতক। আজি শিৱৰাত্ৰিত মনৰ সকলো অপূৰ্ণ ইচ্ছা পূৰণ হব বৃষ ৰাশিৰ জাতকৰ। আৰামেৰে দিনটো কটাব। লাইফষ্টাইল আৰু চিন্তাভাৱনাত পজিটিভ পৰিবৰ্তন আহিব। অতিৰিক্ত সূত্ৰৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰিব।

মিথুন ৰাশি

আজি দেৱাদিদেৱৰ কৃপা লাভ কৰিব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে। বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত অশান্তি চলিলে সেয়া আঁতৰিব। ধৰ্মীয় অনুষ্ঠানত যোগ দিব পাৰে। পূৰ্বে কৰা বিনিয়োগৰ ৰ পৰা লাভৱান হব। নতুন চাকৰি লাভৰ যোগ আছে।

ধনু ৰাশি

আজি সৰ্বাৰ্থ সিদ্ধি যোগত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ। আজি মধুৰ ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলে আপোনাক চাৰপ্ৰাইজ পাৰ্টি দিব পাৰে। আপোনাৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব। অফিচৰ সকলোকে নেতৃত্ব দি সঠিক টিম ৱৰ্ক কৰাব পাৰিব।

কুম্ভ ৰাশি

আজি মহাদেৱৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত। কৰ্মৰত ব্যক্তিয়ে উল্লেখযোগ্য সাফল্য পাব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। প্ৰতিদ্বন্দ্বীসকলে আজি কঠিন যুঁজত অৱতীৰ্ণ হব। শহুৰৰ ঘৰৰ পৰা জৰুৰী সাহায্য পাব পাৰে। দাম্পত্য জীৱনত সুখ বৰ্তি থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
চীনত ধৰা পৰিছে নতুন বেক্টেৰিয়া, চিন্তাত বিশ্ববাসী, চীনৰ ক’ত পোৱা গৈছে এই বেক্টেৰিয়া?

চীনত ধৰা পৰিছে নতুন বেক্টেৰিয়া, চিন্তাত বিশ্ববাসী, চীনৰ ক'ত পোৱা গৈছে এই বেক্টেৰিয়া?

পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?

পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.