• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

2 years ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

22 minutes ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

42 minutes ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

1 hour ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

3 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

5 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

6 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

7 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

24 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

24 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

editor by editor
July 29, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ এইগৰাকী তাৰকাই এটা সময়ত কাৰাগাৰত থাকি দাইলত পৰা মাখি উঠাই পি খাইছিল

বলীউডৰ এগৰাকী অতিকে জনপ্ৰিয় অভিনেতা। নিজৰ বিশেষ অভিনয় দক্ষতাৰে সফলতাৰ শীখৰত আৰোহন কৰিছে। পিতৃ-মাতৃয়ো বলীউডৰ উজ্জল তাৰকা। এটা এটা যুগ হিচাপে খ্যাত দুয়ো পিতৃ-মাতৃ। নিজেও সুনাম গঢ়িছে অভিনয়েৰে।

তাৰ সমান্তৰালকৈ বেয়া কিছুমান অভ্যাসৰ বাবেও খ্যাত এইগৰাকী অভিনেতা। এটা সময়ত এনে আছিল, কাৰাগাৰতো থাকিব লগা হৈছিল অভিনেতাগৰাকী। সেই অভিনেতাগৰাকী হৈছে সঞ্জয় দত্ত। আজি সঞ্জয় দত্তৰ ৬৫ সংখ্যক জন্মদিন।

চলচ্চিত্ৰ জীৱনত ১৮০ খনতকৈও অধিক ছবিত কাম কৰিছে সঞ্জই দত্তই। তেওঁৰ জীৱনটো এখন চিনেমাৰ কাহিনীতকৈও কম নহয়। লগতে বহু উত্থান-পতনৰ সন্মুখীন হৈছে। সঞ্জয় দত্তৰ বাবে আটাইতকৈ কঠিন সময় আছিল যেতিয়া তেওঁক ৫ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

১৯৯৩ চনত মুম্বাইত সংঘটিত বোমা বিস্ফোৰণত সঞ্জয় দত্তৰ বিৰুদ্ধে অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁ য়েৰৱাডা জেলত আছিল। সঞ্জয় দত্তৰ জেলৰ দিনবোৰ বৰ কষ্টকৰ আছিল। এই কথা তেওঁ নিজেই বহুবাৰ প্ৰকাশ কৰিছিল।

কাৰাগাৰত থকাৰ সময়ত এবাৰ সঞ্জয় দত্তৰ দাইলিত মাখি এটা পৰি গৈছিল। পাছে কাৰাগাৰত প্ৰটিন হিচাপে দাইলিৰ বাহিৰে কোনো বিকল্প নাছিল। সেয়ে তেনে মাখি পৰা দাইলকেই মাখি উলিয়াই খাইছিল।

সেই কাৰাগাৰৰ ৰপা ওলোৱাৰ সময়ত হাতত ৪৪০ টকা লৈ ওলাই আহিছিল সঞ্জয় দত্ত। জেলত শাস্তি ভুগি থকাৰ সময়ত তেওঁ কাগজৰ বেগ বনাইছিল। প্ৰতিদিনে কাগজৰ বেগ বনাই লাভ কৰিছিল ৫০ টকা। কাৰাদণ্ডৰ সময়ছোৱাত সঞ্জয় দত্তই প্ৰায় ৩৮ হাজাৰ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁ মাত্ৰ ৪৪০ টকা লৈ ওলাই আহিল কাৰণ তেওঁ বেছিভাগ টকা কেণ্টিনতে খৰচ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorSanjai Dutta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব
জীৱনশৈলী

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

October 20, 2026
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!
বিনোদন

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

October 20, 2026
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ
বাণিজ্য

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

October 20, 2026
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ
বাণিজ্য

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

October 20, 2026
Next Post
APSC কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ড আৰু ২লাখ টকাৰ জৰিমনা

APSC কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ড আৰু ২লাখ টকাৰ জৰিমনা

Jio-Airtel-VI-BSNL ৩ মাহৰ বৈধতাৰে কাৰ ৰিচাৰ্জ প্লেন সবাতোকৈ সস্তা

Jio-Airtel-VI-BSNL ৩ মাহৰ বৈধতাৰে কাৰ ৰিচাৰ্জ প্লেন সবাতোকৈ সস্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.