• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

8 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

9 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

9 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

10 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

10 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

11 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

12 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

13 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

14 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

14 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

15 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

editor by editor
March 4, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইনৰ গুৰুতৰ অভিযোগ, ৰাছিয়াই আৱদ্ধ কৰি ৰাখিছে ১৯,৫৫৬ শিশু

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ দীৰ্ঘদিনীয়া যুদ্ধ হিচাপে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা সংঘাত। এই যুদ্ধত বৰ্তমানলৈ হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱালে। কোটি কোটি টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হৈছে। কিন্তু এতিয়া এই যুদ্ধৰ সময়তে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনে এনে অভিযোগ উত্থাপন কৰিছে যে, যি শুনি সমগ্ৰ বিশ্ব স্তম্ভিত হৈ পৰিছে।

দৰাচলতে ব্ৰিটেইনৰ লেবাৰ পাৰ্টিৰ এজন সাংসদে প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত শান্তিৰ আলোচনাত যুদ্ধৰ সময়ত ৰাছিয়াৰ সৈন্যই অপহৰণ কৰা ১৯,৫৫৬টা শিশুক নিৰাপদে ঘূৰি অহাৰ কথাও উল্লেখ কৰা হৈছে নেকি?

যি প্ৰশ্ন উত্থাপনৰ পাছতে তোলপাৰ লাগি যায় সকলোফালে। সঁচাকৈয়ে ৰাছিয়াই ইউক্ৰেইনৰ পৰা অপহৰণ কৰি নিছে নেকি এই সকল শিশু।

ব্ৰিটিছ সাংসদসকলে কয় যে যেতিয়ালৈকে এই শিশুসকলক সুৰক্ষিতভাৱে ঘূৰাই নিদিয়ে তেতিয়ালৈকে শান্তিৰ কথা ক’ব নোৱাৰি। সাংসদগৰাকীয়ে দিয়া তথ্য অনুসৰি ইউক্ৰেইনৰ পৰা ১৯,৫৪৬ টা শিশু নিৰুদ্দেশ হোৱাৰ লগতে ৫৯৯ টা শিশুৰ মৃত্যু হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
Next Post
কাইলৈ ৫ মাৰ্চ তাৰিখে খোল খাব ৫ ৰাশিৰ উন্নতিৰ দ্বাৰ, সম্পূৰ্ণ লগ দিব ভাগ্যই

কাইলৈ ৫ মাৰ্চ তাৰিখে খোল খাব ৫ ৰাশিৰ উন্নতিৰ দ্বাৰ, সম্পূৰ্ণ লগ দিব ভাগ্যই

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.