• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ…

40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ…

4 years ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

4 minutes ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

27 minutes ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

52 minutes ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

2 hours ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

3 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

4 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

5 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

6 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

18 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

18 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

19 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ…

editor by editor
December 11, 2022
in অসম, গুৱাহাটী, বিবিধ
0
40yearschallenge, জুবিন গাৰ্গে শ্বেয়াৰ কৰা ফটোক লৈ নেট দুনীয়াত চৰ্চা! কাৰ কি মন্তব্য সবিশেষ…
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কা’ আন্দোলনৰ দুবছৰ। বৰ্তমান কা আন্দোলনৰ উকমুকনি অসমত নাই যদিও এখন বিশেষ ফটোক লৈ তোলপাৰ সামাজিক মাধ্যম। পুৱাৰে পৰাই সামাজিক মাধ্যমত ভাইৰেল হৈছে বিশেষ ফটোখন। ফটোখন কণ্ঠশিল্পী জুবিন গাৰ্গৰ। কা’ আন্দোলনৰ বাবে সমূহ ৰাজ্যবাসীকে দুবছৰ পূৰ্বে আজিৰ দিনটোতেই লতাশিল খেলপথাৰলৈ আন্দোলনৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছিল জুবিনে।

২০১৯ চনৰ আজিৰ দিনটোতে স্তব্ধ হৈ পৰিছিল মহানগৰ। লতাশিল খেলপথাৰত আন্দোলন অব্যাহত থকাৰ মাজত তোলা এখন ফটো জুবিন গাৰ্গে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। ফটোখনত কেৱল জুবিনেই আছে এনে নহয়। একাংশ আন্দোলনকাৰীৰ সৈতে তোলা ফটোখন শ্বেয়াৰ কৰাই নহয়, জুবিনে ফটোখনৰ সৈতে ভূপেন হাজৰিকাৰো এখন ফটো যোগ কৰিছে। য’ত ভূপেন হাজৰিকাই ১৯৭৯ ত হোৱা অসম আন্দোলনত আন্দোলন কৰিবলৈ ওলাই আহিছিল। তাৰ পাছতেই ২০১৯ চন, মাজত ৪০ টা বছৰ। ৪০ বছৰৰ অন্তত আকৌ এবাৰ আন্দোলনে কঁপোৱা অসমত জাতিটোৰ সন্মুখত থিয় দিছে জুবিন গাৰ্গে।

উল্লেখ্য যে জুবিনে শ্বেয়াৰ কৰা ফটোখন দেখা মাত্ৰকেই নেট দুনীয়াত চৰ্চা। নিজেই নিজৰ প্ৰশংসা কৰিছে জুবিনে। জাতিৰ সংকটকালত জুবিনে সেইদিনা থিয় দিছিল কিন্তু সেই আন্দোলনে পূৰ্ণতা পালেনে? এই বিভিন্ন বিষয়ক লৈ সামাজিক মাধ্যমত নেটিজেনে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!
বাণিজ্য

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

July 15, 2026
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

July 15, 2026
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!
বিশ্ব

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

July 15, 2026
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
Next Post
গীতালিৰ আগতে নেদেখা কেইখনমান ফটো! গীতালিৰ বিবাহ ক’ত কেনেকৈ কৰিছে আয়োজন?

গীতালিৰ আগতে নেদেখা কেইখনমান ফটো! গীতালিৰ বিবাহ ক’ত কেনেকৈ কৰিছে আয়োজন?

কান্দোনত ভাঙি পৰিল ৰোনাল্ডোও… শেষ বিশ্বকাপত এই পৰাজয় ৰোনাল্ডোৱে কল্পনা কৰা নাছিল!

কান্দোনত ভাঙি পৰিল ৰোনাল্ডোও... শেষ বিশ্বকাপত এই পৰাজয় ৰোনাল্ডোৱে কল্পনা কৰা নাছিল!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.