• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

2 minutes ago
আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

46 minutes ago
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

59 minutes ago
মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

2 hours ago
ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

2 hours ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ! আৰ্থিক দিশত শুভফল লাভৰ যোগ

3 hours ago
এয়াই নেকি সোণ কিনাৰ উত্তম সময়?

এয়াই নেকি সোণ কিনাৰ উত্তম সময়?

4 hours ago
আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

আমেৰিকাত পাকিস্তানক লৈ মন্তব্য ৰাহুল গান্ধীৰ

5 hours ago
বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

বিৱাহিত জীৱনৰ অশান্তি, আৰ্থিক সমস্যা দূৰ কৰিবলৈ…

5 hours ago
Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

Burj Khalifaতকৈও অধিক ব্যয়ৰে নিৰ্মিত গেম GTA 6 মুকলি

5 hours ago
প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

প্ৰখ্যাত টাইম আলোচনীত বৈভৱ সূৰ্যবংশীৰ সৈতে অসম কন্যা লাভলীনাৰ স্থান

6 hours ago
দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

দেশলৈ উভতাৰ বাবে সাজু হাছিনা! দিল্লীস্থ বাংলাদেশৰ উচ্চায়ুক্তলৈ পত্ৰ

7 hours ago
জানক কেনে যাব আপোনাৰ দিনটো

জানক কেনে যাব আপোনাৰ দিনটো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU

ABMSUৰ প্ৰতিবাদত কঁপিল নতুন দিল্লী

editor by editor
November 20, 2026
in অসম, ভাৰত, ৰাজনীতি
0
মুছলমানক টাৰ্গেট কৰি ৰাষ্ট্ৰহীন কৰিব বিচৰা হৈছেঃ ABMSU
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NRC, উচ্ছেদ অভিযান, সংখ্যালঘু লোকৰ নিৰাপত্তা আৰু লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (ABMSU)য়ে। দিল্লীৰ ৰামলীলা ময়দানত সংগঠনটোৱে আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত সংখ্যালঘু জনগোষ্ঠীৰ অধিকাৰ, নিৰাপত্তা আৰু ন্যায়ৰ দাবী উত্থাপন কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ সভাপতি টাইছন হুছেইনে বিভিন্ন বিষয়ক লৈ নিজৰ বক্তব্য প্ৰকাশ কৰে। তেওঁৰ বক্তব্যত অসমৰ সংখ্যালঘু লোকসকলৰ ওপৰত চলি থকা উচ্ছেদ অভিযান, NRC, বাংলাদেশলৈ পুছবেক কৰা লোকসকলৰ বিষয় আৰু সংখ্যালঘু লোকক ৰাষ্ট্ৰহীন কৰাৰ আশংকা বিশেষভাৱে স্থান পায়।

ABMSUৰ সভাপতি টাইছন হুছেইনে অভিযোগ কৰে যে বৰ্তমান অসমৰ সংখ্যালঘু লোকসকলক বিভিন্ন ধৰণে সমস্যাৰ সন্মুখীন কৰোৱা হৈছে। বিশেষকৈ উচ্ছেদ অভিযানৰ নামত হাজাৰ হাজাৰ সংখ্যালঘু লোকক গৃহহীন কৰি পেলোৱা হৈছে বুলি তেওঁ দাবী কৰে। উচ্ছেদ অভিযান চলোৱাৰ সময়ত একাংশ মুছলমান লোকক লক্ষ্য কৰি লোৱা হৈছে বুলিও প্ৰতিবাদী মঞ্চৰ পৰা অভিযোগ উত্থাপন কৰে।

তেওঁৰ মতে, সংখ্যালঘু লোকসকলৰ নিৰাপত্তা আৰু অধিকাৰ নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। কিন্তু বৰ্তমান বহু লোকৰ মাজত নিজৰ নাগৰিকত্ব, বাসস্থান আৰু ভৱিষ্যতক লৈ অনিশ্চয়তা সৃষ্টি হৈছে। এনে পৰিস্থিতি কোনো কাৰণতে মানি লোৱা নহ’ব বুলি ABMSUৰ সভাপতিজনে স্পষ্ট কৰি দিয়ে।

২০১৯ৰ চূড়ান্ত NRCক লৈ সন্তুষ্ট ABMSU

NRCক লৈ বক্তব্য প্ৰকাশ কৰি টাইছন হুছেইনে কয় যে ২০১৯ চনত প্ৰকাশিত চূড়ান্ত NRCখনেই তেওঁলোকৰ মতে শুদ্ধ NRC। সেই NRCক লৈ ABMSU সন্তুষ্ট বুলিও তেওঁ উল্লেখ কৰে। তেওঁৰ মতে, NRCত নাম অন্তৰ্ভুক্ত হোৱা সকলো লোককে ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰা উচিত। NRCৰ চূড়ান্ত তালিকাত নাম থকা লোকসকলক পুনৰ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ নাগৰিকত্বৰ সৈতে জড়িত নথি-পত্ৰ আৰু পৰিচয় নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ইয়াৰ লগতে NRCক লৈ সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ অসন্তুষ্টিক লৈও প্ৰশ্ন উত্থাপন কৰে ABMSUৰ সভাপতিগৰাকীয়ে। ১৯ লাখ লোকৰ নাম বাদ পৰাৰ সংখ্যাটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰা আছুৱে সেই সংখ্যাটো আৰু বৃদ্ধি কৰি ডেৰ কোটি কৰিবলৈ বিচাৰিছে নেকি বুলিও তেওঁ কটাক্ষ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত বাংলাদেশলৈ পুছবেক কৰা লোকসকলৰ বিষয়টোও উত্থাপন কৰা হয়। ABMSUৰ অভিযোগ অনুসৰি, একাংশ মুছলমান লোকক বাছি বাছি বাংলাদেশলৈ পুছবেক কৰা হৈছে। সংগঠনটোৱে দাবী কৰে যে বাংলাদেশলৈ পুছবেক কৰা প্ৰতিজন মুছলমান লোকক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে।

এই বিষয়টোক লৈ সংগঠনটোৱে চৰকাৰৰ পদক্ষেপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে কোনো লোকৰ নাগৰিকত্ব আৰু অধিকাৰৰ বিষয়টো যথাযথ প্ৰক্ৰিয়াৰে বিবেচনা কৰা উচিত। কোনো লোকক অন্যায়ভাৱে দেশৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উঠিলে তাৰ উচিত তদন্ত আৰু ন্যায়সংগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

উচ্ছেদ অভিযানক লৈও দিল্লীৰ প্ৰতিবাদী মঞ্চৰ পৰা তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ABMSUয়ে। সংগঠনটোৰ মতে, উচ্ছেদ অভিযানৰ ফলত হাজাৰ হাজাৰ সংখ্যালঘু লোক গৃহহীন হৈ পৰিছে। বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী হেৰুৱাই জীৱন-জীৱিকাৰ সংকটৰ সন্মুখীন হৈছে। উচ্ছেদ অভিযানৰ নামত নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগ কৰি ABMSUয়ে এনে পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে। সংখ্যালঘু লোকসকলৰ বাসস্থান, নিৰাপত্তা, নাগৰিকত্ব আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিব লাগিব বুলি সংগঠনটোৱে দাবী জনায়।

প্ৰতিবাদৰ অন্যতম গুৰুত্বপূৰ্ণ দাবী আছিল লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ন্যায়। হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰি ABMSUয়ে ন্যায় নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। সংগঠনটোৰ মতে, সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হোৱা অন্যায়, নিৰ্যাতন আৰু হত্যাকাণ্ডৰ ঘটনাসমূহৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয়। দোষীসকলক শাস্তি প্ৰদান নকৰিলে সমাজত ন্যায় আৰু নিৰাপত্তাৰ প্ৰতি মানুহৰ বিশ্বাস দুৰ্বল হৈ পৰিব বুলি প্ৰতিবাদীসকলে মত প্ৰকাশ কৰে।

ৰামলীলা ময়দানৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ABMSUয়ে চৰকাৰলৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে সংখ্যালঘু জনগোষ্ঠীৰ অধিকাৰ আৰু নিৰাপত্তাৰ বিষয়টো কোনো কাৰণতে অৱহেলা কৰিব নোৱাৰি। NRC, উচ্ছেদ অভিযান, পুছবেক আৰু হত্যাকাণ্ডৰ ন্যায়ৰ দৰে বিষয়সমূহৰ সমাধান নোহোৱালৈকে সংগঠনটোৱে নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি বক্তব্য প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abmsuasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!
জীৱনশৈলী

আগন্তুক ডেৰ বছৰ এই ৪ ৰাশিৰ কঠিন হ’ব সময়!

November 20, 2026
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…
ৰাজনীতি

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ আহিল সেই দুখৰ খবৰ…

November 20, 2026
মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ
অপৰাধ

মাতৃৰ সন্মুখৰ পৰাই ৯ বছৰীয়া কন্যাক অপহৰণ

November 20, 2026
ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’
বিনোদন

ছিৰাজে মূল একাদশত স্থান নোপোৱাক লৈ বিতৰ্ক তুংগত, ‘তেওঁৰ নাম ছিৰাজ, সেইটোৱেই কাৰণ!’

November 20, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.