অসম লাইভ২৪ঃ কন্যা ৰাশিৰ জাতকৰ কেৰিয়াৰৰ বাবে ইতিবাচক দিন৷ আজি দিনজুৰি কাৰ্যালয় আৰু ব্যৱসায়ৰ কামত ব্যস্ত থাকিব৷ বিক্ৰি আৰু মাৰ্কেটিং সংক্ৰান্তিয় কামত অধিক ব্যস্ততা থাকিব৷ জৰুৰী কাম সময়ৰ ভিতৰত কৰিলে শুভ৷ কোনো গুৰুত্বপূৰ্ণ ডিল লাভৰ বাবে ধৈৰ্য্য ৰাখক৷ কিছুদিন ধৰি অসম্পূৰ্ণ কাম সম্পন্ন কৰাত মনোনিবেশ কৰিব৷ খং নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ কাৰো সৈতে বিবাদত নোহোৱাব৷
কন্যা ৰাশিৰ প্ৰেম-পৰিয়াল
পৰিয়ালত সুখ, শান্তি আৰু আনন্দ থাকিব৷ জীৱনসংগীৰ সহযোগিতা লাভ কৰিব৷ ইয়াৰফলত মনত আনন্দ থাকিব৷ প্ৰিয়জনৰ সৈতে সময় কটাব এই ৰাশিৰ জাতকে৷ আজি কন্যাৰ জাতকৰ মনৰ সমস্ত হতাশা দূৰ হ’ব৷ প্ৰেম জীৱনত শুভ৷ অনুভূতিক গুৰুত্ব দিব৷
কন্যা ৰাশিৰ স্বাস্থ্য
ডিঙি বিষৰ সমস্যা থাকিলে দূৰ হ’ব৷ স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷ খাদ্য খাওঁতেও যি তি খাদ্য নাখাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ