• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

3 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

3 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

4 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

4 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

5 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

6 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

7 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

7 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

8 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

9 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

10 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

editor by editor
July 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে
0
SHARES
15.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহত একাধিক গ্ৰহৰ ৰাশি পৰিবৰ্তন হ’ব৷ ইয়াৰ মাজতেই সুখ আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ শুক্ৰই দুবাৰ ৰাশি সলনি হ’ব৷ জুলাই মাহৰ প্ৰথম আৰু শেষৰ দিশত শুক্ৰৰ গোচৰে মেষৰ পৰা মীন পৰ্যন্ত সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব৷ জ্যোতিষ গণনা অনুসৰি ৭ জুলাই চন্দ্ৰৰ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব শুক্ৰই৷ তাৰপাছতেই ৩১ জুলাইত সূৰ্যৰ ৰাশি সিংহই শুক্ৰত গোচৰ কৰিব৷ এই মাহত শুক্ৰৰ দুবাৰ ৰাশি পৰিবৰ্তন হোৱাত কেইবাটাও ৰাশিৰ ভাগ্য চমকি উঠিব৷ ইয়াৰোপৰি আকস্মিক ধনলাভ হ’ব পাৰে৷ শুক্ৰৰ এই ৰাশি পৰিবৰ্তন কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ? জানি থওক সবিশেষ৷

মেষ ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তন মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ সুখ-সুবিধা বাঢ়িব এই ৰাশিৰ জাতকৰ৷ সম্পত্তি বৃদ্ধিৰো যোগ আছে৷ এই সময়ত গাড়ী বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷ এই ৰাশিৰ যি জাতকে মাটি, সম্পত্তিৰ ব্যৱসায় কৰে তেওঁলোকে ধনলাভ কৰিব৷ যাৰ ফলত বেংক বেলেন্স বাঢ়িব আৰু আৰ্থিক পৰিস্থিতিও মজবুত হ’ব৷ মান-সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব৷ সুখ-সুবিধা বাঢ়িব এই ৰাশিৰ জাতকৰ৷ শান্তি আৰু স্বাস্তিৰ জীৱন কটাব মেষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

জুলাই মাহত শুক্ৰৰ দুবাৰ ৰাশি পৰিবৰ্তন কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ শুক্ৰই আপোনাৰ ব্যক্তিত্ব উন্নত কৰিব৷ আপোনাৰ প্ৰতি আকৰ্ষণ বাঢ়িব, ফলত সকলোৱে আপোনাৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিব৷ এই সময়ত আকস্মিক ধনলাভ কৰিব পাৰিব৷ চাকৰিৰ দ্বাৰা আৰ্থিক লাভ সম্ভৱ৷ সন্তুষ্ট থাকিব এই ৰাশিৰ জাতক৷ আপোনাৰ যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷ সকলোৱে আপোনাৰ ওপৰত সন্তুষ্ট থাকিব৷

তুলা ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তন তুলা ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফলদায়ী৷ কাম আৰু ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব৷ ধন-সম্পত্তি ক্ৰয় কৰিব পাৰে৷ চাকৰিয়াল জাতকে এই সময় নিজৰ পৰিশ্ৰমৰ ফলাফল পাব৷ এই ৰাশিৰ বেকাৰ যুৱকে চাকৰিৰ সন্ধানত থাকিলে অপেক্ষাৰ অৱসান ঘটিব৷ নতুন চাকৰি পাব পাৰে তুলা ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে ভাল পৰিমাণে ধনলাভ কৰিব পাৰিব৷ ব্যৱসায়ত সম্প্ৰসাৰণ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে

ৰাহুল গান্ধীয়ে কিয় চছমা এৰিলে জানেনে? চকুৰ সমস্যা নহয় এইকেইটা কাৰণতহে চছমা পিন্ধিছিল ৰাহুলে

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ শংকৰাচাৰ্যৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.