• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

8 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

9 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

10 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

10 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

11 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

11 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

12 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

13 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

14 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

14 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

16 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

editor by editor
December 24, 2024
in জীৱনশৈলী
0
ডিচেম্বৰৰ শেষ সপ্তাহত শ শ ৰাজযোগ! নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই ধনী হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
0
SHARES
919
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিচেম্বৰৰ শেষ সপ্তাহত শ শ মহাপুৰুষ ৰাজযোগ৷ শনিয়ে বৰ্তমান নিজস্ব ৰাশি কুম্ভ ৰাশিত পৰিভ্ৰমণ কৰিছে৷ যাৰ কাৰণেই তৈয়াৰ হৈছে শ শ ৰাজযোগ৷ এই সপ্তাহ কোন কোন ৰাশিৰ বাবে ভাল হ’ব? জানি থওক সবিশেষ৷ ৫ৰাশিৰ জাতক জাতিকাৰ শ শ মহাপুৰুষ ৰাজযোগত বিশেষভাৱে উপকৃত হ’ব৷ কঁপাল ফুলিব৷ বছৰৰ শেষ সপ্তাহত শনিদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব এই ৰাশিসমূহৰ ওপৰত৷

বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে এই সপ্তাহ সম্পদ আৰু সম্পত্তিৰ দিশৰ পৰা লাভজনক আৰু সফল প্ৰমাণিত হ’ব৷ সপ্তাহৰ মাজভাগত আপুনি পেছা বা ব্যৱসায়িক ক্ষেত্ৰত দূৰ ভ্ৰমণ কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ’ব৷ পৰিয়ালত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷

মিথুন ৰাশিঃ ডিচেম্বৰৰ শেষ সপ্তাহ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ এই সপ্তাহত আপোনাৰ সকলোতকৈ ডাঙৰ ইচ্ছা পূৰণ হ’ব৷ দীৰ্ঘদিন ধৰি আপোনাৰ সঞ্চয়ক লৈ আপুনি যি সমস্যাৰ মুখামুখি হৈছে সেই সমস্যা দূৰ হ’ব৷ কৰ্মক্ষেত্ৰত আপুনি যি সমস্ত বিষয়ক লৈ দীৰ্ঘদিন ধৰি চিন্তিত আছিল সেইসমূহ দূৰ হ’ব৷ আপোনাৰ সন্মান বৃদ্ধি পাব৷ প্ৰেম জীৱনো এই সময়ত ভালেই চলিব৷ বিবাহিতসকলেও সুখী দাম্পত্য জীৱন কটাব৷

কৰ্কট ৰাশিঃ ডিচেম্বৰৰ শেষ সপ্তাহ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত শুভ হ’ব৷ এই সপ্তাহত আপোনাৰ কৰ্মজীৱন আৰু ব্যৱসায়ত কংক্ষিত সাফল্য পাব৷ এই সপ্তাহত আপুনি পদোন্নতিও কৰিব পাৰে৷ এই সপ্তাহত আপুনি সহকৰ্মী, ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ হঠাৎ কিছু আৰ্থিক লাভ কৰিব পাৰে৷ মাটি ক্ৰয় বিক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব৷ সমাজত সন্মান বাঢ়িব৷ এই সপ্তাহত আপুনি সুখী জীৱন কটাব৷

তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক জাতিকাৰ এই সপ্তাহ ভালেই কাটিব৷ ভাৱিচিন্তি পদক্ষেপ গ্ৰহণ কৰাই শ্ৰেয়৷ দীৰ্ঘম্যাদী ক্ষতি দূৰ হ’ব৷ নিজৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাৰ পূৰ্ণ ব্যৱহাৰ কৰিব পাৰে৷ এই সপ্তাহত আপুনি বিনিয়োগৰ পৰা ভাল লাভ পাব৷ মনত ধৰ্ম আৰু আধ্যাত্মিকতাৰ ভাৱ উদয় হ’ব৷ বন্ধু বা পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷

কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আগন্তুক সপ্তাহটি শুভ প্ৰমাণিত হ’ব৷ সপ্তাহৰ আৰম্ভণিতে আপুনি পেছা আৰু ব্যৱসায় সম্পৰ্কিত কিছু ভাল খবৰ পাব পাৰে৷ এই ৰাশিৰ ব্যৱসায়ীসকলে প্ৰচুৰ লাভ পাব পাৰে৷ আপোনাৰ পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?

বেংকৰ FDতকৈ ইয়াত সুদ বেছি! ১০লাখ টকাৰ বিনিয়োগত ৫বছৰত কিমান ৰিটাৰ্ণ পাব?

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰহস্য ফাদিল! বাইকত চুমা আঁকি দিয়া প্ৰেমিক যুগল প্ৰকৃততে বৌৱেক-দেওৰেকহে

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰহস্য ফাদিল! বাইকত চুমা আঁকি দিয়া প্ৰেমিক যুগল প্ৰকৃততে বৌৱেক-দেওৰেকহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.