• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

3 months ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

2 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

3 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

4 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

5 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

5 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

6 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

6 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

7 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

8 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

8 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

জ্যোতিষ শাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ দিনটো জানক...

editor by editor
July 2, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৩ জুলাই, জ্যোতিষ শাস্ত্ৰ অনুসৰি কাইলৈ কিছুমান ৰাশিৰ লোকৰ উদয় হ’ব ভাগ্য। ইয়াৰোপৰি কিছুমানে কাইলৈ বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি কাইলৈ আপোনাৰ দিনটো কেনে যাব?

মেষ ৰাশিঃ কাইলৈ যদি আপুনি নিজৰ আয় বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে ,তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। জীৱন লগৰীৰ লগত কাইলৈ সন্ধিয়াটো সচাঁকৈয়ে কিবা এটা বিশেষ হ’বলৈ গৈ আছে।

বৃষ ৰাশিঃ কাইলৈ আৰ্থিক দিশত উন্নতিৰ যোগ আছে। পিতৃ-মাতৃৰ আশীৰ্বাদে আধৰুৱা কামত সফলতা আনিব। নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। আপোনাৰ কামৰ দক্ষতাই সকলোৰে মন জয় কৰিব। পুৰণি শাৰীৰিক সমস্যাক অৱহেলা নকৰিব। কোনো বিশিষ্ট ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে।

মিথুন ৰাশিঃ কাইলৈ দিনটো আমোদ-প্ৰমোদৰ মাজেৰে পাৰ হ’ব। অৱশ্যে মাটি-সম্পত্তি সম্পৰ্কীয় কোনো বিবাদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কর্মক্ষেত্ৰত কোনো অভিজ্ঞ ব্যক্তিৰ সঠিক পৰামৰ্শ লাভ কৰিব। ৰাজনীতিত খোজ দিব বিচাৰিলে সাৱধানে আগবাঢ়ক। পৰিয়ালৰ কোনো গোপন কথা আজি পোহৰলৈ আহিব পাৰে।

কৰ্কট ৰাশিঃ কাইলৈ আপুনি জীবনৰ বহুত সমস্যাৰ সমাধান লাভ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আনিব পাৰে। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হ’ব। ছাত্ৰৰ মূৰত কাইলৈ প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিঁহতৰ বহুত সময় লোকচান হ’ব পাৰে। পুৱা আপুনি জীৱন সংগীৰ পৰা এনে কিছু লাভ কৰিব যাৰ ফলত আপোনাৰ দিন বহুত ভাল যাব।

সিংহ ৰাশিঃ কাইলৈ ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব। কাইলৈ আপোনাৰ ঘনিষ্ঠ লোক সকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিব বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হ’ব।

কন্যা ৰাশিঃ নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। কাইলৈ আৰ্থিক দিশত আপোনাৰ উন্নতি হ’ব। আত্মীয় লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। প্ৰেমৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ধুনীয়া ,প্ৰেমক সদায় উদযাপন কৰক। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়ম বোৰৰ ব্যৱহাৰ কৰক যিবোৰ আপুনি আগতীয়াকৈ ভাৱি থৈ দিছে।

তুলা ৰাশিঃ কাইলৈ আপোনাৰ স্বাস্থ্যক লৈ কিছু চিন্তাত পৰিব। দীঘলীয়া যাত্ৰাত যোৱাৰ সম্ভাৱনা আছে। কোনো নিৰ্দিষ্ট কামৰ বাবে শত্ৰুৰ আগত হাৰ মানিব লগা হ’ব পাৰে। ব্যৱসায়ত লাভ দেখিব। আপুনি এটা নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব।

বৃশ্চিক ৰাশিঃ কাইলৈ আপোনজনৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব। আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ পৰা সমৰ্থন লাভ কৰিব। এটা ডাঙৰ প্ৰজেক্ট আৰম্ভ কৰিব পাৰে, কিন্তু বাধা নিশ্চয় আহিব। কথাত সংযম ৰাখক।

ধনু ৰাশিঃ আপোনাৰ বাবে এটা ভাল দিন হ’ব। বাকী থকা কামবোৰ সম্পূৰ্ণ হ’ব আৰু আপুনি সুখী হ’ব। পুৰণি বন্ধু এজনক লগ পাব। কাইলৈ এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰিব। পৰিয়ালত বিবাহৰ প্ৰস্তাৱ চূড়ান্ত হ’ব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন আৰু মৰম লাভ কৰিব।

মকৰ ৰাশিঃ কাইলৈ ব্যস্ততাৰে ভৰা দিন হ’ব। আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। যাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হ’ব পাৰে। আপোনাৰ ব্যৱসায়িক সহকৰ্মীসকল ভাল হ’ব। কাইলৈ আপোনাৰ বন্ধু-বান্ধৱীৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে। পৰিয়ালত নতুন অতিথি আহিব পাৰে।

কুম্ভ ৰাশিঃ কাইলৈ আপোনাৰ বাবে বহুত ভাল দিন হ’ব। পৰিকল্পিত কাম সম্পূৰ্ণ হ’ব পাৰে। যান-বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। বতৰৰ বাবে আপোনাৰ স্বাস্থ্যও ক্ষতিগ্ৰস্ত হ’ব পাৰে। অৱশ্যে ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰিব পাৰে। স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত এটা ডাঙৰ অংশীদাৰিত্ব গঠন হ’ব পাৰে। পৰিয়ালত শুভ পৰিঘটনা ঘটিব, আপোনাৰ সন্মান বৃদ্ধি পাব।

মীন ৰাশিঃ আপুনি বৰ্তমান কাম কৰি থকা কামটো কাইলৈ ব্যাহত হ’ব পাৰে। বিৰোধীয়ে আপোনাক কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে। ব্যৱসায় হ্ৰাস পাব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। সম্পত্তিৰ সন্দৰ্ভত পৰিয়ালত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
Next Post
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ শৈলীত আজিৰ দিনটো আপোনাৰ কেনে যাব?

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

ৰোনাল্ডোৰ অসন্তুষ্টি, কিংবদন্তি লুকা মড্ৰিচৰ বিদায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.