• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক

ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক

1 year ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

7 minutes ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

45 minutes ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

2 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

2 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

3 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

4 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

4 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

5 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

6 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

7 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

19 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক

editor by editor
March 4, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক

ধেমাজিৰ চিচিবৰগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এটি ৭ বছৰীয়া শিশু৷ ঘটনাৰ পাছতে চিচিবৰগাঁও আৰক্ষী চকীত গোচৰ ৰুজু৷ পাছে ঘটনা সংঘটিত কৰিয়ে বৃদ্ধৰ পলায়ন৷

চিচিবৰগাঁৱৰ আৰক্ষী চকীৰ অন্তৰ্গত টকৌবাৰী গাঁৱত সংঘটিত হৈছে মানৱ সভ্যতাক লজ্জানত কৰা এক নিকৃষ্ট ঘটনা। ৭৪ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলি হয় এগৰাকী দ্বিতীয় শ্ৰেণীত অধ্যনৰত ৭ বছৰীয়া কন্যা শিশু ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিগত দেওবাৰে আবেলি প্ৰায় ৩ মান বজাত লগৰ কেইটিমান শিশুৰ সৈতে ঘৰৰ কাষৰে এঘৰত খেলি আছিল। সেই সময়তে কন্যাটিৰ ককাকৰ লগৰ চুবুৰীয়া বীৰেণ চুতীয়া নামৰ ৭৪ বছৰীয়া লম্পতে শিশুটিৰ হাতত ধৰি লগৰীয়া সকলৰ মাজৰ পৰা টানি নি কাষতে থকা হাবিৰ মাজলৈ নি অসৎ কামনা চৰিতাৰ্থ কৰে ।

অধাঘণ্টামানৰ পিছত লগৰীয়া এগৰাকী ছোৱালীয়ে ঘটনাটোৰ কথা শিশুটিৰ মাকক অৱগত কৰাত হুৱাদুৱা লাগে আৰু কণ্যাটিক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে ।

সেই সন্দৰ্ভত শিশুটিৰ পৰিয়ালে দেওবাৰে নিশাই চিচিবৰগাঁও আৰক্ষী চকীত লম্পত বীৰেণ চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও লম্পট বীৰেণ চুতীয়াই গোচৰ ৰুজু কৰা সন্দৰ্ভে জানিব পৰাৰ লগে লগে পলায়ন কৰে।

কালি ঘটনাস্থলিত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । লম্পট বীৰেণ চুতীয়াক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে কন্যা শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamdhemajiDhemaji SisiborgaonPOSCO Actrape casesisiborgaon
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম
জীৱনশৈলী

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

July 20, 2026
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি
অসম

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

July 20, 2026
Next Post
বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.