• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

3 weeks ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

3 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

3 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

4 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

4 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

4 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

5 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

5 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

7 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

9 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোত ক'ত কি ঘটিল জানো আহক

editor by editor
September 5, 2026
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
0
SHARES
60
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৫ ছেপ্তেম্বৰ, ২০২৬, শনিবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:

  1. আজি পৱিত্ৰ শিক্ষক দিৱস। আজি সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হয় শিক্ষক দিৱস। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রটো ৰাজ্যৰ কৃতী শিক্ষকসকলক বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়।
  2. শিক্ষাৰ্থীৰ ওপৰত লাঠি চলোৱা আৰক্ষীক সতৰ্ক কৰি দিলে চুপ্ৰিম ক’ৰ্টৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। ‘প্ৰতিবাদকাৰীৰ ওপৰত সুযোগ পালেই লাঠি তুলি নল’ব। ‘আইনৰ শাসন চলোৱাৰ নামত আৰক্ষীয়ে আইন হাতত তুলি নল’ব।’ সকিয়নী অসম সন্তান উজ্জ্বল ভূঞাৰ।
  3. কাৰ নিৰ্দেশত হত্যা কৰা হৈছিল প্ৰতিবাদী সত্বা লাফিকুল ইছলামক? লাফিকুল ইছলামৰ ন্য়ায়ৰ দাবীৰে BTC কঁপাব ABMSUয়ে। ঘটনাৰে জড়িত ৰূপা ব্ৰহ্ম, ভদ্ৰেশ্বৰ বসুমতাৰী, ডিংকুৰ মুছাহাৰীৰ আত্মসমৰ্পনৰ পাছতে ভয়ংকৰ বিস্ফোৰণ ABMSUৰ সভাপতি টাইছন হুছেইনৰ।
  4. লোকপিয়লৰ গণনাক লৈ উত্তপ্ত বকোৰ লাম্পী। গণনা চলি থকাৰ সময়তে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি। লাম্পীৰ নোৱাপাৰা L.P স্কুলত লোকপিয়ল চলি থকা সময়তে এই ঘটনা। গাঁওপ্ৰধান চানকিও মাৰাক, আৰথুচ চাংমায়ে লগত আনিছিল মেঘালয় আৰক্ষী, তেওঁলোকে মেঘালয় আৰক্ষী লৈ আহি অসমৰ লোকপিয়ল গণনাৰ কামত বাধা প্ৰদান কৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত অসম আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে।
  5. অসমত দেশ কঁপোৱা কাণ্ড। পত্নী আৰু পুত্ৰই মিলি পৰমা ডেকাৰ সৈতে…। ঘটনাৰ বিৱৰণ শুনিলে বুকু কঁপিব আপোনাৰ।
  6. লখিমপুৰ মেডিকেল কলেজত ব্যৱহাৰৰ পূৰ্বেই বিকল কোটিটকীয়া MRI মেচিন। কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ।
  7. গোলাঘাটৰ কুখ্যাত প্ৰৱঞ্চক অভিজিৎ বৰাক গ্ৰেপ্তাৰ। বেলেগৰ Document ব্যৱহাৰ কৰি ঋণত লৈ ২০ খনকৈ গাড়ী কৰিছিল বিক্ৰী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে গ্ৰেপ্তাৰ প্ৰবঞ্চকটোক।
  8. তামিলনাডুৰ পোল্লাচীত এগৰাকী কলেজীয়া ছাত্ৰীয়ে প্ৰেমিকৰ বাবে নতুন বাইক কিনিবলৈ সোণৰ গহনা চুৰি কৰি গ্ৰেপ্তাৰ হয়। ক্ৰয়ৰ পিছত দুয়োজনে শ্ব’ৰুমত উদযাপন কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ব্যাপক চৰ্চা চলে। তেওঁ ৭২ গ্ৰাম সোণ চুৰি কৰি প্ৰেমিকক উপহাৰ দিয়ে এখন টপ এণ্ড মডেল কেটিএম বাইক।
  9. সোণাপুৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰী ভৰ্তি নৈশ বাছ। ডিভাইদাৰত খুন্দিয়াই গছত ভয়ংকৰ খুন্দা। ২৫ জন যাত্ৰী কঢ়িয়াই নিছিল নৈশ বাছখনে।
  10. ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ট্ৰাম্পৰ দূত কুছনাৰ আৰু উইটকফ শান্তি অভিযানত নামি পৰিছে। ইফালে পুটিনে কিয়েভত ৭২ ঘণ্টীয়া আক্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.