• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

2 months ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

25 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

16 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

17 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ কেনে যাব আপোনাৰ দিনটো?

editor by editor
June 28, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৯ জুন, আপোনাৰ দিনটো কেনেকোৱা হ’ব? কেৰিয়াৰৰ পৰা ব্যৱসায়লৈ, বিবাহিত জীৱনত কেনেকৈ সুখেৰে জীয়াই থাকিব। এই সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

মেষ ৰাশিঃ কাইলৈ আপোনাৰ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ হ’ব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব আৰু উপাৰ্জন বৃদ্ধি হোৱাৰ ফলত পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব। জীৱনসংগীৰ সৈতে বজাৰৰ পৰিকল্পনা কৰিব পাৰে। আলহীৰ আগমনে ঘৰুৱা পৰিৱেশ আনন্দময় কৰি তুলিব, পিছে খৰচ কিছু পৰিমাণে বৃদ্ধি পাব।

বৃষ ৰাশিঃ কাইলৈ আপোনাৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ’ব। কোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব, অন্যথা সমস্যাৰ সৃষ্টি হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, গতিকে সাৱধান হওক। সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত পিতৃৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।

মিথুন ৰাশিঃ কাইলৈৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কথা কওতে সাৱধান হ’ব। কাজিয়া হ’ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আয়ৰ নতুন বাট মুকলি হোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশিঃ কাইলৈ আপুনি মানসিকভাৱে নিজকে মজবুত ৰখা দৰকাৰ। আনৰ কথাত বেছি বিশ্বাস নকৰিব। চাকৰিত সফলতাৰ যোগ আছে। পুৰণি বন্ধুক বহু দিনৰ পাছত লগ পাব পাৰে। ব্যৱসায়ত শুভ। দিনটো ভালে খাব। স্বাস্থ্যত গুৰুত্ব দিব। আৰ্থিক সমস্যা আহিব পাৰে।

সিংহ ৰাশিঃ প্ৰেমৰ ক্ষেত্ৰত দিনটো কোনো সমস্যা আহিব পাৰে। স্বাস্থ্যৰ সমস্যা আহিব পাৰে। ব্যৱসায়ত ধৈৰ্য ধৰা দৰকাৰ। সন্মান হানিৰ যোগ আছে। বহু দিনৰ পাছত কোনো বন্ধুক লগ পাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল।

কন্যা ৰাশিঃ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ঘৰত সুখ শান্তি থাকিব, মন ভালে থাকিব। স্বাস্থ্য ভালে থাকিব। আৰ্থিক লাভ আহিব। নতুন আয়ৰ বাট মুকলি হ’ব। কৰ্মক্ষেত্ৰত সতীৰ্থই সহায় কৰিব। সফলতা পাব।

তুলা ৰাশিঃ কাইলৈ আপোনাৰ উন্নতিৰ যোগ আছে। কাজিয়াৰ পৰা আঁতৰি থাকক। আনৰ কথাত হস্তক্ষেপ নকৰিব। প্ৰিয় ব্যক্তিক লগ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। প্ৰেমত শুভ।

বৃশ্চিক ৰাশিঃ মানসিক আৰু শাৰীৰিকভাৱে সমস্যা আহিব পাৰে। মাতৃৰ স্বাস্থ্য বেয়া হ’ব পাৰে। আৰ্থিক দিশত লোকচান হোৱাৰ সম্ভাৱনা। মানহানিৰ যোগ আছে। সম্পত্তি, বাহন আদিৰ ক্ষেত্ৰত সাৱধান হ’ব। শিক্ষাৰ্থীসকলৰ ভাল বেয়াৰ মাজেৰে যাব।

ধনু ৰাশিঃ কাইলৈ আপোনাৰ ধৰ্মীয় দিশত মন বাঢ়িব। হাতলৈ নতুন কাম আহিব পাৰে। স্বাস্থ্য ভালে থাকিব। সুখী হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। কোনো বন্ধুক লগ পাব পাৰে ভাগ্যই লগ দিব। চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ যোগ আছে।

মকৰ ৰাশিঃ কাইলৈ আপুনি কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। আত্মীয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। মানসিকভাৱে অশান্তিত থাকিব। শিক্ষাৰ্থীসকলে অধ্যয়নত মন দিয়া দৰকাৰ।

কুম্ভ ৰাশিঃ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব। ভ্ৰমণৰ যোগ আছে। নেতিবাচক চিন্তাৰ পৰা দূৰত থাকিব। সংগীৰ সৈতে ভাল সময় কটাব। দিনটো ভাল।

মীন ৰাশিঃ কাইলৈ আপোনাৰ আত্ম-বিশ্বাসৰ স্তৰ বাঢ়িব। পিতৃ-মাতৃৰ পৰা গালি খাব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে। আজি ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক
জীৱনশৈলী

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

August 31, 2026
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?
বিশ্ব

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

August 31, 2026
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়
ভাৰত

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

August 31, 2026
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম
জীৱনশৈলী

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

August 31, 2026
Next Post
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল'ব নতুন গতি!

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.