• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

2 years ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

17 minutes ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

43 minutes ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

2 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

2 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

3 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

3 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

3 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

5 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

7 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

7 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

8 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

editor by editor
January 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত

মধ্যপ্ৰদেশত সংঘটিত হৈছে এক অতিকে শোকাৱহ দুৰ্ঘটনা নিৰ্মাণাধীন চিমেণ্ট ফেক্টৰীৰ ছাঁদ খহি অকাল মৃত্যুক সাৱটি লয় ৫ জনকৈ শ্ৰমিকে। ইয়াৰ উপৰি অন্য ৫০ৰো অধিক লোক আহত। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক, যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।

ৰাজ্যখনৰ পান্না স্থিত জেকে চিমেণ্ট প্লাণ্টত আজি ৩০ জানুৱাৰী তাৰিখে সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত ঘটনাস্থলীত ১০ৰো অধিক শ্ৰমিকে কাম কৰি আছিল। যাৰ ফলতেই আহতৰ আৰু মৃতকৰ সংখ্যা বৃদ্ধি পায়।

ঘটনাৰ খবৰ লাভৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰাকীৰ দল আৰু এম্বুলেন্স আহি উপস্থিত হয়, লগতে আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। ইয়াৰে সংকটজনক অৱস্থাত থকা লোক সকলৰ কটনী হাস্পতাললৈ ৰেফাৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentCement Factory AccidentJK Cement Factorymadhya pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক
জীৱনশৈলী

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

October 15, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

October 15, 2026
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত

যোৰহাটত উলংগ বাবা, বাবাক লৈ ৰাজপথত শোভাযাত্ৰা, পাছে এতিয়া চাৰিওফালে উত্তেজনা

যোৰহাটত উলংগ বাবা, বাবাক লৈ ৰাজপথত শোভাযাত্ৰা, পাছে এতিয়া চাৰিওফালে উত্তেজনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.