• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি  ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট

ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট

2 years ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

4 minutes ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

34 minutes ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

2 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

10 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

10 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

10 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

11 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

11 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

12 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

13 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

14 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট

ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট

editor by editor
March 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ইউটিউব চায়েই নিজকে কৰিছিল প্ৰস্তুত, বয়সক তুচ্ছ কৰি  ৫৯ বছৰীয়া ভাৰতীয় মহিলাই জয় কৰিলে এভাৰেষ্ট
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইচ্ছা আৰু জেদৰ ওচৰত বয়স কেতিয়াও বাধা হব নোৱাৰে৷ কোনো প্ৰথাগত প্ৰশিক্ষণ নোলোৱাকৈ এভাৰেষ্ট বেছ কেম্পত সফলভাৱে ট্ৰেকিং কৰিলে কেৰালাৰ ৫৯ বছৰীয়া এগৰাকী দৰ্জীয়ে৷ কান্নুৰৰ থালিপ্পাৰাম্বাৰ বাসিন্দা বাসন্তী চেৰুভিত্তিল৷ দৃঢ় সংকল্প আৰু আত্ম শিক্ষাৰ মাধ্যমেৰে এই অসাধাৰণ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ৷ বিগত ১৫ ফেব্ৰুৱাৰীত নেপালৰ সুৰকেৰ পৰা ট্ৰেকিং আৰম্ভ কৰাৰ পাছত ২৩ ফেব্ৰুৱাৰীত তেওঁ এভাৰেষ্টৰ দক্ষিণ বেছ কেম্পত উপস্থিত হয়৷

ইউটিউব চাই কেনেকৈ প্ৰশিক্ষণ লৈছিল বাসন্তীয়ে?

বাসন্তীয়ে যাত্ৰাৰ পূৰ্বে প্ৰায় ৪মাহ ঘৰতেই ইউটিউব চাই প্ৰশিক্ষণ হৈছিল৷ তেওঁ প্ৰতিদিনে তিনি ঘণ্টা খোজকাঢ়ি ট্ৰেকিং বুট পিন্ধি অনুশীলন কৰিছিল৷ সন্ধিয়া বন্ধুসকলৰ সৈতে ৫-৬ কিঃমিঃ খোজকাঢ়িছিল৷ যোগাযোগৰ সুবিধাৰ বাবে শিকি লৈছিল হিন্দী ভাষাও৷ ইয়াৰোপৰি ট্ৰেকিঙৰ প্ৰাথমিক কৌশলসমূহ জানিবলৈ ইউটিউব ভিডিঅ চাইছিল৷

এভাৰেষ্ট বেছ কেম্পত বাসন্তী চেৰুভিত্তিলৰ যাত্ৰা খুব সহজো নাছিল৷ বেয়া পৰিবেশৰ কাৰণে লুকলাৰ উদ্দেশ্যে তেওঁৰ ফ্লাইট বাতিল হৈছিল৷ যাৰ ফলত তেওঁ নেপালত লগ পোৱা এক জাৰ্মান দম্পতিৰ সহায়ত সুৰকে হৈ বিকল্প পথ বিচাৰিছিল৷ পথত তেওঁ সমগ্ৰ বিশ্বৰ পৰা অহা ট্ৰেকাৰসকলৰ মুখামুখি হয়, যাৰ মাজত তিৰুবনন্তপুৰমৰ এক পিতৃ আৰু পুত্ৰৰ জুঁটিও আছিল৷

ট্ৰেকিং খুবেই কঠিন আছিল৷ সৰু পথ, গভীৰ গিৰিখাতেৰে পৰিপূৰ্ণ৷ বাসন্তীয়ে প্ৰতিদিনে ছয়ৰ পৰা সাত ঘণ্টা কৈ খোজকাঢ়িছিল৷ ক্লান্ত নহবলৈ ঘনে ঘনে বিৰতি লৈছিল৷ সপোন সফল হোৱাৰ পাছত ৫৯বছৰ বয়সীয়া মহিলাই কয়, মই লাখুটি লৈ ধীৰে ধীৰে এভাৰেষ্টত উঠিছিলো৷ প্ৰতি কেইঢাপ যাত্ৰা কৰিয়েই মই ক্লান্ত হৈ পৰিছিলো৷ মই প্ৰতিদিনে যাত্ৰাত কমেও পাঁচটা শ্বাস লোৱাৰ বাবেই বিৰতি লৈছিলো৷’

এভাৰেষ্টৰ বেছ কেম্পত ঐতিহ্যবাহী কাছাভু শাৰী পৰিধান কৰি ভাৰতীয় পতাকা উৰুৱাই থকা বাসন্তী চেৰুভিত্তিলৰ এখন ছবি অনলাইনত খুবেই ভাইৰেল৷ বাসন্তীৰ এই প্ৰচেষ্টাক বহুজনেই শলাগ লৈছে৷ বহুতেই বাসন্তীৰ সাহসকো প্ৰশংসা কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?
বিজ্ঞান

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
Next Post
আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?

আলিয়া নহয়, অগ্নিসাক্ষী কৰি ৰণবীৰৰ বিয়া হৈছিল অন্য নাৰীৰ সৈতে! ৰণবীৰে কি ক’লে প্ৰথমা স্ত্ৰীৰ কথা?

শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

শক্তি বাঢ়ি কৰ্কটলৈ আহিছে মঙ্গল! ৰঙা গ্ৰহৰ গোচৰত এপ্ৰিলত ৰাজভোগ কৰিব ৪ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.