• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

1 year ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

55 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

editor by editor
May 18, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

হায়দৰাবাদত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যি ঘটনাত প্ৰাণ হেৰুৱাইছে ১৭ গৰাকীকৈ লোকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে এই অগ্নিকাণ্ডত। এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপৰ এটা অট্টালিকাত।

এই ব্যাপক অগ্নিকাণ্ডত ১৭ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। লগতে এই অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত কেইবাজনো। জুই লগা অট্টালিকাটো হায়দৰাবাদৰ মিৰ চক অঞ্চলত। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, পুৱা ৬:৩০ বজাত তেওঁলোকে এই অগ্নিকাণ্ডৰ তথ্য লাভ কৰে। তথ্য লাভ কৰাৰ লগে লগে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হয়। থিতাতে ১০খন এম্বুলেন্সো উপস্থিত থাকে। যাৰ বাবে আহতসকলক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি এচিৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে তদন্ত সমাপ্ত হোৱাৰ পিছতহে জানিব পৰা যাব যে জুইৰ সঠিক কাৰণ কি।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে এটা x পোষ্টো শ্বেয়াৰ কৰিছে। এই পোষ্টটোত লিখিছে- জুইত মৃত্যু হোৱা লোকক লৈ তেওঁ অতি দুখী। আপোনজনক হেৰুৱাই পেলোৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এক্স গ্ৰেচিয়া দিয়া হ’ব। আনহাতে আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fireFire Brok outHydarabaadMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.