• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

3 months ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

24 minutes ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

53 minutes ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

1 hour ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

3 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

4 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

6 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

7 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

7 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

9 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ'ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ...

editor by editor
March 28, 2026
in অসম, উত্তৰ-পূব, বিবিধ, লেখা
0
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইন্ধনৰ নাটনি হোৱা নাই দেশত। কিছুদিনৰ পৰা ইন্ধনৰ লগতে পেট্ৰ’ল-ডিজেলৰ নাটনি হ’ব বুলি উৰাবাতৰি বিয়পি পৰিছিল। ফলত ৰাজ্যৰ ভিন্ন পেট্ৰ’ল পাম্পত দেখা গৈছিল যথেষ্ঠ গ্ৰাহকৰ ভিৰ। কেৱল সেয়াই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন মূল্যত বিক্ৰি হৈ আছে LPG। কিন্তু এই বিপদৰ সময়তে মুখ্যমন্ত্ৰীয়ে ৰাইজক দিলে অভয়বাণী।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক’লে, “শেহতীয়াকৈ পশ্চিম এছিয়াত সৃষ্টি হোৱা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বৃদ্ধি পাইছে ইন্ধনৰ দাম, ব্যাহত হৈছে যোগান শৃংখলা। তথাপি ভাৰতৰ শক্তিখণ্ড সুদৃঢ় আৰু সুস্থিৰ হৈ আছে। ইয়াত অন্তর্নিহিত হৈ আছে এক শক্তিশালী নীতি, য’ত অসমৰো আছে এক বিৰাট ভূমিকা।
পশ্চিম এছিয়াত হোৱা সংঘাতৰ বাবে বিশ্বজুৰি খাৰুৱা তেল আৰু গেছৰ বজাৰত সৃষ্ট অনিশ্চয়তাৰ ফলত উৎপাদন, শোধন আৰু যোগান শৃংখলা প্ৰভাৱিত হৈছে যদিও ভাৰতে সুস্থিৰ যোগান ব্যৱস্থা, মূল্য নিয়ন্ত্ৰণ আৰু শক্তিখণ্ডৰ পৰিসৰ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এই দিশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি এক উল্লেখযোগ্য সাফল্য হিচাপে অসমৰ পৰা আত্মপ্ৰকাশ কৰা অইল ইণ্ডিয়া লিমিটেডে ২৬ মাৰ্চ ২০২৬ত ১,৪৭,১৫৯ বি অ ই দৈনিক উৎপাদনৰ সৰ্বোচ্চ উৎপাদনৰ ইতিহাস ৰচিলে। ইয়াৰ আঁৰত আছে অভিলেখসংখ্যক ৭৩টা কুঁৱা খনন, ৩০০ উৎপাদন গোটৰ মেৰামতি আৰু পৰিচৰ্যা, তৈল ক্ষেত্ৰসমূহত কাৰ্যকৰী দক্ষতা বৃদ্ধি। লগতে একেদিনাই ৮০,০৬০ বেৰেল ক্ৰুড অইল উৎপাদনৰ অভিলেখ আছিল যোৱা ১০ বছৰৰ ভিতৰত সৰ্বোচ্চ দৈনিক উৎপাদন।
ই এটি প্ৰতিষ্ঠানৰ একক সাফল্য নহয়। ভাৰতৰ ৰাজহুৱা খণ্ডৰ শক্তি ব্যৱস্থাপনাতো এক নতুন গতিৰ প্ৰতিফলন। নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰা আৰম্ভ কৰি আন ৰাজহুৱা প্ৰতিষ্ঠানসমূহতো বিশ্বজুৰি প্ৰতিকূলতাৰ মাজতো স্বদেশী শক্তি ক্ষমতা বৃদ্ধি পাইছে।
ইয়াৰ ফলত উন্নত শক্তি সুৰক্ষা, বৈশ্বিক পৰিঘটনাৰ প্ৰভাৱৰ প্ৰতি তুলনামূলকভাৱে কম শংকা, স্বদেশী উৎপাদনত উৎসাহৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ভাৰত দ্ৰুতগতিত আগুৱাইছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসমে শক্তিখণ্ডৰ গৱেষণা, উৎপাদন আৰু শোধনাগাৰৰ বিকাশৰ বাবে প্ৰয়োজনীয় পৰিৱেশ, আন্তঃগাঁথনি আৰু নীতিগত সমৰ্থন প্ৰদান কৰি আহিছে আৰু ভাৰতৰ শক্তিখণ্ডক অধিক শক্তিশালী কৰি আছে। ভাৰতৰ বিকাশ যাত্ৰাত অসম এতিয়া অগ্রণী, সক্ৰিয় আৰু শক্তিশালী অংশীদাৰ।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam NewsCm Himanta Bishwa Sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি
বিনোদন

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

July 7, 2026
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!
জীৱনশৈলী

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

July 7, 2026
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প
বাণিজ্য

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

July 7, 2026
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?
বিনোদন

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

July 7, 2026
Next Post
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.