• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?

2 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

4 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

5 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

5 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

6 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

7 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

7 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

8 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

9 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

9 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

10 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?

ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?

editor by editor
April 11, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা! থিতাতেই শেষ হ’ল ৬ টাকৈ জীৱন, ক’ত, কেনেকৈ এই দুৰ্ঘটনা?
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন এক ডাঙৰ হেলিকপ্টাৰ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৫ যাত্ৰীসহিতে এগৰাকী পাইলটো৷ ৰয়টাৰ্ছৰ ৰিপৰ্টত কোৱা হৈছে মৃতকসকলৰ মাজত ৩গৰাকী শিশুও আছে৷

আমেৰিকাৰ নিউয়ৰ্কত হাডছন নদীত ভয়াৱহ দুৰ্ঘটনাত ভাঙি পৰিল এখন হেলিকপ্টাৰ৷ এই এলেকাৰ মেয়ৰ এৰিক আডামছে জনাইছে যে মৃতকসকলৰ বেছিভাগ স্পেনৰ বাসিন্দা৷ সংবাদসংস্থা এএফপিয়ে জনাইছে যে আহতসকলৰ মাজত দুজনকেই প্ৰথমে হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তেওঁলোকৰো জীৱন ৰক্ষা কৰিব পৰা নগল৷

বৰ্তমানলৈকে নিহতসকলৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই যদিও নিউয়ৰ্ক পোষ্টে জনাইছে যে আৰোহীসকলৰ মাজত স্পেনৰ চিমেন্সৰ প্ৰেচিডেণ্ট আৰু চিইঅ অগাষ্টিন এছকোবাৰ, তেওঁৰ পত্নী আৰু তেওঁৰ তিনি সন্তান আছিল বুলি জনাইছে৷ নিউয়ৰ্কৰ মেয়ৰ এৰিক আডামছে জনাইছে যে, এই মুহূৰ্তত ৬জন নিহতকেই উদ্ধাৰ কৰা হৈছে৷ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷

ট্ৰাম্পে শোক প্ৰকাশ কৰি লিখিছে, ‘হাডছন নদীত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা দেখি ধাৰণা হৈছে যে পাইলট আৰু দুই প্ৰাপ্তবয়স্ক আৰু তিনি শিশুসহ ছয়গৰাকী ব্যক্তিক আমি হেৰুৱালো৷ দুৰ্ঘটনাৰ ফুটেজ ভয়াৱহ৷ ঈশ্বৰৰ ওচৰত নিহতসকলৰ সদগতি কামনাৰে প্ৰাৰ্থনা জনাইছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
Next Post
১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে

১০ এপ্ৰিলৰ পৰাই ভাগ্যই সংগ দিছে আপোনাক! এই ৫ৰাশিৰ ১৩ জুন পৰ্যন্ত ধন লাভৰ যোগ আছে

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.