• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল

১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল

1 year ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

3 minutes ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

19 minutes ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

39 minutes ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

55 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

2 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

2 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

5 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

6 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

8 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

8 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল

editor by editor
July 6, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল
0
SHARES
679
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১টা ২টা নহয়, একেলগে ৩টা বিশ্ব অভিলেখৰ গৰাকী শুভমন গিল

ভাৰতীয় দলে ইংলেণ্ডক ৬০৮ ৰানৰ লক্ষ্য দি দ্বিতীয়খন টেষ্ট মেচত আগবাঢ়ি আছে। ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে এই দ্বিতীয়খন মেচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। প্ৰথম ইনিংছত ২৬৯ ৰান আৰু দ্বিতীয় ইনিংছত ১৬১ ৰান সংগ্ৰহ কৰি দ্বৈত শতক অৰ্জন কৰে।

প্ৰথম ইনিংছত ভাল বেটিং কৰি শুভমান গিলে ৩৮৭ বলত মুঠ ২৬৯ ৰান সংগ্ৰহ কৰে। শুভমনৰ এই ইনিংছত ৩০টা চাৰি আৰু তিনিটা ছয় কোবাই। শুভমনৰ এই ইনিংছৰ বাবেই টিম ইণ্ডিয়াই প্ৰথম ইনিংছত ৫৮৭ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পাছত দ্বিতীয় ইনিংছতো জিলিকি উঠে শুভমন। শুভমনে বেটিং কৰি ১৬১ ৰান সংগ্ৰহ কৰে। পাছে এই শতকিয় ইনিংছ খেলি শুভমনে একেলগে কেইবাটাও ৰেকৰ্ডৰ গৰাকী হয়।

একেখন টেষ্ট মেচতে দ্বি-শতক আৰু ১৫০+ ৰানৰ ইনিংছ অৰ্জন কৰা ক্ৰিকেট জগতৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে শুভমান গিল। তেওঁৰ পূৰ্বে ক্ৰিকেট জগতৰ কোনেও এই কাম কৰিব পৰা নাছিল। এতিয়া শক্তিশালী বেটিঙেৰে নিজৰ নামত এই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে শুভমনে।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচখনত শুভমন গিলে মুঠ ৪৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ লগে লগে তেওঁ নন অ’পেনাৰ হিচাপে টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহৰ বিশ্ব অভিলেখো গঢ়ি তোলে। শুভমন পূৰ্বে নন অ’পেনাৰ হিচাপে টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছিল কুমাৰ ছাংগাকাৰাৰ নামত। ২০১৪ চনত বাংলাদেশৰ বিৰুদ্ধে এখন টেষ্ট মেচত তেওঁ ৪২৪ ৰান সংগ্ৰহ কৰিছিল ছাংগাকাৰাই।

৪ নম্বৰত বেটিং কৰি টেষ্ট মেচত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে শুভমন গিল। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰ গ্ৰেগ চেপেলৰ নামত। ১৯৭৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচখনত চেপেলে মুঠ ৩৮০ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰিও টেষ্ট মেচত ৪ নম্বৰত বেটিং কৰি ৪০০+ ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন গিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian CrickterSubhma Gillworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
অসম

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

September 26, 2026
Next Post
বাংলো খালী কৰাত কিয় পলম হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ, দৰ্শালে কাৰণ

বাংলো খালী কৰাত কিয় পলম হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ, দৰ্শালে কাৰণ

৪ ৰাশিৰ ভাগ্য মুকলি, কেতুৱে সলনি কৰিলে নক্ষত্ৰমণ্ডল

৪ ৰাশিৰ ভাগ্য মুকলি, কেতুৱে সলনি কৰিলে নক্ষত্ৰমণ্ডল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.