• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

6 months ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

3 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

4 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

5 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

6 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

7 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

9 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

editor by editor
September 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ৪৭ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ আছে৷ এই কথা জনাইছে এছচিয়েছন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মৰ ৰিপৰ্টে৷ এই অপৰাধসমূহো সৰুসুৰা অপৰাধ নহয়, বেছিসংখ্যকৰ বিৰুদ্ধেই আছে হত্যা, অপহৰণ, যৌন আতিহায্যৰ দৰে মাৰাত্মক গোচৰ৷ দুৰ্নীতি দমনৰ উদ্দেশ্যে সম্প্ৰতি তিনিখন বিল উত্থাপন কৰিছে কেন্দ্রই৷ কোনো অভিযোগত যদি ৩০ দিনতকৈ বেছি কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰী কাৰাবন্দী হৈ থাকে তেন্তে তেওঁক সেই পদৰ পৰা অপসাৰণ কৰা হব৷

এই বিল পাছ হোৱাৰ পূৰ্বেই ভয়ংকৰ তথ্য সন্মুখলৈ আহিছে৷ দেশৰ ৪৭ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধেই আছে ফৌজদাৰী গোচৰ৷ ADRৰ ৰিপৰ্টত দেখা গৈছে ২৭ খন ৰাজ্য, তিনিখন কেন্দ্ৰীয়শাসিত অঞ্চল মিলি ৩০২ জন মন্ত্ৰীৰ ৪৭শতাংশৰ বিৰুদ্ধেই আছে ফৌজদাৰী গোচৰ৷ ৩৩৬ জন বিজেপি মন্ত্ৰীৰ ভিতৰত আছে ১৩৬ জনৰ বিৰুদ্ধে গোচৰ আছে৷ কংগ্ৰেছৰ হাতত আছে দেশৰ ৪খন ৰাজ্য৷ তেওঁলোকৰ ৪৫ জন মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ আছে৷ আকৌ ডি এম কেৰ ৩১ মন্ত্ৰীৰ ভিতৰত ২৭জনৰ বিৰুদ্ধেই আছে গোচৰ৷

তৃণমূল কংগ্ৰেছৰ ৪০ মন্ত্ৰীৰ ভিতৰত ১৩ জনৰ বিৰুদ্ধে আছে গোচৰ৷ তেলগু দেশম পাৰ্টিৰ ৯৬ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধেই আছে ফৌজদাৰি গোচৰ৷ ২৩মন্ত্ৰীৰ ভিতৰত ২২ জনৰ বিৰুদ্ধেই আছে গোচৰ৷ আম আদমী পাৰ্টিও বাদ পৰি থকা নাই৷ আপৰ ১৬ মন্ত্ৰীৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ৷ গেৰুৱা শিৱিৰৰ ২৬ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে আছে গুৰুতৰ অভিযোগ৷ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ৪০ শতাংশৰ বিৰুদ্ধে আছে ফৌজদাৰী গোচৰ৷ হাৰিয়ানা, জম্মু-কাশ্মীৰ, নাগালেণ্ড আৰু উত্তৰাখণ্ডৰ কোনো মন্ত্ৰীৰ বিৰুদ্ধে নাই ফৌজদাৰী গোচৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
Next Post
নৱৰাত্ৰিৰ ৯ দিনত নৱৰূপত পূজিত হয় দেৱী দুৰ্গা, জানক প্ৰত্যেকটো ৰূপৰ মাহাত্ম্য

বছৰৰ শেষ চন্দ্ৰগ্ৰহণত কোন ৰাশিক কি কৰ্মফল দিব শনিদেৱে? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন