• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি

মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি

9 months ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 hour ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 hour ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

18 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

19 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

19 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

20 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

21 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

22 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

23 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

23 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি

মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি

editor by editor
June 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাত্ৰ কেইটামান ঘণ্টা, শনিৰ নক্ষত্ৰ পৰিবৰ্তনত গল্ডেন টাইম ৩ৰাশিৰ! ৭ জুনৰ পৰা মালামাল হ’ব এইকেইটা ৰাশি
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি ৭ জুন ২০২৫ত শনি গ্ৰহই উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় চৰণত প্ৰৱেশ কৰিব৷ এই পৰিবৰ্তনৰ প্ৰভাৱত ৩ ৰাশিৰ জাতক জাতিকা বিশেষভাৱে লাভৱান হব পাৰে৷ এই পৰিবৰ্তনে তেওঁলোকৰ জীৱনত স্থিৰতা, সমৃদ্ধি আৰু সাফল্যৰ নতুন দিশা খুলিব৷

শনিবাৰ ৭ জুন ২০২৫ৰ সন্ধিয়া ৪.৪৫ মিনিটত কৰ্মফলৰ অধিপতি শনি গ্ৰহই উত্তৰভাদ্ৰপদৰ প্ৰথম চৰণ এৰি দ্বিতীয় চৰণত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰই শনিৰ নিজস্ব নক্ষত্ৰ হোৱাত তাৰ প্ৰভাৱ আৰু শক্তিশালী হব৷ ফলত এই গোচৰৰ প্ৰভাৱ নিৰ্দিষ্ট কেইটামান ৰাশিৰ ওপৰত পৰিব৷ শনি গ্ৰহে আমাক কৰ্ম অনুসৰি ফল দিয়ে৷ নক্ষত্ৰ পৰিবৰ্তনৰ মাধ্যমেৰে শনিয়ে জীৱনলৈ নতুন সুযোগ, চেলেঞ্জ আৰু ফলৰ সূচনা কৰে৷ এই পৰিবৰ্তনৰ ফলত কিছু ৰাশিৰ বাবে বিশেষ সমৃদ্ধি আৰু সাফল্যৰ দুৱাৰ খুলিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে শনিৰ এই পৰিবৰ্তন অত্যন্ত শুভ হব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব আৰু পৰিশ্ৰমৰ যথাযোগ্য ফলো পাব৷ আৰ্থিক দিশ মজবুত হব আৰু নতুন উৎসৰ পৰা আয়ৰ সম্ভাৱনা তৈয়াৰ হব৷ পুৰণি জটিলতা আৰু বাধা দূৰ হব৷ কেৰিয়াৰত উন্নতি হব৷ সিংহ ৰাশিৰ জাতকৰ বাবে সন্মান, পদোন্নতিৰ সুযোগ আৰু পাৰিবাৰিক শান্তি আৰু স্থিতিশীলতা বৰ্তি থাকিব৷ স্বাস্থ্যৰ দিশৰ পৰাও এই সময় অনুকূল থাকিব আৰু আপুনি উদ্যম আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে শনিৰ এই নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত লাভজনক প্ৰমাণিত হব পাৰে৷ বিগত সময়ৰ আৰ্থিক সমস্যাসমূহ এতিয়া ধীৰে ধীৰে দূৰ হব৷ ব্যৱসায়ত নতুন সুযোগ আহিব আৰু বিনিয়োগৰ লাভ হব৷ তুলা ৰাশিৰ জাতক জাতিকাই পাৰিবাৰিক জীৱনত শান্তিপূৰ্ণ সময় কটাব৷ প্ৰেম আৰু সম্পৰ্কত গভীৰতা বাঢ়িব৷ যিসকলে চাকৰি বা পদোন্নতিৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই সময় শুভ৷ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই সময়ত সাফল্যৰ ইংগিত বহন কৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই পৰিবৰ্তনে বহু আশাৰ বাৰ্তা লৈ আহিব৷ চাকৰিজীৱীৰ পদোন্নতি বা দায়িত্ব বৃদ্ধিৰ সুযোগ আহিব৷ ব্যৱসায়ীসকলে নতুন চুক্তি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ কুম্ভ ৰাশিৰ মানুহৰ মানসিক চাপ কমিব আৰু ধৈৰ্য্য বাঢ়িব৷ পৰিয়াল আৰু সামাজিক জীৱনত ভাৰসাম্য বৰ্তি থাকিব৷ পুৰণি ৰোগৰ পৰা আৰোগ্য লাভৰ সম্ভাৱনা আছে৷ মুঠৰ ওপৰত কুম্ভ ৰাশিৰ জাতকৰ বাবে এই শনি গোচৰত দীৰ্ঘম্যাদি স্থিতি আৰু সমৃদ্ধি আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 13, 2026
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
Next Post
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

চাৰধাম যাত্ৰা আৰম্ভৰ প্ৰথম মাহতেই মৃত্যু ৮৩গৰাকী তীৰ্থযাত্ৰীৰ! কেদাৰনাথ যোৱাৰ পথত মৃত্যুৰ সংখ্যা সবাতোকৈ বেছি, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.