• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?

পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?

1 year ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

10 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

11 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

11 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

12 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

12 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

13 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

15 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

15 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

16 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

16 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

16 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?

পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?

editor by editor
May 26, 2025
in জীৱনশৈলী, বিশ্ব
0
পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে পাকিস্তানে, সহায় কৰিছে চীনে! লক্ষ্য ভাৰত? মাৰ্কিন ৰিপৰ্টত প্ৰকাশ পোৱা এই তথ্য পঢ়ৃিলেনে?
0
SHARES
516
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনৰ সামৰিক আৰু অৰ্থনৈতিক সহায়তাত পাকিস্তানে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে। দেওবাৰে মাৰ্কিন প্ৰতিৰক্ষা সংস্থাই প্ৰকাশ কৰা ৱাৰ্ল্ড থ্ৰেট এছেচমেণ্টত এই তথ্য পোৱা গৈছে। ভাৰতক ভয় দেখুৱাবলৈকে পাকিস্তানৰ এই উদ্যোগ বুলিও ধাৰণা কৰিছে বহু বিশ্লেযকে।

সেই ৰিপৰ্টত উল্লেখ কৰা হৈছে যে আগন্তুক বছৰত পাকিস্তানী সেনাবাহিনীৰ শীৰ্ষ অগ্ৰাধিকাৰৰ মাজত আছে আঞ্চলিক প্ৰতিবেশীৰ সৈতে সীমান্তত সংঘৰ্ষ আৰু পাৰমাণৱিক অস্ত্ৰৰ আধুনিকীকৰণ অব্যাহত ৰখা।

ৱাৰ্ল্ড থ্ৰেট এছেচমেণ্টৰ ৰিপৰ্ট অনুসৰি- পাকিস্তানে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰ আধুনিকীকৰণ কৰিছে আৰু পাৰমাণৱিক  উপকৰণ পাৰমাণৱিক কমাণ্ড আৰু নিয়ন্ত্ৰণৰ নিৰাপত্তাও বজায় ৰাখিছে। পাকিস্তানে প্ৰায় নিশ্চিতভাৱেই বিদেশী সৰবৰাহকাৰী আৰু মধ্যস্থতাকাৰীৰ পৰাও গণবিধ্বংসী পণ্য সংগ্ৰহ কৰিছে।

ৰিপৰ্টত লগতে উল্লেখ কৰা হৈছে যে, পাকিস্তানে গণবিধ্বংসী অস্ত্ৰ তৈয়াৰৰ বাবে চীনৰ পৰাও উপকৰণ আৰু প্ৰযুক্তি লাভ কৰিছে। যাৰ মাজত কিছু স্থানান্তৰ কৰা হৈছে হংকৰ, চিংগাপুৰ, তুৰস্ক আৰু সংযুক্ত আৰৱ আমিৰচাহীৰ দৰে দেশসমূহৰ মাধ্যমেৰে। যদিও চীন, পাকিস্তানৰ সামৰিক সৰঞ্জামৰ প্ৰধান সৰবৰাহকাৰী তথাপিও পাকিস্তানত কৰ্মৰত চীনা নাগৰিকক লক্ষ্য কৰি ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ কাৰণে ইছলামাবাদৰ প্ৰতি মোহভংগ হৈছে বেইজিঙৰ। সম্পৰ্ক তিক্ত হৈয়ো উঠিছে।

ৱাৰ্ল্ড থ্ৰেট এছেচমেণ্ট ৰিপৰ্টত কোৱা হৈছে যে ভাৰতক, পাকিস্তানে নিজৰ অস্তিত্বৰ ধমকি হিচাপে চায়। ভাৰতৰ প্ৰচলিত সামৰিক সুবিধাক সৰু কৰাৰ বাবে যুদ্ধক্ষেত্ৰৰ পাৰমাণৱিক অস্ত্ৰৰ উন্নয়নসহ সামৰিক ভাণ্ডাৰ আধুনিকীকৰণৰ প্ৰচেষ্টা চলায় যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
Next Post
বৃহস্পতিৰ উদয়ে ৩ ৰাশিৰ ভাগ্য সলনি কৰিব, দূৰ হব দুঃখ-কষ্ট, সাফল্য আহিব কেৰিয়াৰত, অৰ্থসুখ আহিব কাৰ কাৰ জীৱনলৈ?

বৃহস্পতিৰ উদয়ে ৩ ৰাশিৰ ভাগ্য সলনি কৰিব, দূৰ হব দুঃখ-কষ্ট, সাফল্য আহিব কেৰিয়াৰত, অৰ্থসুখ আহিব কাৰ কাৰ জীৱনলৈ?

৫ কোটিৰ পৰা ২৩ কোটি, ভৰসা কৰিছিল এই তাৰকাৰ ওপৰতেই, কাব্যা মাৰানক ডুবালে এইবাৰ সেই ক্ৰিকেটাৰেই, কোন এই দামী ক্ৰিকেটাৰ?

৫ কোটিৰ পৰা ২৩ কোটি, ভৰসা কৰিছিল এই তাৰকাৰ ওপৰতেই, কাব্যা মাৰানক ডুবালে এইবাৰ সেই ক্ৰিকেটাৰেই, কোন এই দামী ক্ৰিকেটাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.