• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবি যোগত অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত লাভেই লাভ আপোনাৰ

ৰবি যোগত অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত লাভেই লাভ আপোনাৰ

2 years ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

23 minutes ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

44 minutes ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

2 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

2 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

3 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

5 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

5 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

6 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

7 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যই দেখুৱাব যাদু! কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য জানক

8 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

18 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰবি যোগত অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত লাভেই লাভ আপোনাৰ

ৰবি যোগত অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত লাভেই লাভ আপোনাৰ

editor by editor
June 27, 2024
in Uncategorized
0
ৰবি যোগত অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত লাভেই লাভ আপোনাৰ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭ জুন ২০২৪ বৃহস্পতিবাৰে শনিৰ ৰাশি কুম্ভ ত্যাগ কৰি বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিছে চন্দ্ৰই৷  আজি আহাৰৰ কৃষ্ণা ষষ্ঠী তিথি৷ হিন্দুধৰ্ম অনুসৰি বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ এই দিনটোত শ্ৰীবিষ্ণুৰ আশীৰ্বাদত লাভ হ’ব কেইটামান ৰাশিৰ জাতকৰ৷ মিথুন ৰাশিত সূৰ্য আৰু বুধৰ মিলনত থাকিব বুধাদিত্য ৰাজযোগ৷  ইয়াৰোপৰি আছে ৰবি যোগ, আয়ুষ্মাণ যোগ আৰু সৌভাগ্য যোগ৷ ইয়াৰোপৰি আছে শতভিষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো শুভ যোগৰ প্ৰভাৱত দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে৷ জ্যোতিষ গণনা অনুসৰি সৌভাগ্য বৰ্ষণ হ’ব ৫ৰাশিৰ জাতকৰ ওপৰত৷ এই পাঁচ ৰাশিৰ জাতকে  সকলো কামতে ভাগ্যৰ সহায় পাব৷

মিথুন ৰাশি

২৭ জুনত সৌভাগ্য যোগৰ প্রভাৱত শুভ দিন কটাব মিথুন ৰাশিৰ জাতকে৷ আপুনি পৰিয়ালৰ সকলো দায়িত্ব সুকলমে পালন কৰিব পাৰিব৷ কাইলৈ অতিৰিক্ত অৰ্থলাভৰো সম্ভাৱনা আছে৷ সম্পতি আহৰণ কৰিব পাৰিব৷ স্বাস্থ্যও পূৰ্বতকৈ ভাল হ’ব আপোনাৰ৷

সিংহ ৰাশি

নাৰায়ণৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ দিনটো বেছ শুভ আৰু ফলপ্ৰসু হ’ব আপোনাৰ৷ আয়ুষ্মাণ যোগৰ প্রভাৱত মোটা অংকৰ ধন লাভ কৰিব৷ কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ বন্ধুৰ সৈতে কৰোৱালৈ যোৱাৰ পৰিকল্পনা কৰিব লাগিব৷ পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ আপোনাৰ বিশেষ কোনো কাম সম্পন্ন হ’ব৷

তুলা ৰাশি

শতভিষা নক্ষত্ৰৰ শুভ প্ৰভাৱ লাভজনক হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ আপুনি নিজৰ প্ৰতিদ্বন্দীক হৰুওৱাব পাৰিব৷ দিনটো বেছ সুখেৰে কটাব৷ সন্তান সংক্ৰান্তীয় কোনো ইচ্ছা পূৰণ হ’ব৷ শিক্ষাক্ষেত্ৰত ভাল ফল পাব তুলা ৰাশিৰ জাতক জাতিকাই৷ দাম্পত্য জীৱনত সুখ আহিব৷ শিক্ষাক্ষেত্ৰত ভাল ফল লাভ কৰিব তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে৷ দাম্পত্য জীৱনত সুখ বৰ্তি থাকিব৷ ব্যৱসায়ীয়ে ভাল ফল লাভ কৰা সম্ভৱ৷

বৃশ্চিক ৰাশি

২৭ জুন ৰবি যোগৰ শুভ প্ৰভাৱত লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতক৷ পঢ়াশুনাত আগ্ৰহ বাঢ়িব এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীৰ৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব আপোনাৰ৷ আৰ্থিক অৱস্থা বেছ মজবুত হ’ব৷ যি কামতেই হাত নিদিয়ক কিয় সেই কামতেই সফলতা পাব৷ অফিচতো প্ৰশংসা লাভ কৰিব৷

ধনু ৰাশি

শ্ৰীবিষ্ণুৰ আশীৰ্বাদ থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম কাইলৈ সম্পন্ন হ’ব৷ প্ৰবীণ কাৰোবাৰ পৰা ব্যৱসায়ত সহায় লাভ কৰিব৷ পাৰিবাৰিক বিষয়তো আপোনাৰ সক্ৰিয়তা বাঢ়িব৷ আয় বাঢ়িব আপোনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
হাঁহে মাহে নহয়, মাহৰ লগত খাঁহীৰ তেল, কেবিনেটত মুখ্যমন্ত্ৰীৰ খাদ্য তালিকাত আৰু কি কি আছে?

হাঁহে মাহে নহয়, মাহৰ লগত খাঁহীৰ তেল, কেবিনেটত মুখ্যমন্ত্ৰীৰ খাদ্য তালিকাত আৰু কি কি আছে?

জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ

জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.