• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ

2 years ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

4 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

4 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

4 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

5 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

5 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

6 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

7 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

7 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

8 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

8 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

9 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ

editor by editor
October 2, 2024
in জীৱনশৈলী
0
কাইলৈ দেৱীপক্ষৰ প্ৰথম দিন, শুক্লা প্ৰতিপদ বৈধৃতি যোগত ভাগ্য খুলিব এই ৫ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৩ অক্টোবৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই পুৱা ৫বাজি ৬ মিনিটত কন্যা ৰাশিৰ এৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ শুক্লা প্ৰতিপদ তিথি৷ কাইলৈৰ পৰা আৰম্ভ দেৱীপক্ষ৷ ইয়াৰোপৰি শাৰদীয় নৱৰাত্ৰীৰ কালি প্ৰথম দিন৷ কাইলৈ নৱৰাত্ৰীৰ প্ৰথম দিনটোত দেৱী শৈলপুত্ৰীৰ আৰাধনা কৰা হয়৷ এই সময়ত সুৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৈধৃতি যোগ আৰু ইন্দ্ৰ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে হস্ত আৰু পাছত চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷

এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে৷

মেষ ৰাশি

কাইলৈ ৩ অক্টোবৰত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুয়োটাই বাঢ়িব৷ শত্ৰুৱে কাইলৈ নাৰায়ণৰ কৃপাত মেষ ৰাশিৰ জাতকৰ সন্মুখত পৰাস্ত হ’ব৷ সামাজিক জনসেৱামূলক কামত কাইলৈ যোগ দিব পাৰে আপুনি৷ যিসকলে চাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে কাইলৈ শুক্লা প্ৰতিপদত দেৱী দুৰ্গাৰ আশীৰ্বাদত চাকৰি পাব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷

বৃষ ৰাশি

কাইলৈৰ দিনটো ইন্দ্ৰ যোগৰ প্ৰভাৱত সৌভাগ্যময় হৈ উঠিব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি নিজৰ সকলো কামতে সফলতা লাভ কৰিব৷ শত্ৰুৱে আপোনাৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে৷ কিন্তু বৃষ ৰাশিৰ জাতকৰ বুদ্ধিত সেই চেষ্টা ব্যৰ্থ হ’ব৷ নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতি আপুনি অতিক্ৰম কৰিব পাৰিব৷ আইনী জটিলতাৰ পৰা বাহিৰলৈ ওলোৱাত সফল হ’ব আপুনি৷

 তুলা ৰাশি

কাইলৈ দিনটো বিশেষভাৱে সৌভাগ্যপূৰ্ণ হ’ব তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ কোনো অতিৰিক্ত সূত্ৰৰ পৰা আপুনি হঠাৎ কিছু অৰ্থ লাভ কৰিব পাৰিব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভ অৰ্জন কৰিব পাৰে৷ যিসমূহ বিষয়ত ইমানদিনে আপুনি বাধাৰ সন্মুখীন হৈ আহিছিল সেই বাধা এইসময়ত দূৰ হ’ব৷ তুলা ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে লিখাপঢ়াত কাইলৈ সাফল্য পাব৷

ধনু ৰাশি

কাইলৈ চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত বৃহৎ কোনো সাফল্য লাভ কৰিব পাৰে৷ কাইলৈ নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদৰ পৰা ৰক্ষা পাব৷ কেৰিয়াৰত বৃহস্পতিবাৰে বৃহৎ সাফল্য পোৱাৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ বেছ অতিৰিক্ত অৰ্থ লাভ কৰাৰ যোগ আছে৷ মানসিক চাপ আৰু অৱসাদ কাটি গ’লে মন বেছ আনন্দিত হৈ পৰিব৷

মীন ৰাশি

কাইলৈ দিনজুৰি বৈধৃতি যোগৰ প্ৰভাৱত লাভজনক দিন কটাব মীন ৰাশিৰ জাতকে৷ কাইলৈ সমাজত কোনো বিশেষ স্থান আপুনি অৰ্জন কৰিব পাৰিব৷ কাইলৈ মীন ৰাশিৰ জাতকে সকলো বিষয়ত নিজৰ পৰিয়ালক কাষত পাব৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ কাইলৈ কৰোবাত বিনিয়োগ কৰিলে আপুনি ভাল লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

ব্যৰ্থতা স্বীকাৰ প্ৰধানমন্ত্ৰীৰ! অপৰিকল্পিত নগৰ নিৰ্মাণেই শেষ কৰিছে নেপাল, সহায় বিচাৰি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বেগত ২৬টা আইফোন ১৬ প্ৰ’ মেক্স, দিল্লী বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰিল মহিলা

বেগত ২৬টা আইফোন ১৬ প্ৰ’ মেক্স, দিল্লী বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ হাতত ধৰা পৰিল মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.