• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰ পাছত দুৰ্গাপূজাত তিনিটা দুৰ্লভ ৰাজযোগ! দেৱীৰ কৃপাত ৫ৰাশিৰ হাতলৈ আহিব ধন

৩০ বছৰ পাছত দুৰ্গাপূজাত তিনিটা দুৰ্লভ ৰাজযোগ! দেৱীৰ কৃপাত ৫ৰাশিৰ হাতলৈ আহিব ধন

2 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

2 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

3 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

4 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

5 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

5 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

7 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

7 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

9 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

9 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰ পাছত দুৰ্গাপূজাত তিনিটা দুৰ্লভ ৰাজযোগ! দেৱীৰ কৃপাত ৫ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
October 9, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
৩০ বছৰ পাছত দুৰ্গাপূজাত তিনিটা দুৰ্লভ ৰাজযোগ! দেৱীৰ কৃপাত ৫ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
49.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰৰ দুৰ্গাপূজা আৰু নৱৰাত্ৰি বিশেষ। কাৰণ প্ৰায় ৩০ বছৰ পাছত দুৰ্গা পূজাত পৰিছে তিনিটা বিশেষ যোগ। ১৫ অক্টোবৰ প্ৰতিপদ তিথিৰ পৰাই আৰম্ভ হ’ব পূজা। দুৰ্গাপূজাৰ সময়ত এই বছৰ অতি শুভ বুধাদিত্য, আৰু ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱ থাকিব। এইবাৰ দুৰ্গাপূজাত সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত বুধাদিত্য ৰাজযোগ তৈয়াৰ হ’ব। বুধে স্বৰাশিত থাকি ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব। শনিৰ স্বৰাশিত কুম্ভৰ অৱস্থানে শ শ ৰাজযোগ তৈয়াৰ কৰিব। ৩০ বছৰ পাছত তৈয়াৰ হৈছে এই তিনিটা ৰাজযোগ। যাৰফলত দুৰ্গাপূজাৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। ইয়াৰফলত ৫ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব। কাৰ কাৰ ওপৰত দেৱী দূৰ্গাৰ আশীৰ্বাদ থাকিব?

মেষ ৰাশি
দুৰ্গা পূজাৰ এই বিশেষ যোগৰ ফলত মেষ ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব। এই সময়ত আপোনাৰ ঘৰ আৰু সম্পত্তি ক্ৰয়ৰ যোগ আছে। ইয়াৰোপৰি মাটি-সম্পত্তিৰ অন্যান্য কামতো লাভাম্বিত হ’ব। কৰ্মক্ষেত্ৰত কোনো উচ্চপদ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিৰ ভাল প্ৰস্তাৱ লাভ কৰিব মেষ ৰাশিৰ জাতকে। ব্যৱসায়ীসকলে আকস্মিক ধন লাভ কৰিব পাৰে। যাত্ৰাৰ প্ৰৱল সম্ভাৱনা আছে। এই যাত্ৰা আপোনাৰ বাবে শুভ প্ৰমাণিত হ’ব। দুৰ্গাৰ আশীৰ্বাদত লগ্নি কৰিলে ভাল লাভ অৰ্জন কৰিব পাৰিব।

বৃষ ৰাশি
এই তিনি ৰাজযোগত বৃষ ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা আহিব। এই ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। এই সময়ত আপোনাৰ ফচি থকা টকা ঘূৰাই পাব। পৰিয়ালত সুখ সমৃদ্ধি বাঢ়িব। বৃষ ৰাশিৰ চাকৰীয়াল জাতকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। সন্তানৰ পৰা সু-সংবাদ লাভ কৰিব। সন্তানে চাকৰি লাভ কৰাৰ সম্ভাৱনা।

কৰ্কট ৰাশি
বুধাদিত্য আৰু ভদ্ৰ ৰাজযোগৰ ফলত কৰ্কট ৰাশিৰ জাতকসকলৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব। ইয়াৰোপৰি আপোনাৰ সমস্ত কাম সম্পন্ন হ’ব। ইচ্ছাপূৰণ হ’ব কৰ্কট ৰাশিৰ জাতকৰ। কৰ্কট জাতকসকলে নতুন কামৰ পৰিকল্পনা কৰিলে সফলতা লাভ কৰিব। সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব। বন্ধুৰ সহায়ত একাধিক ৰৈ যোৱা কাম সম্পন্ন হ’ব। বিদেশ যাত্ৰাৰো যোগ আছে। দুৰ্গাৰ আশীৰ্বাদত গুৰুত্বপূৰ্ণ পৰিকল্পনাত সফলতা লাভ কৰিব।

মকৰ ৰাশি
তিনিটা ৰাজযোগৰ প্রভাৱত মকৰ ৰাশিৰ জাতকে শুভ সময় কটাব। আনকি দুৰ্গা পূজাৰ মাজত কোনো সু-সংবাদ লাভ কৰিব। কেৰিয়াৰত উন্নতিৰ যোগ আছে। লোহাৰ ব্যৱসায়ীসকলে দ্বিগুণ মুনাফা অৰ্জন কৰিব। চাকৰিয়ালৰ পদোন্নতিৰ যোগ। দৰমহা বৃদ্ধিৰ যোগ আছে। নিজৰ কামত মনোনিবেশ কৰক। স্বাস্থ্যৰ যত্ন ৰাখিব।

​তুলা ৰাশি
দুৰ্গা পূজাৰ সময়ত এই ৰাশিৰ জাতকৰ সফলতাৰ যোগ আছে। আপোনাৰ সমস্ত মনোকামনা পূৰণ হ’ব। একাধিক উৎসৰ পৰা অৰ্থ লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। স্বাস্থ্য ভালে থাকিব। পৈতৃক সম্পত্তি সংক্ৰান্তীয় বিবাদৰ অন্ত পৰিব। সোন ক্ৰয়ৰো যোগ আছে। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই
বিনোদন

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

March 28, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
Next Post
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.