• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পখিলা খেদাৰ বয়সত ব্যয়বহুল বিলাসী গৃহৰ মালিক, পিতৃ-মাতৃক দিলে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ

পখিলা খেদাৰ বয়সত ব্যয়বহুল বিলাসী গৃহৰ মালিক, পিতৃ-মাতৃক দিলে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ

4 years ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

16 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

47 minutes ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

1 hour ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

4 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

5 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

6 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

6 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

7 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পখিলা খেদাৰ বয়সত ব্যয়বহুল বিলাসী গৃহৰ মালিক, পিতৃ-মাতৃক দিলে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ

editor by editor
December 25, 2021
in গুৱাহাটী, জীৱনশৈলী, বিবিধ, বিশ্ব
0
পখিলা খেদাৰ বয়সত ব্যয়বহুল বিলাসী গৃহৰ মালিক, পিতৃ-মাতৃক দিলে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰুবী, গস আৰু লুসী৷ সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু৷ পখিলা খেদাৰ বয়সতেই শিশুকেইটিয়ে পিতৃ-মাতৃক দিছে জীৱনৰ শ্ৰেষ্ঠ উপহাৰ৷ স্থায়ী গৃহৰ ঠিকনাৰে এতিয়া ৫ কোটি টকীয়া এটি বিলাসী গৃহৰ মালিক ৰুবী, গস আৰু লুসী আৰু তেওঁলোকৰ পিতৃ-মাতৃ৷  মাত্ৰ ৬ বছৰ বয়সতেই নিজৰ বাবে ক্ৰয় কৰিলে নিজৰ নামত জীৱনৰ প্ৰথমটো ঘৰ৷

অষ্ট্ৰেলিয়াৰ মেলবৰ্নত ক্ৰয় কৰিছে গৃহটো৷  নিজৰ ‘পকেট মানী’ৰ টকা বচাই ভাতৃ-ভগ্নীৰ সৈতে মিলি ৰুবীয়ে ক্ৰয় কৰে ৫ কোটি টকীয়া বিলাসী ঘৰটো৷ তিনিওটি শিশুৱে আঢ়ৈ লাখকৈ টকা আগবঢ়োৱাৰ লগতে বাকীখিনি টকা পিতৃয়ে দি সহায় কৰি শিশুটিৰ নামত ক্ৰয় কৰে ঘৰটো৷ টকা উপাৰ্জনৰ বাবে পিতৃৰ কামত হাত আগবঢ়াইছিল তিনিওটা শিশুৱে৷

পিতৃ-মাতৃয়েও উৎসাহিত কৰিছিল সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত৷ অৱশ্যে ২০৩২ চনত ঘৰটো বিক্ৰী কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে ৰুবীয়ে৷ কাৰণ অনাগত ১০ বছৰত ঘৰটোৰ দাম হ’বগৈ বৰ্তমানৰ তুলনাত দুগুণ৷ উল্লেখ্য, ৰুবী, গস আৰু লুসীৰ পিতৃ কেম মেক্লন অপেন ক্ৰপ নামৰ এটি প্ৰ’পাৰটি কোম্পানীৰ মালিক৷

শেহতীয়াকৈ তেওঁ লিখি উলিয়াইছে My Four Year Old, The Property Investor নামৰ কিতাপ খন৷ আৰু পিতৃয়ে তিনিওটা সন্তানলৈ উৎসৰ্গা কৰিছে কিতাপখন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 6 year old buy own homeasom live 24assam ka tazza khabarassam live 24australiaaxom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!
জীৱনশৈলী

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

May 20, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

May 20, 2026
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!
জীৱনশৈলী

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

May 20, 2026
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!
জীৱনশৈলী

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

May 20, 2026
Next Post
চুপৰষ্টাৰ ছলমান খানক সৰ্প দংশন। তৎকালিনভাৱে ভৰ্তি চিকিৎসালয়ত

চুপৰষ্টাৰ ছলমান খানক সৰ্প দংশন। তৎকালিনভাৱে ভৰ্তি চিকিৎসালয়ত

dynosaur egg

জীৱিত হ’ব নেকি ডাইনছৰ! চীনত উদ্ধাৰ হ’ল ডাইনছৰ কণী, পৰীক্ষাত কণীৰ তথ্যই আচৰিত কৰিছে জীৱ বিজ্ঞানীক।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.